Facebook এ মুকলি কৰিলে Facebook Mobile appত ভাৰতীয় Avatar feature


Facebook এ মুকলি কৰিলে Facebook Mobile appত ভাৰতীয় Avatar  feature । এই  Avatar আপোনাৰ social media profileত এটা cartoon ৰ দৰে বনোৱাৰ  বিকল্প প্ৰদান কৰিব । এই feature টো এতিয়া Facebook Mobile app ত ব্যাপক ৰুপত উপলব্ধ হৈ পৰিছে । যত users সকলে স্বয়ং নিজৰ Avatar বনাব পাৰি । ইয়াত চুলিৰ বিভিন্ন style, ৰং বা শৰীৰৰ অংগ ক ভিন্ন ষ্টাইলত বনোৱাৰ সুবিধা প্ৰদান কৰা হৈছে ।  যাৰ দ্বাৰা users নিজে নিজৰ Avatar বনাব পাৰিব ।


ভাৰতত  Avatar feature বিভিন্ন face style, hair style আৰু অংগৰ ভিন্ন style সৈতে আহিছে যি ভাৰতীয় users ক  ধ্যানত ৰাখি বনোৱা হৈছে । এই Avatar ক Facebook massenger app windo টো আৰু Facebook comment ত বা  profile picture ৰ ৰুপ ব্যৱহাৰ কৰিব পাৰি । কোম্পানীৰ মতে এই feature WhatsAp messenger টো দিয়া হব বুলি জনোৱা হৈছে ।



ইয়াৰ users সকলৰ বাবে চেহেৰাৰ বৈশিষ্ট, চুলি, ৰং, out feed আদিৰ বিভিন্ন  বিকল্প প্ৰদান কৰা হৈছে । যাৰ দ্বাৰা users নিজৰ digital Avatar বনাব পাৰি ।

এই feature Android আৰু iOS দুয়োটা device ত উপলব্ধ হয় ।
 

গতিকে জানো আহক কিদৰে অৱতাৰ create কৰিব পাৰি ।


Avatar create কৰিবলৈ প্ৰথমে  Facebook app টোৰ 'Bookmarks' যাওক অথবা যিকোনো পষ্টৰ কমেন্ট বক্সলৈ যাব ।  তাত আপুনি  comment box ত ক্লিক কৰিব -

Comment box ক্লিক কৰিলে  ‘smiley' option পাব তাত ক্লিক কৰিব লাগিব । তাৰেই  ‘stickers' বুলি দেখা পাব তাত  ক্লিক কৰি “Make your Avatar” টোত ক্লিক কৰিব । তাৰ পাছত অৱতাৰ বনাবলৈ option পাই যাব আৰু তাত Avatar বনাব পাৰিব ।

জনাই দিওঁ যে এই Avatar  Facebook Messenger app টো একেটা পদ্ধতিত বনাব পাৰিব ।  বৰ্তমান  Avatar বনোৱা feature টো কেৱল messenger app ৰ Android version ত হে উপলব্ধ হৈ আছে । 

Facebook Avatar টো বিশেষকৈ ভাৰতীয় cultureৰ লগত খাপ খুৱাকৈ  বনোৱা হৈছে ।এই  feature টোত kurta, shari, shoot, পাগুৰি আৰু  লুঙি বনাবলৈ বিকল্প দিয়া হৈছে ।   ইয়াত আৰু এটা বিকল্প আছ যে যত   users সকলে selfie camera ৰ দ্বাৰা নিজৰ ফটো তুলি  Avatar বনাব পাৰি ।

গতিকে এইখিনি হৈছে ফেচবুকৰ পৰা অহা আজিৰ টেক নিউজ । 

Post a Comment

0 Comments