কিদৰে আপুনি যিকোনো এজন মানুহক Live location track কৰিব পাৰে ইয়াত জানক

কিদৰে আপুনি যিকোনো এজন মানুহক Live location track কৰিব পাৰে ইয়াত জানক


যিকোনো ম'বাইল'ৰ location আপুনি জানিব বিচাৰে বা মবাইলৰ মালিক জন বৰ্তমান ক'ত আছে এইয়া যদি জানিব বিচাৰে তেন্তে আপুনি সঠিক ঠাইলৈ পঢ়িবলৈ আহিছে । আপুনি ইয়াত গম পাব কিদৰে যিকোনো এজন লোকৰ location track কৰিব পাৰি ।


আমি ইয়াত যোনটো কৌশল শিকাম এই কৌশলটো অতি উপযোগী, ইয়াৰ বাবে আপুনি যিজন মানুহক location ট্ৰেক কৰিব বিচাৰে এইজনৰ মবাইলত সাধাৰন এটা এপ ডাউনলড কৰি install কৰিলেই হল ।   

আৰু এই এপটোৰ নাম হৈছে google find my Device । এই এপটো googleৰ প্ৰডাক্ট হয় । গতিকে এপটোৰ qualityত শংকা কৰিব লগা বিশেষ একো নাই ।

এতিয়া আমি জানো আহক কিদৰে যিকোনো লোকৰ location ট্ৰেক কৰিব পাৰি এইয়া  step by step জানো আহক ।


প্ৰথম step টো হৈছে এই google find my Device এপ্পটো   মানুহজনৰ ম'বাইলত Google play storeৰ পৰা ডাউনলোড কৰি install কৰক । 


তাৰ পিছত এই এপটোক খোলক আৰু আপোনাৰ যিকোনো গুগল জি-মেইল  আইডি ( Gmail ID) আৰু পাছৱৰ্ড দি login (লগ-ইন) কৰক।


দেখিব এপ্পটোৱে লগ-ইন কৰাৰ লগে লগে কাম কৰা আৰম্ভ কৰিব।


এতিয়া আপুনি এই ফোনটো যেতিয়াই  ট্ৰেক কৰিব বিচাৰে, তেতিয়াই যিকোনো এটা মবাইলৰ গুগল ক্ৰোম ব্ৰাউজাৰ (Google Chrome Browser) ত গৈ find my device চাৰ্চ কৰিব ।


আৰু চাৰ্চ কৰিলে find my device  ৱেবচাইটতো পাব । তেতিয়া আপুনি ৱেবচাইটটোত ক্লিক কৰি আগতে মানুহজৰ মবাইলটোত যোনটো জি-মেইল আইডি' আৰু পাছৱৰ্ড দি লগ-ইন কৰিছিল এইটো জি-মেইল আইডি' আৰু পাছৱৰ্ড দি লগ-ইন কৰক  ।


দেখিব যে আপুনি এই মবাইলটো ক'ত আছে এইয়া live location দেখা পাব । 


ইয়াৰ ওপৰিওঁ আপুনি মানুহজনৰ ম'বাইলটোৰ বেটাৰি কিমান আছে চাব পাৰিব আৰু ম'বাইলটো বিচাৰিলে লক কৰিব পাৰিব আৰু আপুনি সেই ম'বাইলটোৰ ডাটাও মচি পেলাব পাৰিব যদিহে বিচাৰে । কিন্তু এই সকলোবোৰ আপুনি ভাল  কামৰ বাবেহে ব্যৱহাৰ কৰিব । 

Post a Comment

0 Comments