liance Jio ই Video conferencing app Zoom ৰ সৈতে সমকক্ষ হবলৈ Jio Meet service lounch কৰিলে
Reliance Jio ই Video conferencing app Zoom ৰ সৈতে সমকক্ষ হবলৈ Jio Meet service lounch কৰিলে । Mukesh Ambani ৰ telecom company এ শুক্ৰবাৰে ৰাতি Video conferencing app ক অতি ধুমধামেৰে lounch কৰিলে আৰু এই service টো app ৰ ৰুপ লৈ Google Play আৰু App Store ত উপলব্ধ হৈ গৈছে । Reliance jio ই যোৱা কিছু মাহৰ পৰা continue Fundrage ৰ পাছত নিজৰ এই প্ৰথম ভিডিঅ কলিং product মুকলি কৰিলে যি Zoom, Google Meet, Microsoft Teams ৰ দৰে অন্য লোকপ্ৰিয় Video conferencing tools ৰ লগত ফেৰ মাৰিব ।
Jio Meet direct call একেলগে 100 জন মানুহ মিটিং বা ভিডিঅ ক'ল কৰিব পাৰিব । Reliance Jio ৰ অনুসৰি এই App Enterprise-Grade Host Control date হয় । ইয়াত আপুনি phone number বা email ID ৰে sign up কৰিব পাৰিব আৰু HD quality ত meetings বা video call কৰিব পাৰিব । আৰু ইয়াৰ ব্যৱহাৰ সম্পুৰ্ণ বিনামুলীয়া হব আৰু ইয়াক প্ৰতিদিনে unlimited ক'ল কৰিব পাৰিব । ইয়াৰ ওপৰি meetings ত pasword ৰ দ্বাৰা সুৰক্ষিত ৰাখিব পাৰিব আৰু zoom App ৰ দৰে waiting room feature ও ইয়াত দিয়া থাকিব ।
0 Comments