আজিৰ দৈনিক অসমীয়া ৰাশিফল - আজি ১১ জুলাই ২০২০ চনৰ শনিবাৰ । Daily assamese horoscope

মেষ ৰাশি (11 জুলাই, 2020)
আজি শান্ত-উদ্বেগমুক্ত থাকিব । দীৰ্ঘ সময়ৰ পৰা  পাব লগা টকা পুনৰুদ্ধাৰ কৰিব পাৰিব । সন্তানৰ পৰা কিছু অবাক কৰা খবৰ আহিব পাৰে। আপোনাৰ সঙ্গিনীৰ অলসতা আজি আপোনাৰ অনেক কামত ব্যাঘাত ঘটাতে পাৰে। আপোনাৰ ভালপোৱাৰ লগত বিশেষ কিছু কথাত আপোনাৰ সম্পৰ্কত জঞ্জাল হব পাৰে ।

আপোনাৰ আজিৰ দিনটোৰ শুভ স্ংখ্যা : 1



বৃষ ৰাশি (11 জুলাই, 2020)
আপোনাৰ আজি শক্তিৰ প্ৰাচুৰ্যতা থাকিব- কিন্তু কামৰ চাপ আপোনাৰ বিৰক্তৰ কাৰণ হব । আজি, আৰ্থিক সুবিধা পোৱাৰ সম্ভাবনা আছে । আপোনাৰ সুন্দৰ ব্যবহাৰ পাৰিবাৰিক জীবনক আলোকিত কৰিব ।  প্ৰেমৰ বাবে আজিৰ দিনটো যথেষ্ট জটিল। আপুনি আজি আপোনাৰ সন্তানৰ সময়ৰ সঠিক ব্যবহাৰ কৰাৰ পৰামৰ্শ দিয়াৰ ভাল সময় । আপুনি আপোনাৰ স্ত্ৰীৰ  মনোযোগৰ অভাব অনুভব কৰিব পাৰে ।

আপোনাৰ আজিৰ দিনটোৰ শুভ স্ংখ্যা : 1




মিথুন ৰাশি (11 জুলাই, 2020)
ব্যস্ত সময়সূচী সত্ত্বেও স্বাস্থ্য সুন্দৰ থাকিব । আজি, আপুনি বেয়া হয় থকা বৈদ্যুতিন সামগ্ৰী ঠিক কৰাৰ বাবে আপোনাৰ টকা ব্যয় হব পাৰে । আপোনাৰ সাহসৰ বাবে প্ৰেমত  জয়ী হব । এটা বিশেষ প্ৰচেষ্টাৰ বাবে দিনটো আপোনাৰ বিবাহিত জীৱনৰ ভাল দিন হব পাৰে।

আপোনাৰ আজিৰ দিনটোৰ শুভ স্ংখ্যা : 8




কৰ্কট ৰাশি (11 জুলাই, 2020)
আপোনাৰ আবেগপ্ৰবণ আৰু জেদী প্ৰকৃতি নিয়ন্ত্ৰণ কৰবলৈ চেষ্টা কৰক আজি । আজি আপুনি যথাযথ ভাবে টকা সংৰক্ষণ কৰিবলৈ সক্ষম হব । তাৰ বাবে আপোনাৰ সঙ্গী সহায়ক আৰু সাহায্যকাৰী হব । প্ৰাণোচ্ছল হাঁহিপূৰ্ণ এটা দিন হব পাৰে  আজি আপোনাৰ । বিবাহিত দম্পতিৰ একেলগে বসবাস কৰিলে অত্যাধিক ৰোমান্টিক হব । আজি আপুনি বিশেষ কাৰোবাক মিচ কৰিব পাৰে ।

আপোনাৰ আজিৰ দিনটোৰ শুভ স্ংখ্যা : 2



সিংহ ৰাশি (11 জুলাই, 2020)
আপোনাৰ শক্তি পুনৰুদ্ধাৰ কৰিবলৈ সম্পূৰ্ণ বিশ্ৰামৰ প্ৰয়োজন হব আজি আপোনাক । যদিও আপোনাৰ আৰ্থিক অৱস্থা উন্নত হৈছে, কিন্তু টকা সোনকালে খৰচ হব ।   প্ৰেমৰ জীৱন ভাল দিশে গতি লব । সন্তানে  আপোনাক সময় দিব নোৱাৰাৰ বাবে  অভিযোগ কৰিব  পাৰে ।  আপুনি আপোনাৰ স্ত্ৰীৰ পৰা বিশেষ মনোযোগ পাব । 

আপোনাৰ আজিৰ দিনটোৰ শুভ স্ংখ্যা : 1



কন্যা ৰাশি (11 জুলাই, 2020)
নিজকে আজি আশাবাদী হব । ভয়, ঘৃণা, হিংসা আৰু প্ৰতিশোধক প্ৰশ্য়য় নিদিব । আপুনি এটি উত্তেজনাপূৰ্ণ নতুন পৰিস্থিতিৰ সম্মুখীন হব পাৰে । পৰিবাৰৰ সদস্যই আপোনাৰ জীবনত এক বিশেষ স্থান অধিকাৰ কৰিব পাৰে । আপোনাৰ সঙ্গীৰ লগত বাহিৰলৈ গলে যথাযথভাবে আচৰণ কৰিব । শৰীৰ কিছু অসুস্থতা হব পাৰে।

আপোনাৰ আজিৰ দিনটোৰ শুভ স্ংখ্যা : 8



তুলা ৰাশি (11 জুলাই, 2020)
আপোনাৰ মন ভাল দিশৰ প্ৰতি আগ্ৰহী হব । আজি আপোনাৰ উচৰত উপস্থাপিত বিনিয়োগ স্কিমসমুহক  দুইবাৰ ভাবা উচিত। নাতি নাতনিৰ পৰা প্ৰাচুৰ্যপূৰ্ণ আনন্দ পাব । আপোনাৰ প্ৰণয়ীক সমস্ত দিন মাৰাত্মকভাবে আপুনি মিচ কৰিব। আজি আপুনি এটি চাৰপ্ৰাইজ পৰিকল্পনা কৰক আৰু আপোনাৰ জীবনৰ সকলোতকৈ সুন্দৰ দিন তৈয়াৰ কৰক । প্ৰেমত আজি শুভ । আজি আপুনি সততাপুৰ্ণ হব । 

আপোনাৰ আজিৰ দিনটোৰ শুভ স্ংখ্যা : 1



বৃশ্চিক ৰাশি (11 জুলাই, 2020)
বাহিৰৰ খেলাধূলাই আপোনাক আকৰ্ষণ কৰিব আজি ।  ধ্যান আৰু যোগ লাভজনক হব । আপোনাৰ ভাই-ভনীৰ সহায়ত আজি আপুনি আৰ্থিক সুবিধা অৰ্জন কৰিব পাৰিব। প্ৰেমৰ শক্তিয়ে আপোনাক ভালোপোৱাৰ এটা নতুন দিশ প্ৰদান কৰিব।  আপুনি কিছু বেয়া খবৰ শুনিবলৈ পাব পাৰে ।

আপোনাৰ আজিৰ দিনটোৰ শুভ স্ংখ্যা : 3



ধনু ৰাশি (11 জুলাই, 2020)
 আপোনাৰ স্ত্ৰীৰ বাবে আপুনি প্ৰশংসা পাব আৰু সৌভাগ্য অনুভৱ কৰিব ।   অত্যাধিক মোহে  সৰ্বনাশ প্ৰমাণিত হব পাৰে । কিছু আইনি পৰামৰ্শৰ বাবে  কোনো আইনজীবীৰ ওচৰলৈ যোৱাৰ পক্ষে ভাল দিন । ছাত্ৰৰ যি বিষয়ত দুৰ্বল আজি আপুনি আপোনাৰ গুৰুৰ লগত সেই বিষয় সম্পৰ্কে কথা পাতিলে ভাল ফল পাব ।

আপোনাৰ আজিৰ দিনটোৰ শুভ স্ংখ্যা : 9




মকৰ ৰাশি (11 জুলাই, 2020)
আপুনি আপোনাৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগিব আজি ।   প্ৰেমত শুভ ।  শৈশবকালত পছন্দ কৰা কামবোৰ আজি কৰা দিন । আজি প্ৰেমিকাৰ উপৰত বেচি  জোৰ নিদিব । সম্পৰ্ক চিন্ন হব পাৰে । বিদ্যাত ভাল । সন্তানৰ মাধ্যম ।

আপোনাৰ আজিৰ দিনটোৰ শুভ স্ংখ্যা : 9




কুম্ভ ৰাশি (11 জুলাই, 2020)
আপোনাৰ স্বাস্থ্যৰ প্ৰতি যত্নশীল হওঁক । টকাৰ অভাবত আজি পৰিবাৰৰ সৈতে মতবিৰোধ হব পাৰে ।   কোনো লোকৰ দ্বাৰা ভাল খবৰ আহিব পাৰে ।   ঘৰৰ সমস্যা অইনৰ আগত বেচি কৈ নুফুৰিব আজি ।    কিছুমানে আজি আপোনাৰ পথপ্ৰদৰ্শন কৰিব পাৰে ।  আজি কোনো সহকৰ্মী আপোনাক কিছু সহায়ক পৰামৰ্শ দিব পাৰে ।

আপোনাৰ আজিৰ দিনটোৰ শুভ স্ংখ্যা : 7




মীন ৰাশি (11 জুলাই, 2020)
আপোনাৰ আত্মবিশ্বাস আৰু শক্তি আজি খুব বেচি হব । বিবাহিত দম্পতিৰ আজি সন্তানৰ পঢ়াশুনাৰ বাবে চিন্তিত হব ।   আপোনাৰ ভালপোৱা জনে আপোনাক বিস্ময়কৰ খবৰ দিব ৷  আজি আপোনাৰ প্ৰেমিক ভাল মেজাজত থাকিব ।

আপোনাৰ আজিৰ দিনটোৰ শুভ সংখ্যা : 5




Post a Comment

0 Comments