Whatsappত online নহাকৈ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা Whatsappত online আছেনে নাই এইয়া আপুনি কেনেকৈ গম পাব পাৰি ইয়াত জানক

Whatsappত online নহাকৈ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা Whatsappত online আছেনে নাই এইয়া আপুনি কেনেকৈ গম পাব পাৰি ইয়াত জানক



এতিয়াৰ পৰা আপুনি whatsappত অনলাইন নাহিলেওঁ জানিব পাৰিব যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা whatsappত অনলাইন'ত আছে নে নাই, আনকি তেওঁ আপোনাক whatsappত block  কৰি থলেও চাব পাৰিব  ।


ইয়াৰ বাবে আপুনি মাত্ৰ  WaStat নামৰ এপ্প ইনষ্টল কৰিব লাগিব আপোনাৰ ফোনত , এই এপ্পটো গুগল প্লে ষ্টোৰত উপলব্ধ।

এতিয়া আপুনি এই এপ্পটো ফোনত ইনষ্টল কৰাৰ পিছত, ইয়াক খুলিব আৰু continue ত ক্লিক কৰিব ।

এপ্পটোত আপোনাক ডাটা প্ৰৱেশৰ বা data accessৰ অনুমতি বিচাৰিব গতিকে allowত ক্লিক কৰব । তাৰ পিছত add contactত ক্লিক কৰি আপোনাৰ প্ৰমিক বা প্ৰেমিকাৰ whatsapp নম্বৰ যোগ কৰিব  ।

ইয়াৰ বাবে, আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ whatsapp নম্বৰটো নিজ দেশৰ কোডৰ সৈতে যোগ কৰিব লাগিব ।  (যেনে আমাৰ ইণ্ডিয়াৰ ক'ড +91) 


ইয়াৰ পাছত আপোনাৰ প্ৰেমিক বা প্ৰেমিকা অনলাইনত আছেনে নাই এইয়া দেখা পাব । ইয়াৰ ওপৰি যেতিয়াই তেওঁ বা তাই অনলাইন আহে বা অফলাইন হৈ যায় তেতিয়াই তেওঁৰ বা তাইৰ notification পাবলৈ ছবিত দেখা  ঘণ্টাৰ ছবিত ক্লিক কৰিব ।

এতিয়া যেতিয়াই আপোনাৰ প্ৰেমিক বা  প্ৰেমিকা অনলাইন আহে তেতিয়া WaStat-ত আপোনাৰ এনেদৰে ছবিত দেখুওৱা অনুসৰি  notification আহিব ।

ইয়াৰ ওপৰি আপুনি যদি বিচাৰে তেন্তে আপোনাৰ প্ৰেমিকাৰ নামটোত ক্লিক কৰি আপুনি বিতংভাৱে জানিব পাৰিব  যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই দিনটোত মুঠ  কিমানবাৰ অনলাইনত আহিছিল।


ধন্যবাদ

যদি আপুনি তথ্যখিনি পছন্দ কৰিলে, তেন্তে চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

0 Comments