আজি ১৬ জুলাই ২০২০ চনৰ বৃহস্পতি বাৰ । আজিৰ দৈনিক অসমীয়া ৰাশিফল

আজি ১৬ জুলাই ২০২০ চনৰ  বৃহস্পতি বাৰ । আজিৰ দৈনিক অসমীয়া ৰাশিফল

Daily assamese horoscope, দৈনিক অসমীয়া ৰাশিফল




মেঘ ৰাশি - ( ১৬ জুলাই, বৃহস্পতি বাৰ )
 স্বাস্থ্যত শুভ । আৰ্থিক লাভৰ  পৰা বঞ্চিত হােৱাৰ আশংকা বিদ্যামান । ঘৰুৱা সমস্যা বাঢ়িব ।  কাম - কাজৰ গতি মসৃণ বুলিব নােৱাৰি । বৃৱসায়ত উদ্বিগ্নতা বাঢ়িব ।


বৃষ ৰাশি -  ( ১৬ জুলাই, বৃহস্পতি বাৰ )
 নানা বেমেজালিয়ে মানসিক উদ্বেগ বঢ়াই তােলাৰ আশংকা । পাৰিবাৰিক সমস্যা বৃদ্ধি । মনে ভবা মতে কৰ্মত অগ্ৰসৰ হ'ব পাৰিব । শৈক্ষিক কর্মত জড়িজনৰ নিপুণত প্রকাশ পাব পাৰে ।


মিথুন ৰাশি -  ( ১৬ জুলাই, বৃহস্পতি বাৰ )
 দিনটো আপােনাৰ পক্ষে ব্যয়বহুল হৈ উঠিব পাৰে । আর্থিক ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলা বিধেয় । দুশ্চিন্তা বৃদ্ধি পাব । 



কৰ্কট ৰাশি -  ( ১৬ জুলাই, বৃহস্পতি বাৰ )
কাম - কাজৰ গতি মসৃণ বুলিব নােৱাৰি । নানা মেবেজালিয়ে মানসিক উদ্বেগ বঢ়াই তােলাৰ আশংকা । পাৰিবাৰিক সমস্যা বৃদ্ধি ।  স্বাস্থ্যত চিন্তা নাই ।


সিংহ ৰাশি - ( ১৬ জুলাই, বৃহস্পতি বাৰ )
কাম - কাজত লাগি থাকিলেও আনৰ সাহায্য অবিহনে অগ্রগতি লাভৰ আশা ক্ষীণ । বৃৱসায়ত উদ্বিগ্নতা বাঢ়িব । স্বাস্থত চিন্তা নাই । মানসিক দুশ্চিন্তাৰ পৰা মুক্তি লাভ । 



কণ্যা ৰাশি - ( ১৬ জুলাই, বৃহস্পতি বাৰ )
কাম - কাজ সুস্থিৰ চিন্তাৰে মনােনিৱেশ কৰিব পাৰিব । আর্থিকক্ষেত্ৰত বেয়া নহয় । ব্যয় হ্রাস । কর্মক্ষেত্ৰত সুচল বুলব নােৱাৰি । 


তুলা ৰাশি -  ( ১৬ জুলাই, বৃহস্পতি বাৰ )
ব্যৱসায়ত চিন্তা । স্বাস্থ্যত শুভ । মনে ভবা মতে কর্মত অগ্ৰসৰ হ’ব পাৰিব । শৈক্ষিক কর্মত জড়িতজনৰ নিপুণতা প্রকাশ পাব পাৰে । পাৰিবাৰিক সমস্যা হ্রাস । | 


বৃশ্চিক ৰাশি -  ( ১৬ জুলাই, বৃহস্পতি বাৰ )
সাৱধানতা অৱলম্বন অবিহনে কর্মক্ষেত্ৰত ক্ষতি - শংকা বিদ্যমান । সুস্থিৰ চিন্তাৰে কৰ্ম হাতত লােৱা বাঞ্ছনীয় । দুশ্চিন্তা বৃদ্ধি । দিনটো আপােনাৰ পক্ষে ব্যয়বহুল হৈ উঠিব পাৰে । 


ধনুৰাশি -  ( ১৬ জুলাই, বৃহস্পতি বাৰ )
আর্থিক ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলা বিধেয়ক । দুশ্চিন্তা বৃদ্ধি পাব ।  মনত নানা ধৰণৰ চিন্তাই ভিৰ কৰিব পাৰে । মনােবল  অটুট ৰাখি কৰ্মত দৃঢ়তা অৱলম্বন কৰা বাঞ্ছনীয় । 

মকৰ ৰাশি -  ( ১৬ জুলাই, বৃহস্পতি বাৰ )
নানা মেবেজালিয়ে মানসিক উদ্বেগ বঢ়াই তােলাৰ আশংকা । পাৰিবাৰিক সমস্যা বৃদ্ধি ।  মনে ভবা মতে কৰ্মত অগ্ৰসৰ হ'ব পাৰিব । শৈক্ষিক কর্মত জড়িজনৰ নিপুণত প্রকাশ পাব পাৰে । পাৰিবাৰিক সমস্যা হ্রাস । | 


কুম্ভৰাশি -  ( ১৬ জুলাই, বৃহস্পতি বাৰ )
ঘৰুৱা সমস্যা বাঢ়িব । কাম - কাজৰ গতি মসৃণ বুলিব নােৱাৰি  । সুস্থিৰ চিন্তাৰে কৰ্ম হাতত লােৱা বাঞ্ছনীয় । আৰ্থিক লাভৰ  পৰা বঞ্চিত হােৱাৰ আশংকা বিদ্যমান । স্বাস্থ্যত শুভ। 


মীন ৰাশি -  ( ১৬ জুলাই, বৃহস্পতি বাৰ )
কাৰােবাৰ সৈতে বিবাদত লিপ্ত হােৱাৰ আশংকা নথকা নহয় । বাক্ - সংযম অটুট ৰখা বাঞ্ছনীয় । পাৰিবাৰিক দুশ্চিন্তা বৃদ্ধি । মােকদর্মাত জড়িত হৈ পৰাৰ সম্ভাৱনা নুই কৰিব নােৱাৰি । সুস্থিৰ চিন্তাৰে সকলাে দিশ বিবেচনা কৰি চোৱা বাঞ্ছনীয় |






Post a Comment

0 Comments