ভাৰতীয় brand shinco কোম্পানীয়ে মুকলি কৰিব 4k HDR LED S43 UQLS TV


ভাৰতীয় brand shinco কোম্পানীয়ে মুকলি কৰিব 4k HDR LED S43 UQLS TV. যাৰ দাম হব  20999 টকা ।  বৰ্তমান এই টিভি টো অনলাইন শ্বপিং ৱেবচাইটত উপলব্দ হোৱা নাই তাৰ পৰিৱৰ্তে এই copmpany ৰ official ৱেবৱাইট shinco.in ত উপলব্ধ কৰোৱা হৈছে । অৱশ্যে অতি সোনকালে ইয়াক amazon.in টো উপলব্ধ কৰোৱা হব বুলি অলপতে কোম্পানীয়ে জানিব দিছে ।  এই smart tv টো androiod 9 ৰ custonmme interface ৰ জড়িয়তে   android app বোৰ support কৰে . আৰু ইয়াত বিভিন্ন ধৰনৰ  conectivity ৰ feature ও দিয়া গৈছে । বৰ্তমান ভাৰতীয়   brand ৰ  smart tv ত এই টলেভিশ্বনটো উল্লেখযোগ্য টেলেভিশ্বন বুলি গণ্য কৰা হৈছে । এই স্মাৰ্ট টিভি টোত  43 ইঞ্চি full hd ডিচপ্লে দিয়া গৈছে ।  এই smart tv টোৰ specification ৰ কথা যদি কও তেন্তে কব লাগিব যে ইয়াত  43 ইঞ্চি full led display টো হৈছে 3840  × 2160 চাইজৰ । এই টিভি টো android version uniwall UI হয় যি সকলো লোকপ্ৰি

android
   apps সমুহ support কৰে । আৰু এই টিভি টোত online video stremimg হিচাপে hotster, zee5, sony liv, jio cenema, alt balaji, amazone prim vodeo, Netflix আৰু youtube আদি support কৰে । shinco টিভিটোত  2 gb ram দিয়া আছে আৰু  16gd internel space দিয়া আছে । এই  tv টো A5  quward core prosserত কাম কৰে । লক্ষনীয় এই  tv টিত তিনিটা HDMI port দিয়া আছে  আৰু 2 usb
port দিয়া আছে ।  HDR ৰ কাৰনে HDR 10 suport কৰে । এই  tv টোত audio ৰ বাবে 20 ৱাৰ্ড'ৰ redet
audio output দিয়া আছে লগতে dbx tv  audio technology দিয়া আছে ।

 

বৰ্তমান এই 43 ইঞ্চি টিভি টো মাত্ৰ টকাত মুকলি কৰি নয়ডা স্থিত    shinco company টোৱে টিভি টো বজাৰত ভাল prerform কৰিব বুলি আশা প্ৰকাশ কৰিছে । লক্ষণীয় যে shinco company এ মুকলি কৰা কৰা smart tv বোৰ সদায় বাজেট friendly হয় ।  যোৱা বছৰো এই company য়ে এটা স্মাৰ্ট টিভি  amazon ত মুকলি কৰিছিল যি বাজেট friendly বুলি আখ্যা দিয়া হৈছিল ।  বৰ্তমান এতিয়া এই company এ পুনৰ বাৰ স্মাৰ্ট টিভি মুকলি কৰিছে গতিকে আপুনি যদি বিচাৰে তেন্তে  এই smart tv টো কিনিব পাৰিব ।

গতিকে এইখিনি হৈছে shimco ৰ ফালৰ পৰা অহা আজিৰ টেক নিউজ ।

Post a Comment

0 Comments