দৈনিক অসমীয়া ৰাশিফল - Daily assamese horoscope

দৈনিক অসমীয়া ৰাশিফল -  Daily assamese horoscope




আজি ০৯ জুলাই ২০২০ চনৰ বহস্পতিবাৰ । আহক জানো আজিৰ দৈনিক অসমীয়া ৰাশিফল -  Daily assamese horoscope



মেষ ৰাশি (9 জুলাই, 2020)

আপোনাৰ স্ত্ৰীৰ স্বাস্থ্য উদ্বেগৰ কাৰণ হব পাৰে। আৰ্থিকভাবে, আপুনি সবল থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপকাৰী স্থানৰ কাৰণে আপুনি আজি অৰ্থ উপাৰ্জনৰ অসংখ্য সুযোগ  পাব । লৰা ছোৱালীৰ পঢ়াশুনাৰ বাবে চিন্তা কৰাৰ কোন প্ৰয়োজন নাই। এই মুহুৰ্তত আপুনি নিশ্চয়ই কিছু সমস্যাৰ মুখামুখি হৈছে কিন্তু এইয়া সাময়িক আৰু সময়ৰ লগত নাইকীয়া হয় যাব । আপুনি আপোনাৰ প্ৰি়য়জনক অতীতৰ উদাসীনতাৰ বাবে ক্ষমা কৰি আপোনাৰ জীবনক মূল্যবান কৰি তুলিব পাৰিব আজি । চাকৰিৰ সম্ভাবনাই ইতিবাচক ফল দিব । সাক্ষাত্কাৰ চলিলে আপুনি আপোনাৰ ধৈৰ্য্য বজাই ৰাখি নিজকে আত্ম - প্ৰকাশ কৰিব লাগিব । এই ৰাশিচক্ৰৰ শিশুৰ আজি খেলাধুলাত দিন কটালে আঘাতৰ সম্ভাবনা থাকিব এইয়ে  পিতৃ-মাতৃই তাৰ বাবে মনোযোগ দিয়া উচিত।

আপোনাৰ আজিৰ শুভ সংখ্যা: ১




বৃষ ৰাশি (9 জুলাই, 2020)

আপোনাৰ অসাধাৰণ প্ৰচেষ্টা আৰু পৰিবাৰৰ সদস্যৰ সময়মতে সমৰ্থনৰ ফলত আপুনি আখাঙ্খিত ফলাফল পাব পাৰিব । কিন্তু  মনোবল বৰ্তাই ৰাখি আপুনি কঠিন কাম কৰিব লাগিব । আপুনি এটি উত্তেজনাপূৰ্ণ নতুন পৰিস্থিতিৰ সম্মুখীন হব পাৰে, যি আপোনাক আৰ্থিকভাবে লাভবান কৰিব পাৰে। আপোনাৰ পৰিবাৰৰ সদস্যৰ প্ৰতি আপোনাৰ আধিপত্য বিস্তাৰকাৰী মনোভাবে আপোনাক অনৰ্থক যুক্তিতৰ্কৰ সৃষ্টি কৰিব পাৰে আৰু সমালোচনাৰ প্ৰাত্ৰ হব পাৰে। প্ৰেমৰ জীৱন গতিশীল হব ।  সময়ৰ ভঙ্গুৰতা উপলব্ধি কৰি আজি আপুনি মানুহৰ পৰা  দূৰত্ব ৰাখি নিৰ্জন সময় কাটাবলৈ পছন্দ কৰিব।  বিবাহৰ বাবে উজ্জ্বল দিন ।

আপোনাৰ আজিৰ শুভ সংখ্যা: 9




মিথুন ৰাশি (9 জুলাই, 2020)

আজি আপোনাৰ মানসিক স্বাস্থ্য ৰক্ষা কৰক । ঘৰত কোনো অনুষ্ঠানৰ আয়োজনৰ কাৰণে আপোনাৰ আজি প্ৰচুৰ অৰ্থ ব্যয়  হব পাৰে । যি আপোনাৰ আৰ্থিক অৱস্থাৰ ওপৰত নেতিবাচক প্ৰভাব পেলাব পাৰে। অফিচৰ কামত আপোনাৰ অত্যাধিক মন থকা কাৰণে আপোনাৰ স্ত্ৰীৰ লগত সম্পৰ্ক আন্তৰিকতাহীন হয় উঠিব । প্ৰেমৰ ক্ষেত্ৰত বেদনাই আজি আপোনাক শুবলৈ নিদিব । ৰাতি  অফিচৰ পৰা  ঘৰ অহাৰ সময়ত আজি আপুনি সাৱধানে গাড়ি চলোৱা দৰকাৰ ।  আজি, আপুনি আপোনাৰ প্ৰেমিক প্ৰেমিকাৰ  ভালপোৱাৰ বাবে প্ৰচুৰ সময় পাব । 

আপোনাৰ আজিৰ শুভ সংখ্যা: 7




কৰ্কট ৰাশি (9 জুলাই, 2020)

আজি আপোনাৰ এই সকল লোকক পৰিচিত হোৱাৰ দিন যাক আপুনি ভাল পায় । আজি আপোনাৰ ঘৰত টাকাপইচা এটা নিৰাপদ স্থানত ৰাখক ।  আপোনাৰ জ্ঞান তৃষ্ণাই আপোনাক নতুন বন্ধু গঢ়াত সহায় কৰিব ।  আপুনি আজি আপোনাৰ সৰল ভালপোৱাত  চমকপ্ৰদ কাৰ্যকলাপৰ উপস্থিতি দেখিব পাৰে । সিদ্ধান্ত লোৱাৰ সময়ত অহংকাৰ আপুনি আহিব নিদিব - বেলেগৰ বক্তব্যও শুনিব । আপোনাৰ পথত যি আহিব তাৰ প্ৰতি বিনীত আৰু কমনীয় হব । আপুনি আজি বিশ্বৰ সকলোতকৈ ধনী লোক যেন বোধ কৰিব কাৰণ আপোনাৰ স্ত্ৰীয়ে এইৰধৰনৰ আচৰণ আপোনাক কৰিব ।

আপোনাৰ আজিৰ শুভ সংখ্যা: 2





সিংহ ৰাশি (9 জুলাই, 2020)

আজি আপুনি আপোনাৰ আবেগ নিয়ন্ত্ৰণ কৰিব আৰু  যিমান পাৰে  আপুনি ভয় নাখাবলৈ চেষ্টা কৰিব ।  কাৰণ আজি তাৎক্ষণিকভাবে আপোনাৰ স্বাস্থ্যৰ প্ৰতি বেয়া দিশ প্ৰভাবিত হোৱাৰ সম্ভাবনা আছে আৰু ভাল স্বাস্থ্য উপভোগত আপোনাৰ প্ৰতিবন্ধকতা আহিব পাৰে । নতুন কিবা চুক্তি থাকিলে এইয়া লাভজনক হব পাৰে কিন্তু আকাঙ্খিত অনুযায়ী লাভ নহব ।  টকা পইচা কতবাই বিনিয়োগৰ সময়ত কোন ধৰনৰ হঠকাৰী সিদ্ধান্ত নলব । আপোনাৰ মা দেউতাৰ আগত আপোনাৰ উচ্চাকাঙ্খা প্ৰকাশ কৰাৰ আজি সঠিক সময়। তেওঁলোকে আপোনাক পূৰ্ণ সহায় কৰিব । তাৰ বাবে আপুনিওঁ মনোযোগ দিয়াবলৈ অলপ কিছু  কঠোৰ পৰিশ্ৰম কৰিব লাগিব ।   কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মৰাজি আজি আপোনাৰ পক্ষে থাকিব । আজি নিজৰ বাবে  আপুনি জীবন সঙ্গীৰ লগত কতবাই ঘুৰিব পাৰে ।

আপোনাৰ আজিৰ শুভ সংখ্যা: 9




কন্যা ৰাশি (9 জুলাই, 2020)

আপুনি আপোনাৰ ইতিবাচক মনোভাব আৰু আত্মবিশ্বাসৰ বাবে আপোনাৰ চাৰিওপাশৰ মানুহৰ মনত চাপ পেলাবলৈ সক্ষম হব । অৰ্থনৈতিক দিশটো শক্তিশালী হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কোনো ব্যক্তিকে টকা ধাৰ দিছে তেন্তে আপুনি আজি সেই টকা ঘুৰাই পোৱাৰ আশা আছে ।   কোনো পুৰনা বন্ধু আপোনাক সন্ধ্যা সময়ত ফোন কৰি মধুৰ স্মৃতি ঘুৰাই আনিব পাৰে । প্ৰেমত সম্মুখীন হোৱা অন্তত্য উদ্দেকজন কথাবোৰ বেচিক্ষণ নিটিকিব । দিবাস্বপ্নই  আপোনাৰ পতন  মাতিব পাৰে । নিজৰ কামক আনৰ হতুৱাই নকৰিব ।  আজি আপুনি প্ৰচুৰ আকৰ্ষণীয় আমন্ত্ৰণ পাব আৰু এটি আকস্মিক উপহাৰো আপুনি পাব পাৰে। এজন আত্মীয়, বন্ধু, বা প্ৰতিবেশী আজি আপোনাৰ বিবাহিত জীৱন মধুৰ কৰিব পাৰে ।

আপোনাৰ আজিৰ শুভ সংখ্যা: 7



তুলা ৰাশি (9 জুলাই, 2020)

আজি দুৰ্দশাত থকা লোকসকলক সাহাৰ্য্য কৰি আপোনাৰ শক্তি প্ৰদৰ্শন কৰক, আপোনাৰ বাবে ভাল হব ।  আপোনাৰ ঘৰৰ কোনো এজন লোকে আপোনাক টকা পইচাত সহায় কৰিব পাৰে ।  আজি আপোনাৰ নিজৰ অৰ্থ ব্যয় কৰাৰ পৰা অনেক প্ৰকাৰে বাচিব । ঘৰৰ উৎসবৰ বাতাবৰণে আপোনাৰ উত্তেজনা বহুত বেচি কম কৰাব । তাৰ বাবে নিশ্চিত কৰক  যে আপুনি নীৰব দৰ্শক হয় থাকে । প্ৰেম অপৰিমিত, সীমাহীন, এই ধৰনৰ কথা আগতে নিশ্চয় শুনিছে  কিন্তু এইয়া আজি আপুনি প্ৰকৃত ভাৱে অনুভৱ কৰিব।  এই ৰাশিৰ ছাত্ৰ আজি মোবাইলত প্ৰায় দিনটো নষ্ট কৰিব পাৰে।

আপোনাৰ আজিৰ শুভ সংখ্যা: 1



বৃশ্চিক ৰাশি (9 জুলাই, 2020)

বন্ধুয়ে সহায় কৰিব  আৰু আপোনাক মনতো আনন্দত ৰাখিব । আপুনি টকা পইচা অতিৰঞ্জিত ব্যয় কৰাৰ পৰা বিৰত থাকিব ।  আত্মীয়ৰ সৈতে সময় কটালে আপোনাৰ ক্লান্তি দুৰ হব । প্ৰেমত হতাশ হব  পাৰে ।  দিনৰ সময়ত আপোনাৰ  স্ত্ৰীৰ লগত আপোনাৰ তৰ্ক হব পাৰে, কিন্তু ৰাতিলৈ এইয়া তিস্মিত হয় যাব।

আপোনাৰ আজিৰ শুভ সংখ্যা: 3




ধনু ৰাশি (9 জুলাই, 2020)

আপোনাৰ বাবে আজি ধ্যান আৰু আত্ম-উপলব্ধি লাভজনক প্ৰমাণিত হব। আপোনাৰ ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক আৰু অফিচৰ প্ৰত্যেকৰ লগত ভাল ব্যৱহাৰ কৰক । এই পথটোৰ পৰা বিচ্যুত হলে আপোনাৰ  আৰ্থিক পৰিস্থিতিৰ অনতি ঘটিব পাৰে । আপোনাৰ স্ত্ৰীৰ স্বাস্থ্য কিছু দুশ্চিন্তাৰ সৃষ্টি কৰিব পাৰে। প্ৰেম আনন্দদায়ক আৰু অত্যন্ত উত্তেজনাপূৰ্ণ হব । যদি আপুনি অনেক দিন ধৰি কৰ্মক্ষেত্ৰত সংগ্ৰাম কৰি আছে , তেনেহলে আজি আপোনাৰ ভাল দিন হব পাৰে ।

আপোনাৰ আজিৰ শুভ সংখ্যা: 9





মকৰ ৰাশি (9 জুলাই, 2020)

আপোনাৰ শিশুসুলভ স্বভাব জাগিব আৰু আপুনি এটি কৌতুকপূৰ্ণ মেজাজত থাকিব  । বিদেশী দেশৰ সৈতে সম্পৰ্কযুক্ত ব্যৱসায়ী সকলৰ অৰ্থ হ্ৰাস হোৱাৰ  সম্ভাবনা আছে । যিকোনো পদক্ষেপ লোৱাৰ আগতে সাৱধানতাৰ সৈতে চিন্তা কৰিব । সামাজিক অনুষ্ঠানত উপস্থিত হোৱাৰ সুযোগ থাকিব যাৰ দ্ধাৰা আপুনি প্ৰভাৱশালী ব্যক্তিৰ ঘনিষ্ঠ সান্নিধ্যে পাব । আপোনাৰ হৃদয়ত প্ৰেম ৰাজ কৰিব । আপুনি কৰ্মক্ষেত্ৰত আজি এটা ভাল খবৰ পাব পাৰে । সময়ৰ ভঙ্গুৰতা উপলব্ধি কৰি আজি আপুনি সকলোৰে পৰা দূৰত্ব ৰাখি নিৰ্জন সময় কটাবলৈ পছন্দ কৰিব।


আপোনাৰ আজিৰ শুভ সংখ্যা: 9





কুম্ভ ৰাশি (9 জুলাই, 2020)

আজি আপোনাৰ কাষৰ বন্ধু বা সঙ্গী আক্ৰমণাত্মক কাম কৰিব পাৰে আৰু আপোনাৰ জীৱন অনিষ্ট কৰিব পাৰে।
আপোনাৰ স্ত্ৰী পৰিবাৰৰ পৰা বাধা পাই আপোনাৰ দিনটো বেয়া হব পাৰে। সতৰ্কতা অবলম্বন কৰি পদক্ষেপ গ্ৰহণ কৰিলে আপোনাৰ দিনটো ভাল হব । দিনটোৰ শেষত আপুনি আপোনাৰ বাবে সময় পায়  যাব আৰু আপুনি কোনো লোকৰ লগত এই সময়ৰ সঠিক ব্যৱহাৰ কৰিলে ভাল ফল পাব  । আপুনি আজি আপোনাৰ স্ত্ৰীৰ এটা কঠিন আৰু দৃঢ় দিক অভিজ্ঞতাৰ সন্মুখিন হব পাৰে, যিয়ে আপনাক অসংকোচ বোধ কৰাব ।


আপোনাৰ আজিৰ শুভ সংখ্যা: 6






মীন ৰাশি (9 জুলাই, 2020)
আপোনাৰ ইচ্ছা শক্তিৰ অভাৱে আপনাকে আবেগ গত কৰি তুলিব পাৰে। আজি, আপুনি কোনো সহায় নোলোৱাকৈ অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হব । লৰা ছোৱালীয়ে আপনাক ঘৰৰ কাম সম্পূৰ্ণ কৰাত সহায় কৰিব । বিবাহ প্ৰস্তাবৰ দ্ধাৰা আপোনাৰ প্ৰেম জীবন আজীবন বন্ধনলৈ বদলি হব  পাৰে। আজি আপুনি অফিচত যি কাম কৰিব তাৰ পাছৰ সময়ত ইয়াৰ   উপকাৰ ভোগ কৰিব পাব । আজি, আপুনি আৰু আপোনাৰ স্ত্ৰী গভীৰ ভাবপূৰ্ণ ৰোমান্টিক ভাৱত বিভূৰ হব পাৰে ।


আপোনাৰ আজিৰ শুভ সংখ্যা: 4

Post a Comment

0 Comments