পুৰনা মবাইলৰ পৰা নতুন মবাইললৈ সকলোবোৰ ডাটা কিদৰে সহজতে Transfer কৰিব পাৰে ইয়াত জানক


পুৰনা মবাইলৰ পৰা নতুন মবাইললৈ সকলোবোৰ ডাটা কিদৰে সহজতে  Transfer কৰিব পাৰে ইয়াত জানক


এটা এণ্ড্ৰইড ম'বাইলৰ ডাটা আন এটা এণ্ড্ৰইড ম'বাইললৈ সহজে প্ৰেৰণ কৰিব পাৰি।

ইয়াৰ বাবে আপুনি কেৱল CLONEit নামৰ এটা এপ্লিকেচন ডাউনলোড কৰিলে হল ।

আপুনি পুৰনা মবাইলটোৰ পৰা নতুন মবাইললৈ ডাটা ট্ৰেন্সফাৰ কৰিবৰ বাবে দুয়োটা মবাইলতেই কেৱল CLONEit এপ্পটো ডাউনলোড কৰক । 

ইয়াৰ পাছত ডাটা প্ৰেৰণ কৰিবৰ বাবে  পুৰণি আৰু নতুন ম'বাইল দুয়োটাতেই CLONEit এপ্পটো খুলিব 


ইয়াৰ পাছত নতুন ম'বাইলটোত  Receiver বুটামটো ক্লিক কৰিব আৰু পুৰনা মবাইলটোত sender বুটামটো ক্লিক কৰিব ।


দেখিব প্ৰেৰক হিচাপে পুৰনা ম'বাইলটোৰ নাম নতুন ম'বাইলত আহিব।

এতিয়া আপুনি নতুন মবাইলটোৰ স্ক্ৰীনত দেখুওৱা পুৰনা মবাইলটোৰ নামটোত ক্লিক কৰিব


তাৰ পিছত আপুনি ট্ৰেন্সফাৰ কৰিব বিচৰা ডাটা সমুহ  select  কৰিব ।

ইয়াৰ পাছত start বুটামত ক্লিক কৰিব । দেখিব কেইমিনিটমানৰ ভিতৰত, পুৰণা ম'বাইলটোৰ পৰা নতুন ম'বাইলৈ সকলো ডাটা ট্ৰান্সফাৰ হ'ব

এনেদৰে স্থানান্তৰ বা ট্ৰেন্সফাৰ সম্পূৰ্ণ হোৱাৰ লগে লগে Finish বুটামত ক্লিক কৰিব আৰু আপুনি নতুন ম'বাইলত আপোনাৰ পুৰনা মবাইলৰ সকলোবোৰ ডাটা প্ৰাপ্ত লাভ কৰা দেখা যাব ।


Post a Comment

0 Comments