আহি আছে Realme C11

আহি আছে Realme C11

স্মাৰ্টফোনৰ বজাৰত অতি সোনকালে মুকলি হব Realme C11 ।  MediaTek Helio G35  cheap set ত কাম কৰা এই smartphone টো মুকলি  malesia ত কৰাৰ সম্ভাৱনা আছে ।  অৱশ্য বৰ্তমানলৈ ইয়াৰ lounch তাৰিখ এতিয়ালৈ জানিব দিয়া নাই । অৱশ্য এনেদৰেও খৱৰ আহিছে যে এই ফোনটো মালেচিয়াৰ সলনি আন আন দেশৰ বজাৰটো মুকলি কৰিব পাৰে বুলি । লক্ষণীয় Realme C11 মবাইলটো এটা সম্পুৰ্ণ বেলগ ধৰনৰ মবাইল হোৱাৰ সম্ভাৱনা আছে । প্ৰাপ্ত খবৰ অনুযায়ী এই ফোনটো tilend ৰ  NBTC certification website ত প্ৰথম দেখা পোৱা গৈছিল । কিন্তু ইয়াত বিশেষ কোনো ধৰনৰ specification বিতং বাবে প্ৰকাশ কৰা হোৱা নাই ।


এটা report অনুসৰি Realme malesia media ৰ লগত অতি সোনকালে বজাৰলৈ অনাৰ প্ৰস্তুতি চলোৱা হৈছে । company য়ে এই ক্ষেত্ৰত এটা Teaser ওঁ অলপতে মুকলি কৰা হৈছে ।

এই টিজাৰৰ অনুসৰি Realmi c 11 media tek Helio G35 cheap set ত কাম কৰিব । MediaTek Helio G35 এটা অঘোষিত cheap set হয়, এইয়ে এই ফোনটোৰ বিষয়ে সঠিক বিস্তাৰিত তথ্য লাভ কৰা হোৱা নাই । কিন্তু পৰৱৰ্তী সময়ত ইয়াৰ সবিষেশ তথ্য আহিলে প্ৰথম আমি আপোনালোকক খবৰ দিম গতিকে আপুনি আমাৰ এই ৱেবচাইতটো সদায় ভিজিট কৰিব ।

Post a Comment

0 Comments