আপোনাৰ ফোনটোৰ পৰা delete হৈ যোৱা ফটো সমুহ কিদৰে ঘুৰাই পাব পাৰি ইয়াত জানো আহক

 আপোনাৰ ফোনটোৰ পৰা delete হৈ যোৱা ফটো সমুহ কিদৰে ঘুৰাই পাব পাৰি ইয়াত জানো আহক



আপোনাৰ ফোনটোৰ পৰা ফটোসমূহ delete হৈ গৈছে, আৰু আপুনি ইয়াক ঘূৰাই আনিব লাগে, কেনেকৈ ঘূৰাই আনিব ! আহক ইয়াত জানো !!


প্ৰথমে আপুনি play storeত যাব আৰু তাৰ পৰা ডাউনলোড কৰিব Disk Digger photo recovery নামৰ এই এপটো ।


এপটো ডাওনলড কৰা পাছত এপ্পটো খোলক আৰু  Start Basic Photo scan বুলি এটা বুটাম পাব আপুনি তাত ক্লিক কৰিব ।


Start Basic Photo scan বুটাম ক্লিক কৰা পাছত দেখিব যে ফটোবোৰ Recovery হবলৈ আৰম্ভ কৰিব । যদি আপোনাৰ ফটোবোৰ অতি বেছি হয় তেন্তে কিছু সময় লাগিব ।


এনেদৰে লাহে লাহে সকলো ফটো অহাৰ পাছত  ইয়াত আপুনি যিবোৰ ফটো ঘুৰাই লব বিচাৰে এইবোৰ  select কৰি লব । 


প্ৰয়োজনীয় সকলো ফটো select কৰাৰ পিছত,  Recovery বুটামটোত click কৰিব।


ইয়াৰ পাছত আপুনি  Save the file to a Custom locationত click কৰিব 




ইয়াৰ পাছত আপুনি লগে লগে যিকোনো এটা  Folder select কৰি save কৰক



দেখিব কেইমিনিটমানৰ ভিতৰত, আপোনাৰ সকলো delete হোৱা ফটো ফটো সমুহ গেলেৰীলৈ ঘুৰি  আহিব।


Post a Comment

0 Comments