amazoneৰ নতুন দোকান


Amazon এ ভাৰত ত তেওঁলোকৰ payment service Amazon Pay ৰ বিস্তাৰ কৰিবলৈ offline retailers মুকলি কৰিব যাৰ নাম হব Smart Stores । এই ডিজিটেল ব্যৱস্থা সম্পুৰ্ণ  contect less  সামগ্ৰীৰ লেন দেন আৰু paymentৰ লেনদেন  হব ।  এই service ত গ্ৰাহকে দোকানীৰ ওচৰত গৈ এবাৰ মাত্ৰ  QR code scan কৰিলেই পৰৱৰ্তী সময়ৰ পৰা গ্ৰাহক জনৰ মবাইলত সদায় দোকানখনৰ সকলো প্ৰডাক্টৰ তথ্য ওলাই থাকিব । অৰ্থাৎ মবাইলত সদায় দেখা পাই থাকিব দোকানখনত কি কি আছে কি কি নাই ঘৰত বহিয়েই গম পায় থাকিব  । আৰু ঘৰৰ পৰাই দোকানত থকা প্ৰয়োজনীয়  সামগ্ৰি সমুহ মবাইলটোৰ এটা ক্লিক'ৰ দ্বাৰা কিনিব পাৰিব আৰু ঘৰৰ পৰাই পেমেন্ট কৰিব পাৰিব । আৰু তেনে কৰিলে দোকানী জনে আপোনাক হোম ডেলিভাৰী চাৰ্ভিচৰ দ্বাৰা আপোনাক সামগ্ৰী ঘৰত দি থৈ আহিব ।

মুলত Amazon এ ইয়াত social distans mentain ৰ বাবে গ্ৰাহকক এই সুবিধা প্ৰদান কৰিছে বুলি কোম্পানীয়ে জানিব দিছে । কোম্পানীৰ মতে এই সুবিধাই গ্ৰাহক লগতে দোকানদ্বাৰকো অনেক লাভাম্বিত কৰি বুলি জানিব দিছে ।
কাৰন সামগ্ৰী নিৰ্বাচন কৰিবলৈ customer এতিয়াৰ পৰা দোকানৰ ভিতৰত যাব নালাগে আৰু গ্ৰাহকে ঘৰৰ পৰাই প্ৰয়োজনীয় সামগ্ৰী select কৰিব পাৰিব আৰু তেনে ফলত  social distan ও সম্পুৰ্ণ মানি চলা দৰে হব.

ভাৰতত  Amazon এ ইয়াক Smart Stores ৰ নামত service lounch কৰা  এই smart store টো company software program private ত বহুত গুৰুত্ব দিব যাতে  দোকানদাৰ জন কোনো hackingৰ দৰে digital অসুবিধাত নপৰক । লক্ষণীয় আপুনি এনেধৰনৰ অফলাইন ৰিটেলাৰ্ছত Paytm আৰু phone pay অনলাইন পেমেন্ট system দেখিছে ।  দেখাত এইয়া Smart Stores টো Paytm আৰু Phone pay দৰে একে যেন লাগিলেওঁ কিন্তু এইয়া Smart Stores টো Paytm আৰু Phone pay তকৈ সম্পুৰ্ণ বেলেগ ৰুপত কাম কৰিব ।

লক্ষণিয় এই offline retailer ৰ QR Code টো স্কেন কৰা সামগ্ৰী কিনোতে Amazon pay ৰ দ্বাৰা লগতে আন আন অনলাইন পেমেন্ট ব্যৱস্থাৰ দ্বাৰা পেমেন্ট কৰিব পাৰিব বুলি company এ জানিব দিছে ।

আনহাতে জনাই দিওঁ দে এইদৰে Amazonৰ দ্বাৰা এই ডিজিটেল লেনদেন কৰিলে গ্ৰাহক সকলে গুগুল পে বা আন আন পেমেন্ট এপ'ৰ দৰে reward বা cashback ও পাব বুলি কোম্পানীয়ে জানিবলৈ দিছে ।




গতিকে এইখিনি হৈছে Amazonৰ ফালৰ পৰা অহা আজিৰ টেক নিউজ ।

Post a Comment

0 Comments