Tata sky য়ে হ্ৰাস কৰিলে তেওঁলোকৰ HD set top box ৰ দাম

অলপতে Tata sky য়ে হ্ৰাস কৰিলে তেওঁলোকৰ  HD set top box ৰ দাম । বৰ্তমান Tata Sky+ HD set top box ৰ দাম কমি আহি 4,999 টকা হৈছে । জনাই দিওঁ যে তেওঁলোকৰ এই  HD set top boxৰ দাম আছিল  7,890 টকা কিন্তু কিছু মাহৰ আগতে ইয়াৰ দাম হ্ৰাস কৰি 5,999 ৰাখিছিল যদিওঁ আকৌ এইবাৰ পুনৰ বাৰ দাম হ্ৰাস কৰি এতিয়া দাম নিৰ্দ্ধাৰন কৰিছে 4,999 টকা । লক্ষনিয় Tata Sky+ HD set top box ৰ দাম হ্ৰাস কৰাৰ ওপৰিওঁ কোম্পানীয়ে এই তেওঁলোকৰ  গ্ৰাহক সকলৰ বাবে  HD আৰু SD set top box ত এটা নতন redesign home screen লৈ আনিছে ।

লক্ষণীয় tata sky hd+ আৰু  SD  set top box ৰ দাম কম হোৱাৰ তথ্য প্ৰকাশ কৰিছে  tata sky ৰ অফিচিয়েল website ত । জনাই দিওঁ যে 7,890 ত lounch price tag  থকা এই  HD  set top box টো 4,301 টকা বিক্ৰী কৰিবলৈ আগবাঢ়ি অহাটো এক অতিকৈ উল্লেখ যোগ্য deal আৰু গ্ৰাহকৰ  বাবে খুব লাভদায়ক বুলি মন্তব্য প্ৰকাশ কৰিছে কোম্পানীয়ে । আৰু জনাই দিওঁ যে  এইয়া  multi tv  connection ৰ ক্ষেত্ৰটো প্ৰযোজ্য হব ।


আপোনাক জনাই দিওঁ যে Tata Sky+ ত HD web apps support কৰে আৰু ইয়াত 500 GB ৰ build in storage অন্তৰ্ভূক্ত হয় আছে । ইয়াত Users ক live tv দেখুৱাৰ লগতে Dolby audio দিয়া আছে লগতে  1080 i resolution ত content চোৱাৰ সুবিধা প্ৰদান কৰা হৈছে ।

গতিকে এইখিনি হৈছে আজি tata sky ফালৰ পৰা অহা টেক নিউজ ।



Post a Comment

0 Comments