ভাৰতত কোনটো বেংকৰ কিমানটা ATM আছে জানো আহক

ভাৰতত কোনটো বেংকৰ কিমানটা ATM আছে জানো আহক


আৰ বি আই (RBI) এ ২০২০ চনৰ শেষত গণনা কৰি উলিওৱা ভাৰতৰ সৰ্বাধিক এ.টি.এম. (ATM) থকা বেংকসমূহ এনেধৰনৰ -

১) ষ্টেট বেংক অৱ ইণ্ডিয়া 

ATM মেচিনৰ সংখ্যা :- 58651 

২) এক্সিচ বেংক

 ATM মেচিনৰ সংখ্যা :- 17478 

৩)  আই চি আই চি আই বেংক 

ATM মেচিনৰ সংখ্যা :- 17084 

৪) এইচ ডি এফ চি বেংক 

ATM মেচিনৰ সংখ্যা :- 14163 

৫) ইউনিয়ন বেংক অৱ ইণ্ডিয়া

ATM মেচিনৰ সংখ্যা :- 13277 

৬) কানাৰা বেংক  

ATM মেচিনৰ সংখ্যা :- 13236 

৭) পাঞ্জাৱ নেচনেল বেংক 

ATM মেচিনৰ সংখ্যা :- 13202 

৮) বেংক অৱ বৰোদা

ATM মেচিনৰ সংখ্যা :- 12087 

৯) বেংক অৱ ইণ্ডিয়া 

ATM মেচিনৰ সংখ্যা :- 5717 

১০)  ইণ্ডিয়ান বেংক 

 ATM মেচিনৰ সংখ্যা :- 5300 

Post a Comment

0 Comments