অজি ১২ জুলাই দেও বাৰ । আজিৰ ৰাশিফল । daily assamese horoscope
মেঘ ৰাশি (12 জুলাই, 2020)
স্বাস্থ্য ভালে থাকিব ।আজি আপোনাৰ আৰ্থিক অৱস্থা ভালে থাকিব কিন্তু ধ্যান দিব যে যাতে অযথা খৰছ নকৰা । ঘৰৰ আনন্দিত পৰিৱেশে আপোনাৰ মনটো ভাল কৰি ৰাখিব । আপুনি এই আনন্দিত পৰিৱেশত ভাগ লওক । আজি আপোনাৰ প্ৰেমক ব্যক্ত কৰাৰ ভাল দিন । আপোনাৰ জীৱন স্ংগীয়ে আজি আপোনাৰ বাবে বহুত ভাল লগা কাম কৰিব । আজি আপুনি যিকোনো বিদেশী ভাষা শিকিলে ভাল ফল পাব ।
বৃষ ৰাশি (12 জুলাই, 2020)
আপুনি কাৰো সহায় নোলোৱাকৈ আজি টকা উপাৰ্জণ কৰিব পাৰিব। বহু দিনৰ পৰা হয় থকা ৰোগ আজি আপুনি ভাল পাব । সন্তানে আপোনাৰ দিনটো কঠিন কৰি তুলিব পাৰে । আপুনি আজি বহুত প্ৰভাৱ শালী ব্যক্তিক লগ পাব পাৰে ।
মিথুন ৰাশি (12 জুলাই, 2020)
মাটি সম্পৰ্কে বিবাদ হৈ ধন খৰছ হব পাৰে । ওচৰৰ বন্ধুৱে আপোনাক নাৰাজ হব পাৰে । এই ৰাশিৰ লোকে আজি মাদক দ্ৰব্যৰ পৰা দূৰত থকা উচিত । সৰু ব্যৱহায়ীৰ আজি লাভাম্বিত হোৱা দিন । আপোনাৰ জীৱন সংগীৰ আচৰনত আপুনি আজি মুগ্ধ হব । বিদ্যত শুভ ।
আপোনাৰ আজিৰ দিনটোৰ শুভ সংখ্যা - ৪
যি অনুভূতিবোৰ আপোনাক অনুপ্ৰাণিত কৰে সেইবোৰকে চিহ্নিত কৰক । ভয়, সন্দেহ, ৰাগ, লোভ ইত্যাদি নেতিবাচক ভাবনাবোৰ আজি এৰাই চলক । আপুনি আজি যথেষ্ট পৰিমাণে টকা পইচাৰ অধিকাৰী হব আৰু তাৰ বাবে মানসিক শান্তিত থাকিব। সন্তানে আপোনাক ঘৰৰ কাম সম্পূৰ্ণ কৰিবলৈ সাহায্য কৰিব । যদি আপুনি কিছু প্ৰেম ভালপোৱা ভাগ কৰে তেনেহলে আপোনাৰ প্ৰণয়ী আপোনাৰ বাবে আজি এটা দেবদূতে পৰিণত হব। আপোনাৰ পথত যিয়েই আহিব তাৰ প্ৰতি বিনীত আৰু কমনীয় হব । আজি আপুনি কাৰো লগত নাথাকিলেও আপুনি সম্পুৰ্ণ দিন আনন্দ উপভোগ কৰিব পাৰিব ।
উচ্চ প্ৰফাইলৰ মানুহৰ লগত দেখা হব পাৰে তেতিয়া আত্মবিশ্বাস নেহেৰুৱাব । পৰিবাৰৰ প্ৰয়োজনীয়তা অনুসৰি আপুনি আপোনাৰ স্ত্ৰীৰ লগত কিছু মূল্যবান সময় দিব । পাৰিবাৰিক সমস্যাবোৰক অগ্ৰাধিকাৰ দিবলৈ চেষ্টা কৰিব । এই বিষয়ত কোনো বিলম্ব নকৰি আপোনাৰ আলোচনাৰ প্ৰয়োজন । তেনে কৰিলে গৃহস্থ্য জীবন মোকাবিলা কৰা সহজসাধ্য হব আৰু আপোনাৰ পৰিবাৰৰ সদস্যক প্ৰভাবিত কৰিবলৈ আপোনাৰ কোন অসুবিধা নহব । এটা বিশেষ দিন পৰিণত কৰিবলৈ সামান্য উদাৰতা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিব ।
টকা পইচা আজিৰ পৰা সঞ্চয় কৰা আৰম্ভ কৰা উচিত। আপোনাৰ সন্তানসন্ততিৰ বাবে কিছু বিশেষ পৰিকল্পনা কৰক।যাতে আপোনাৰ পৰিকল্পনাবোৰ বাস্তবধৰ্মী হয় তাক নিশ্চিত কৰক, যাতে সেইবোৰ আপুনি পূৰণ কৰিব পাৰে। বিবাহিত দম্পতি একলগে বসবাস কৰক আজি । সততাৰে সৈতে কাম কাম কৰক আজি । ভাল ফল দিব ।
এটা আনন্দৰ সংবাদ পাব পাৰে । মাটি বাৰী সংক্ৰাতত মোকবিলা হব পাৰে । বৈবাহিক বন্ধনত প্ৰবেশ কৰাৰ বাবে ভাল সময়। আপোনাৰ অতীতৰ কানোবা বন্ধু বান্ধৱীয়ে যোগাযোগ কৰিব পাৰে । আজি আপুনি আপোনাৰ স্ত্ৰীৰ লগত অনেক টকা ব্যয় কৰিব । আজি আপোনাৰ আত্মীয়ৰ লগত দেখা কৰি আপুনি আপোনাৰ সামাজিক বাধ্যবাধকতাবোৰ পূৰণ কৰিব পাৰে।
আপোনাৰ সন্তানৰ কাৰণে আজি আপুনি টকা পইচাৰ পাব পাৰে। যি আপোনাক খুব আনন্দিত কৰিব । আপোনাৰ ঘৰত শান্তি আনিবলৈ ঘনিষ্ঠ সহযোগিতা আগবঢ়াওক । আজি আপুনি নিজকে কেন্দ্ৰবিন্দু হয় উঠা দেখিব যাৰ বাবে আপোনাৰ কাৰো সহায়তা বা স্বীকৃতি নালাগিব । আপোনাৰ জীৱনৰ প্ৰেম ভালপোৱাত বিস্ময়কৰ অভিজ্ঞতা পাব পাৰে । পুৰনা বন্ধুৰ লগত দেখা হব পাৰে ।
আজি ঋণ মুক্ত হব পাৰে । আপোনাৰ প্ৰিয়জনৰ মাধ্যমত সুখ- সাচ্ছন্দ্য আৰু পৰমানন্দ পাব । এই ৰাশিৰ জাকত জাতিকাবোৰ আজি নিজৰ বাবে বেচ কিছু সময় পাব । আপুনি এই সময়ৰ ব্যবহাৰ আপোনাৰ ইচ্ছা মতে কৰিব । আপোনাৰ ভবিষ্যতক লৈ চিন্তা ক্লিষ্ট হব পাৰে । উদ্বেগেৰ বাবে আপোনাৰ শক্তি অপচয় নকৰিব আজি । আপুনি আজি অলপ সৃজনিশীলো হব পাৰে ।
আপোনাৰ স্বযত্নশীলতাত সপোন পুৰ হব পাৰে । কিন্তু আপোনাৰ উত্তেজনা নিয়ন্ত্ৰণত ৰাখিব লাগিব । খুব বেচি আনন্দ কিছু সমস্যাৰ কাৰণ হব পাৰে। টকা পইচা সম্পৰ্কিত কোনো সমস্যা আজি সমাধান হব পাৰে আৰু আপুনি আৰ্থিক সুবিধা অৰ্জন কৰিব পাৰে। পিতৃ মাতৃৰ স্বাস্থ্যৰ উন্নতি হব । আপোনাৰ স্ত্ৰীৰ এটা কামে আপুনাক অসুবিধা বোধ কৰিব পাৰে। কিন্তু পাছত আপুনি উপলপব্ধি কৰিব যে ই এটা ভালৰ বাবেই আছিল।
আজি আপোনাৰ প্ৰকৃত সম্ভাবনা উপলব্ধি কৰা দিন । নিজৰ শক্তিক বুজা দিন । চাকৰীৰ ভাল খবৰ আহিব পাৰে অজি আপোনাৰ । আৰ্থিক অবস্থাও উন্নতি হব পাৰে । আপোনাৰ পৰিবাৰৰ বাবে মহান আৰু উপযুক্ত হোৱাৰ দিন । প্ৰেমত শুভ । আজি আপুনি নিজৰ বাবে যথেষ্ট সময় পাব ।
আপোনাৰ আজিৰ দিনটোৰ শুভ সংখ্যা - 3
আজি আপোনাৰ আশা পূৰ্ণ দিন । কোনো পুৰনা বন্ধু আজি আপোনাকে আৰ্থিক সাহায্য বিচাৰিব পাৰে। কামৰ চাপ বৃদ্ধি পাব পাৰে । ঘৰৰ সমস্যাই আপোনক অত্যন্ত ভাবপ্ৰবণ কৰি তুলিব । এই ৰাশিৰ ছাত্ৰ ছাত্ৰীৰ আজি পঢ়াত মন বহিব । আপোনাৰ ব্যস্ত সময়সূচীৰ বাবে আপোনাৰ স্ত্ৰী আজি গুৰুত্বহীন বোধ কৰিব পাৰে ।
0 Comments