টিকটকৰ নতুন ভাৰশ্বন - tiktok new version

টিকটকৰ নতুন ভাৰশ্বন - tiktok new version



বাংগালুৰু স্থিত দুজন   progamer  এ  2019 বৰ্ষত বনোৱা হৈছিল এটা এপ  যাৰ নাম
 আছিল CHINGARI । আৰু এপ বনোৱা progamer দুজনৰ নাম আছিল বিশ্বাৎমা নায়ক আৰু সিদ্ধাৰ্থ গৌতম । আৰু এই সময়ত বনোৱা এই এপটো এই short ভিডিঅ sharing platform ত বিষেশ বাবে জনপ্ৰিয় হব পৰা নাছিল ।  যদিওঁ কিছু দিনৰ আগৰ পৰা এই এপটো কিন্তু খুব চলিব আৰম্ভ কৰিছে আৰু একেধাৰে জনপ্ৰিয়ওঁ হয় পৰিছে । আৰু ইয়াৰ একমাত্ৰ কাৰন হৈছে ভাৰতত চাইনা এপ  boycott আৰু অলপতে হয় যোৱা  china app ban ।  ভাৰতত short video share ৰ platform খন বহু দিনৰ পৰা দখল কৰি আছিল টিকটকে । কিন্তু যেতিয়াৰ পৰা  china app india ত  boycott কৰাৰ কথা আৰম্ভ হল তেতিয়াৰ পৰা এই এপটো অনাশাংখিত বাবে userৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে । লক্ষনীয় যে টিকটকৰ পাছত বাৰ্তমান এই platformত বিশেষ বাবে কিছু সময়ৰ বাবে জনপ্ৰিয়তা অৰ্জন কৰা এপ আছিল  mitron (মিত্ৰ)  এপ ।  কিন্তু এই mitron app ত কিছুমান privacy লৈ শংকা অহাৰে পৰা লগে লগে এই এপটোৰ জনপ্ৰিয়তা কমি গল আৰু এতিয়া এই মঞ্চখনত নতুনকৈ জনপ্ৰিয়তা অৰ্জন কৰিছে   chingari app টোৱে । বৰ্তমান এই app টো অলপ কেইদিনৰ ভিতৰত ইমান মানুহৰ পচন্দৰ এপ হল মাত্ৰ কেইদিনমানৰ ভিতৰত এই  app টো 2 million ৰো অধিক download পাবলৈ সক্ষম হৈছে  আৰু এতিয়া এই এপটোৰ জনপ্ৰিয়তা বাঢ়ি যোৱাৰ লগে লগে এতিয়া ইয়াক বহুতে tiktok ৰ স্বদেশী ভাৰশ্বন বুলি কবলৈ আৰম্ভ কৰিছে ।  লক্ষণীয় বৰ্তমান এই এপটো  google play stor টো top 10 trending ত  সেমাই গৈছে ।
 
Chingari app টোৰ co founder biswatma nayak এ জনাইছে যে যোৱা কিছু দিনৰ পৰা এই এপটোৰ users  বাঢ়ি গৈছে আৰু  users  সকলে ইয়াক  tiktok ৰ বিকল্প হিচাপে বাচি লৈছে বুলি মত প্ৰকাশ কৰিছে । আৰু তেও কৈছে যে চিংগাৰী এপটোৰ জনপ্ৰিয়তাৰ বৃদ্ধি দেখি এতিয়া বহুতো   invester এ  invest কৰিবলৈ আগবাঢ়ি আহিছে বুলি জানিব দিছে । 
 
আপোনাক জনাই দিও যে  chingari app টোত আপুনি পাব   trending news , entertenment news, funny video, romantic video, love quotes, Video song, whatsapp status আদি । লগতে ইয়াত  short video বনাই upload কৰিব পাৰিব আৰু download কৰিব পাৰিব আৰু   freind ৰ লগত  chat কৰিব পাৰিব .  Chingari app ত tiktok ৰ দৰে   creat কৰিবলৈ বিভিন্ন   filter, sticker আদি দিয়া আছে ।  এটা  report অনুসৰি এই flaporm ত  user এ প্ৰতিদিনে প্ৰায়   দহ হাজাৰ  content creat কৰি post কৰে । এই app তোৰ তুলনা যদি  tik tok ক কৰা যায় তেন্তে কব লাগিব   tiktok কেৱল entertenment video হে share কৰিব পাৰে কিন্তু এই এপটোত   entertenment video share কৰা  লগতে trending news আৰু whats aap status আদিও  share কৰিব পৰা যায় যাৰ বাবে ইয়াত special section দিয়া আছে । আৰু লগতে এই এপটো ১০ টা ভাষাৰেওঁ চলাব পৰা ব্যৱস্থা কৰা হৈছে ।আৰু এই ভাষাবোৰ হৈছে engling, hindi Bengali gujarati marathu, Punjabi, tamil, telegu আদি ।


Chingari app বৰ্তমান android আৰু IOS platform ত download ৰ বাবে উপলব্ধ হয় আছে । গতিকে আপুনি যদি বিচাৰে তেন্তে এইয়া   download কৰিব পাৰিব ।

Post a Comment

0 Comments