PUBG মবাইলৰ Gamer সকলৰ বাবে ভাল খবৰ


PUBG মবাইলৰ Gamer সকলৰ বাবে ভাল খবৰ । এতিয়াৰ পৰা PUBG মবাইলৰ Gamer সকলে পাব নতুন map যাৰ নাম হব Livik । এই map বৰ্তমান beta version ত খেলিবলৈ উপলব্ধ হৈ গৈছে আৰু সোনকালে game টোৰ stable version ত অনা হব । কোম্পানীয়ে এই সম্পৰ্কত বৃহস্পতিবাৰে tweeter ত PUBG মবাইলৰ বাবে এই map টো tweet কৰি প্ৰকাশ কৰে । আৰু ইয়াৰ ওপৰি PUBG মবাইল নিৰ্মাতাই এটা interview ত ইয়াৰ বিষয়ে মহত্বপুৰ্ণ তথ্যওঁ অলপতে প্ৰকাশ কৰিছে । PUBG নিৰ্মাতা team এ  বিশেষ ৰুপত এই livik map টো মবাইল gamers সকলৰ বাবে  specially বনোৱা হৈছে ।  যিকলে  smartphone ত ঘন্টা ঘন্টা যোৰা সময় দিব নিৱাৰে এইসকলৰ উদ্দেশ্যে এই মেপটো বনোৱা হৈছে বুলি নিমার্তাই  জানিব দিছে  । নিৰ্মাতা devoloper এ এই  map টো সৰুকৈ বনোৱা হৈছে আৰু এনেদৰে  design কৰা হৈছে যে যাতে এই  game টো সোনকালে শেষ হয় যায় ।
অৰ্থাৎ এক প্ৰকাৰৰ ইয়াত PUBG Mobile ৰ Livik map টো এই সকল খেলুৱৈৰ বাবে ডিজাইন কৰিছে যাৰ বিশেষ ভাৱে গেম'ত বেছি সময়  খৰচ কৰিবলৈ হাতত টাইম নাথাকে । গতিকে এই সকল players এ যাতে নিজৰ সময়ৰ পৰা অলপ উলিয়াই এই মেপত যাতে অলপ সময় খেলি PUBGৰ আনন্দ লব পাৰে তাৰ উদ্দেশ্যে এই মেপটো বনোৱা হৈছে । লক্ষণীয় এই map টো যিহেতু সৰু  এইয়ে ইয়াত কম players এ সোমাই খেলিব পাৰিব । এই মেপটো 2x2 কিলোমিটাৰৰ হব আৰু ইয়াত একেলগে 40 জন খেলুৱৈ সোমাই খেলিব পাৰিব । আৰু ইয়াত কম খেলুৱৈ  আৰু সৰু মেপৰ কাৰনে এই Livik মেপত প্ৰত্যেক খেল মাত্ৰ 15 মিনিটৰ ভিতৰত সম্পন্ন হব বুলি কোম্পানীয়ে মত প্ৰকাশ কৰিছে।


জনাই দিওঁ যে PUBG মবাইল এ Nardik এলেকাৰ ব্যৱহাৰ  livik map  ৰ Theme ৰ ৰুপত কৰা হৈছে । এটা সৰু মেপ হোৱা পাছতো এই map টোত আকৰ্ষণীয় এলেকা  থাকিব য'ত Spring, জালামুখি আৰু জৰনা  আদি দেখা পোৱা যাব ।


গতিকে এনেবোৰৰ পৰিপেক্ষিত PUBG Mobile ত পোৱা পুৰানা মেপ বোৰৰ তুলনাত এই মেপটোত খেলিলে players সকলে ইয়াত নতুন আৰু বেলেগ ধৰনৰ experience পাব এইয়া নিশ্চিত ।

গতিকে এইখিনি হৈছে আজি দিনটোত PUBG ফালৰ পৰা অহা টেক নিউজ ।


Post a Comment

0 Comments