আজি ১৫ জুলাই ২০২০ চনৰ বুধবাৰ । আহক জানো আজিৰ দৈনিক অসমীয়া ৰাশিফল - Daily assamese horoscope

আজি ১৫ জুলাই ২০২০ চনৰ  মংগলবাৰ  । আজিৰ ৰাশিফল ।


মেঘ ৰাশি - ( ১৫ জুলাই, বুধ বাৰ )
বন্ধুৰ পৰা সহায় পাব পাৰে । বিশেষ ব্যক্তিৰ পৰা ভাল ব্যৱহাৰ পাব । আত্মিয়ৰ আচৰনত সন্তুষ্ট হব । অফিচৰ সমস্যা দুৰ হব পাৰে। মানসিক অন্তর্দ্বন্দ্ব বাঢ়িব পাৰে। কাৰােবাৰ সৈতে মনােমালিন্য ঘটাৰ আশংকা নথকা নহয়। ব্যৱসায়ত দুশ্চিন্তা। ভ্রমণ কষ্ট।

 


বৃষ ৰাশি -  ( ১৫ জুলাই, বুধ বাৰ )
আশা কৰা মতে ফল পাব পাৰে । কোনো লোকে আৰ্থিক সহায় কৰিব পাৰে । পাৰিবাৰিক উত্তেজনা বাঢ়িব পাৰে । শিক্ষাত শুভ । খেলা ধুলাত ভাল প্ৰদৰ্শন কৰিব ।  আপােনাৰ বৌদ্ধিক কৌশলে কর্মক্ষেত্ৰত আগবঢ়াত সহায় কৰিব। আর্থিক সকাহ লাভে কৰ্মত আগবঢ়াত সহায় কৰাৰ আশা। 



মিথুন ৰাশি -  ( ১৫ জুলাই, বুধ বাৰ )
কিছু পাৰিবাৰিক সমস্যাই দেখা দিব পাৰে । ব্যৱহায় জীৱনে আপোনাক আজি আনন্দ প্ৰদান কৰিব। বন্ধুৰ পৰা সহায় পাব । আপুনাৰ ভাল পোৱা জনে আজি আপোনাক বিৰক্ত কৰিব  পাৰে । কাম-কাজৰ অত্যধিক ব্যস্ততাই মানসিক উদ্বেগ বঢ়াই তুলিব পাৰে। 




কৰ্কট ৰাশি -   ( ১৫ জুলাই, বুধ বাৰ )
সামাজিক অনুষ্ঠানত ভয় খাব পাৰে । শৰীৰ ভালে থাকিব । কোনো জেষ্ঠ লোকৰ পৰামৰ্শ অনুসৰন কৰিব । অনিশ্চিত কাৰনত হতাশা গ্ৰস্ত নহব । মনটো ৰঙিন মেজাজত ৰাখিব ।  আর্থিকক্ষেত্ৰ বেয়া নহয়। ব্যৱসায়ত ক্ষতি। আত্মবিশ্বাসেৰে কৰ্মত অৱতীৰ্ণ হ'ব পাৰিব। মনৰ উৎসাহ।  শান্তি যাতে ব্যাহত নহয় তাৰ প্ৰতি সজাগতা অৱলম্বন কৰিব। বিবাদ এৰাই চলা বাঞ্ছনীয়। 




সিংহ ৰাশি -  ( ১৫ জুলাই, বুধ বাৰ )
মানসিক অশান্তি। আর্থিক দুশ্চিন্তাত ভুগিব পাৰে। 
ব্যৱসায়ত সাৱধানতা অবিহনে লােকচানৰ ভাগী হ'ব পাৰে।
 উদ্বেগ বৃদ্ধি পাব । ধীৰে ধীৰে কর্মক্ষেত্রলৈ ছন্দ ঘূৰি আহিব পাৰে। 
ব্যৱসায়ত নতুন যােগাযােগ ঘটাৰ সম্ভাৱনা নথকা নহয়। মানসিক প্রশান্তি। 




কণ্যা ৰাশি -  ( ১৫ জুলাই, বুধ বাৰ )
দিনটো আপােনাৰ বাবে সুবিধাজনক বুলিব নােৱাৰি। কামকাজত জটিলতা বাঢ়িব পাৰে। পাৰিবাৰিক সমস্যা বৃদ্ধি। স্বাস্থ্যত শুভ কাম-কাজত উৎসাহ-উদ্দীপনাৰে আগবাঢ়িব পাৰিব।



তুলা ৰাশি -  ( ১৫ জুলাই, বুধ বাৰ )
মানসিক দৃঢ়তাই কর্মত আগুৱাই যােৱাত সহায় কৰিব। চিন্তা নাশ। 
কাৰােবাৰ সৈতে মানসিক দূৰত্ব বাঢ়িব পাৰে। কর্মক্ষেত্ৰত সুস্থিৰ চিন্তাৰ অভাৱ ঘটিব পাৰে। ব্যৱসায়ত দুশ্চিন্তা। ভ্রমণ কষ্ট।



বৃশ্চিক ৰাশি -  ( ১৫ জুলাই, বুধ বাৰ )
 কাম-কাজত লাগি থাকিব যদিও মানসিক দুশ্চিন্তাই লগ
এৰা টান। আর্থিক ক্ষেত্ৰত অৱশ্যে চলমান অৱস্থা থাকিব। ব্যয় বৃদ্ধি।
 সাৱধানে কটোৱা বাঞ্ছনীয়। কর্মক্ষেত্ৰত সুস্থিৰ চিন্তাৰ অভাৱ ঘটিব পাৰে। সম্পদ হানিৰ যােগ নথকা নহয়। ব্যয় বৃদ্ধি।


ধনুৰাশি -  ( ১৫ জুলাই, বুধ বাৰ )
 কাম-কাজত সুস্থিৰ চিন্তাৰে অগ্ৰসৰ হ’ব পাৰিব। মনােবল
অটুট থাকিব। আৰ্থিক ক্ষেতত বেয়া নহয়। দিনটো আপােনাৰ পক্ষে ব্যয়বহুল হৈ উঠিব পাৰে । আর্থিক ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলা বিধেয়ক । দুশ্চিন্তা বৃদ্ধি পাব । 


মকৰ ৰাশি -  ( ১৫ জুলাই, বুধ বাৰ )
কাম - কাজৰ গতি মসৃণ বুলিব নােৱাৰি ।। নানা বেজালিয়ে মানসিক উদ্বেগ বঢ়াই তােলাৰ আশংকা । পাৰিবাৰিক সমস্যা বৃদ্ধি । | কাম - কাজত লাগি থাকিলেও আনৰ সাহায্য অবিহনে অগ্রগতি লাভৰ আশা ক্ষীণ । বৃৱসায়ত উদ্বিগ্নতা বাঢ়িব । স্বাস্থ্য চিন্তা নাই । 


কুম্ভৰাশি -  ( ১৫ জুলাই, বুধ বাৰ )
 আর্থিকক্ষেত্ৰত বেয়া নহয় । ব্যয় হ্রাস ।  কর্মক্ষেত্ৰত সুচল বুলি নােৱাৰি । কাম - কাজত বাধাৰ সন্মুখীনন হােৱাৰ সম্ভাৱনা নুই কৰা টান । ব্যৱসায়ত চিন্তা । স্বাস্থ্যত শুভ ।  মনে ভবা মতে কর্মত অগ্ৰসৰ হ’ব পাৰিব । শৈক্ষিক কর্মত জড়িতজনৰ নিপুণতা প্রকাশ পাব পাৰে । 



মীন ৰাশি -  ( ১৫ জুলাই, বুধ বাৰ )
পাৰিবাৰিক সমস্যা হ্রাস ।  সাৱধানতা অৱলম্বন অবিহনে কর্মক্ষেত্ৰত ক্ষতি - শংকা বিদ্যমান । সুস্থিৰ চিন্তাৰে কৰ্ম হাতত লােৱা বাঞ্ছনীয় । দুশ্চিন্তা বৃদ্ধি । দিনটো আপােনাৰ পক্ষে ব্যয়বহুল হৈ উঠিব পাৰে । আর্থিক ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলা বিধেয়ক । দুশ্চিন্তা বৃদ্ধি পাব । মনত নানা ধৰণৰ চিন্তাই ভিৰ কৰিব পাৰে । মনােবল অটুট ৰাখি কৰ্মত দৃঢ়তা অৱলম্বন কৰা বাঞ্ছনীয় ।  


Post a Comment

0 Comments