Reliance Jio ই Video conferencing app Zoom ৰ সৈতে সমকক্ষ হবলৈ Jio Meet service lounch কৰিলে

Reliance Jio ই Video conferencing app Zoom ৰ সৈতে সমকক্ষ হবলৈ Jio Meet service lounch কৰিলে । Mukesh Ambani ৰ telecom company এ শুক্ৰবাৰে ৰাতি Video conferencing app ক অতি ধুমধামেৰে  lounch কৰিলে আৰু এই   service টো app ৰ ৰুপ লৈ Google Play আৰু App Store ত উপলব্ধ হৈ গৈছে । Reliance jio ই যোৱা কিছু মাহৰ পৰা  continue  Fundrage ৰ পাছত নিজৰ এই প্ৰথম ভিডিঅ কলিং product মুকলি কৰিলে যি  Zoom, Google Meet, Microsoft Teams ৰ দৰে অন্য লোকপ্ৰিয় Video conferencing tools ৰ লগত ফেৰ মাৰিব ।

Jio Meet direct call একেলগে 100 জন মানুহ মিটিং বা ভিডিঅ ক'ল কৰিব পাৰিব । Reliance Jio ৰ অনুসৰি এই App Enterprise-Grade Host Control date  হয় । ইয়াত আপুনি  phone number বা email ID ৰে sign up কৰিব পাৰিব আৰু  HD quality ত meetings বা video call  কৰিব পাৰিব ।
আৰু ইয়াৰ ব্যৱহাৰ সম্পুৰ্ণ বিনামুলীয়া হব আৰু ইয়াক প্ৰতিদিনে unlimited ক'ল কৰিব পাৰিব ।  ইয়াৰ ওপৰি  meetings ত pasword ৰ দ্বাৰা সুৰক্ষিত ৰাখিব পাৰিব আৰু  zoom App ৰ দৰে waiting room feature ও ইয়াত দিয়া থাকিব ।


Jio Meet টো browser  যেনে Chrome বা Firefox তহে  উপলব্ধ নহয় ইয়াক application ৰ ৰুপতো Windows, Mac, iOS আৰু Android তটো পাব । আৰু আপুনি ইয়াৰ  link জিঅ'ৰ official websiteত পাই যাব ।

এই platform ৰ interface বহুত সৰল বাবে কৰা হৈছে । JioMeet ব্যৱহাৰকাৰীয়ে app টোৰ দ্বাৰা ৫ টা  device ত Multi-device login কৰিব পাৰিব আৰু  call ত থাকোতে  device টো অতি সহজে switch কৰিব পাৰিব । ইয়াত Safe driving mode নামৰ এটা feature ও আছে আৰু ইয়াত  screen sharing ৰ দৰে basic সুবিধাও পোৱা যাব  ।


গতিকে এইখিনি হৈছে Jio ৰ ফালৰ পৰা অহা আজিৰ টেক নিউজ ।

Post a Comment

0 Comments