ভাৰতীয় স্মাৰ্টফোন নিৰ্মাতা company Micromax, Karbonn আৰু Lava ই মুকলি কৰিব ভাৰতত নতুন smartphone


ভাৰতীয় স্মাৰ্টফোন নিৰ্মাতা company Micromax, Karbonn আৰু Lava ই মুকলি কৰিব ভাৰতত নতুন smartphone  । যাৰ বাজেট হব middle rangeৰ । লক্ষ্যনীয় এই কোম্পানী সমুহে ei phone সমুহ Anti china sentiment ত বনোৱা হৈছে বুলি জানিব দিছে  ।

micromsx ৰ tweeter handle ৰ পৰা জানিব পৰা গৈছে যে নতুন ফোন প্ৰস্তুত কৰিবলৈ  company য়ে যাৱতীয় কাম কাজ অব্যাহত ৰাখিছে  আৰু অতি সোনকালে তেওলোকে নতুন ফোন মুকলি কৰিব ।  আনহাতে tweeter handle ত কোৱা হৈছে যে কোম্পানীয়ে primium featureৰ সৈতে তেওলোকে এই ফোন মুকলি কৰিব  আৰু এইয়া বাজেট friendly হব  । উল্লেখ যোগ্য কথা  এইটোৱেই যে Micromax কোম্পানীয়ে last ফোন নিৰ্মান কৰি উলিয়াইছিল 2019 চনৰ অক্টোবৰ মাহত ।



এটা report অনুসৰি micromax companye জুলাই মাহত তিনিটা smartphone মুকলি কৰিব যাৰ দাম দহ হাজাৰৰ ভিতৰত হব ।

উল্লেখযোগ্য Karbon Mobiles ৰ ক্ষেত্ৰত  এটা interviw অনুসৰি company ৰ  executive director Sashin Devsarre য়ে জনাইছে যে অহা চেপ্তেম্বৰ মাহত তেওঁলোকে নতুন smartphone ভাৰতীয় বজাৰত মুকলি কৰিব । companye জানিব দিয়া মতে  তেওঁলোকে একেটা সময়ত দুটা  smartphone lounch কৰিব যাৰ দাম 10,000 টকাৰ ভিতৰত থাকিব . company তেওলোকৰ নতুন phone সমুহৰ কাৰনে  UI DEPOLOvE কৰি আছে আৰু ভাৰতীয় PRIPENT লৈ সলনি কৰিব লগতে data privacy আৰু data চিকৰ্টিত বেচি গুৰুত্ব দিব । অৱশ্য লক্ষনীয় যে company এ এনেবোৰ তথ্যৰ ওপৰি আন একো তথ্য জানিব দিয়া নাই গ্ৰাহক সকলক ।


আনহাতে  Lava   মবাইলৰ ক্ষেত্ৰত Lava  ক  Z66 Geekbench listing ত দেখা গৈছে আৰু ইয়াতেই তেওঁলোকে নতুন স্মাৰ্টফোন মুকলি কৰা হব বুলি জানিব পৰা গৈছে ।   Geekbench listing ৰ অনুসৰি এই ফোনটোত  3GB ram থাকিব আৰু ই android 10 ত কাম কৰিব । এই ফোন টো  Unisoc processer ত চলিব আৰু ইয়াৰ Clock speed 1.20Ghz  হব  . 


গতিকে এইখিনি হৈছে  ভাৰতীয় স্মাৰ্টফোন নিৰ্মাতা company Micromax, Karbonn আৰু Lava ৰ ফালৰ পৰা অহা নতুন লেটেষ্ট টেক আপডেট ।

Post a Comment

0 Comments