আলাস্কাৰ বিষয়ে কিছুমান নজনা তথ্য আৰু কিছুমান আচৰিত তথ্য

আলাস্কাৰ বিষয়ে কিছুমান নজনা তথ্য আৰু কিছুমান আচৰিত তথ্য -


 
Alaska


১) ১৮৬৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ পৰা কেৱল ৭০ মিলিয়ন ডলাৰত আলাস্কা ক্ৰয় কৰিছিল ।

২) আলাস্কা ইমান ডাঙৰ যে ই আমেৰিকাৰ New jerseyৰ দৰে  চহৰ আৰু ৭৫ টা ভৰাব পাৰিব ।

৩) পুৰ্বতে প্ৰায় ১৫ বছৰ পৰ্যন্ত এটা বিৰাট আকাৰৰ মেকুৰিক আলাস্কাত মেয়ৰ কৰা হৈছিল ।

৪) আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্ববৃহৎ ৰাজ্য হৈছে আলাস্কা যি জাৰ্মানীৰ প্ৰায় সমান।

৫) আলাস্কাত এনে এটা স্থানও আছে য'ত পিজ্জা জাহাজৰ দ্বাৰা ডেলিভাৰ কৰিব লগা হয়।

৬) আলাস্কাত ১৫০ ফুট ওখ মৰুভূমি আছে।

৭) ১৯৭৫ চনতেই আলাস্কাই নিচাযুক্ত ঔষধৰ ব্যৱহাৰৰ ওপৰত কৰা নিষিদ্ধকৰণ আঁতৰ কৰিছিল।

৮) সমগ্ৰ আমেৰিকাৰ কথা ক'লে আলাস্কাত মহিলাৰ ধৰ্ষণ সৰ্বাধিক হয় ।

৯) সমগ্ৰ আমেৰিকাৰ ভিতৰত কেৱল আলাস্কাৰ বেছিভাগ লোকে খোজ কাঢ়ি কামলৈ যায় ।

১০) বৰ্তমান আমেৰিকাৰ চেণ্ট্ৰেল পাৰ্কৰ মূল্য আৰু আলাস্কাৰ দাম প্ৰায় সমান।

১১) আলাস্কাৰ কিছু অংশত, সূৰ্যই ৮৪ দিন লুকাই থাকে।

১২) ৰাছিয়া নিকটতম বিন্দুৰ পৰা আলাস্কালৈ মাত্ৰ ২ মাইল দূৰত্ব ।

১৩)  আলাস্কাৰ ৰাজধানীলৈ ৰাস্তাৰে গৈ পোৱাটো কেতিয়াওঁ সম্ভৱ নহয় ।

১৪) মাৰ্কিন যুক্তৰাষ্ট্ৰত ব্যৱহৃত ২০% তেল আলাস্কাৰ পৰা আহে।

১৫) প্ৰতি বছৰে আলাস্কাত ৫০০০ বাৰ ভূমিকম্প হয়।


Post a Comment

0 Comments