যিকোনো এখন ফটোৰ background ১০ ছেকেণ্ডৰ ভিতৰত কিদৰে change কৰিব পাৰি ইয়াত জানক

যিকোনো এখন ফটোৰ background  ১০ ছেকেণ্ডৰ ভিতৰত কিদৰে change কৰিব পাৰি ইয়াত জানক



আপুনি আপোনাৰ যিকোনো ফটোৰ background যদি ১০-২০ ছেকেণ্ডৰ ভিতৰত নাইকীয়া কৰিব বিচাৰে তেন্তে আপুনি সঠিক ঠাইত পঢ়িৱলৈ আহিছে ।

আপোনাক আজি আমি শিকাই দিম কিদৰে আপোনাৰ যিকোনো ফটোৰ background ১০-২০ ছেকেণ্ডৰ ভিতৰত নাইকীয়া কৰিব পাৰি ।

গতিকে আহক এইয়া জানোহঁক এতিয়া step by step

আপোনাৰ যিকোনো ফটোৰ background ১০-২০ ছেকেণ্ডৰ ভিতৰত নাইকীয়া কৰিবলৈ প্ৰথমে আপুনি Remove.bg নামৰ এই এপ্পটো প্লে ষ্টোৰৰ পৰা ডাউনলড কৰি install কৰিব ।  ই  play storeত বিনামূলীয়াকৈ উপলব্ধ।

এপ্পটো install কৰাৰ পাছত ফটোৰ background আঁতৰাবলৈ এই এপ্পটো খোলক। আৰু ইয়াত background আঁতৰাব বিচৰা ফটো খন আপলোড কৰক ।

এনেদৰে ফটোখন আপলড কৰা পাছত দেখিব যে আপুনি background আঁতৰাব বিচৰা ফটোখনৰ background আঁতৰি যাব ।

এতিয়া আপোনাৰ  background আঁতৰি থকা ফটোখন  save কৰি ৰাখিবলৈ option বা বিকল্প পাব আপুনি তাত কৰি  ক্লিক কৰি  save বা সংৰক্ষণ কৰিব ।

এতিয়া আপুনি যদি বিচাৰে ফটো খনৰ background ত যিকোনো বেলেগ background ফটো দিবলৈ তেন্তে আপুনি অতি সহজে যিকোনো ফটো এডিটিং এপ্প'ৰ দ্বাৰা দিব পাৰিব ।

গতিকে ঠিক এনেদৰে আপুনি অতি সহজে যিকোনো ফটো এখনৰ background আঁতৰাব পাৰি ।

আপুনি এই প্ৰক্ৰিয়াটো এবাৰ নিজে কৰি চাওঁক । গম পাব যে গোটেই প্ৰক্ৰিয়াটো কৰিবলৈ আপোনাৰ মাত্ৰ ১০ৰ পৰা ২০ ছেকেণ্ডহে সময় লাগিব । আৰু আপোনাৰ backgroundটো অতি নিখুত ভাৱে  Erase কৰি দিব ।

Post a Comment

0 Comments