আজি ১৭ জুলাই ২০২০ চনৰ শুক্ৰ বাৰ । আজিৰ দৈনিক অসমীয়া ৰাশিফল - Daily assamese horoscope

আজি ১৭ জুলাই ২০২০ চনৰ  শুক্ৰ বাৰ । আজিৰ দৈনিক অসমীয়া ৰাশিফল -  Daily assamese horoscope

Daily assamese horoscope





মেঘ ৰাশি - ( ১৪ জুলাই, মংগল বাৰ )
 দিনটো আপােনাৰ পক্ষে শুভ বুলিব পাৰি । কর্মক্ষেত্ৰত ঘটা নতুন যােগাযােগৰ দ্বাৰা উপকৃত হােৱাৰ সম্ভাৱনা আছে । ভ্রমণ সুখ । সম্ভৱস্থলত ভ্রমণ কার্যকৰী হ'ব পাৰে । আর্থিকক্ষেত্রত প্রতিকূল নহয় ।



বৃষ ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
নানা বেমেজালিয়ে কর্মোদ্যম হ্রাস কৰাৰ সম্ভাৱনা । আর্থিকক্ষেত্ৰত সকাহ প্ৰাপ্তিৰ আশা নথকা নহয় । পাৰিবাৰিক সমস্যা বৃদ্ধি ।  পূর্বৰ অৱস্থাৰ আংশিক পৰিৱৰ্তন সূচিত হয় । কাম - কাজত অধিক তৎপৰতাৰে অগ্ৰসৰ হ’ব পাৰিব । 



মিথুন ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
 কাৰােবাৰ সৈতে বিবাদত লিপ্ত হােৱাৰ আশংকা নথকা নহয় । বাক্ - সংযম অটুট ৰখা বাঞ্ছনীয় । পাৰিবাৰিক দুশ্চিন্তা বৃদ্ধি । মােকদর্মাত জড়িত হৈ পৰাৰ সম্ভাৱনা নুই কৰিব নােৱাৰি । সুস্থিৰ চিন্তাৰে সকলাে দিশ বিবেচনা কৰি চোৱা বাঞ্ছনীয় | 



কৰ্কট ৰাশি -   ( ১৪ জুলাই, মংগল বাৰ )
কর্মক্ষেত্র তুলনামূলকভাৱে শুভফল পাব ।  কাম - কাজত সুস্থিৰ চিন্তা প্রতিফলিত হ’ব । সামাজিক সম্মান বৃদ্ধি পাব পাৰে ।  কাম - কাজৰ অগ্রগতিয়ে মানসিক সন্তুষ্টি প্রদান কৰিব । আর্থিক ক্ষেত্রত বেয়া বুলিব নােৱাৰি । আত্মীয়ৰ সমাদৰ প্রাপ্তি । চিন্তা হ্রাস ।  কর্মক্ষেত্ৰৰ যােগাযােগ প্ৰসাৰিত হােৱাৰ সম্ভাৱনা নথকা নহয় ।



সিংহ ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
 আয় বৃদ্ধিৰ বাট মুকলি হােৱাৰ সম্ভাৱনা আছে । চিন্তাৰ আধিক্যই কর্মত বিৰূপ প্ৰভাৱ পেলােৱাৰ আশংকা নথকা নহয় । ব্যৱসায়ত অশান্তি লাভ । ব্যয় বৃদ্ধি । স্বাস্থ্য সমস্যা ।  দিনটো আপােনাৰ বাবে শুভ বােলা টান । অপবাদৰ ভাগী হ'ব পাৰে । কর্মক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা ভাল । স্বাস্থ্যত শুভ ।



কণ্যা ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ ) 
 দিনটো সাৱধানে চলা - ফুৰা কৰা উচিত । যান - বাহনত উঠা নমাৰ ক্ষেত্ৰত সতর্ক হ’ব । কর্মত ব্যস্ততা বাঢ়িব । ব্যয় বৃদ্ধি পাব ।  চিন্তাৰ আধিক্যই কর্মক্ষেত্ৰত আউল লগাব পাৰে । আনৰ ওপৰত নিৰ্ভৰশীল কর্মত ক্ষতিগ্রস্ত হ'ব পাৰে । ব্যৱসায়ত কষ্ট ।প দিনটো আপােনাৰ বাবে শুভ বুলিব পাৰি ।



তুলা ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ 
কোনাে আত্মীয়ৰ বাবে মানসিক চিন্তা বৃদ্ধি পাব । ব্যয় বৃদ্ধি ।  কর্মক্ষেত্ৰত বিবাদ এৰাই চলিলে উপকৃত হব । আনৰ সৈতে সুসম্পর্ক ৰক্ষা কৰি চলা বাঞ্ছনীয় । পাৰিবাৰিক সমস্যা থাকিব । | ধনুঃ কাম - কাজত অগ্রগতি লাভৰ আশা কৰিব পাৰে । আর্থিক সকাহ প্রাপ্তি । ভ্ৰমণত সুখ ।



বৃশ্চিক ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
আপােনাৰ বাবে কষ্টদায়ক হৈ উঠিব পাৰে । সুস্থিৰ চিন্তাৰ অভাৱে কৰ্মত ক্ষতি কৰাৰ আশংকা । ব্যয় ব্যদ্ধি । কাম - কাজৰ বিসংগতিয়ে মানসিক উদ্বেগ বঢ়াই তুলিব পাৰে । অপাত্ৰক কৰ্মৰ দায়িত্ব অর্পি পস্তাৱ লগাত পৰিব পাৰে ।



ধনুৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
দিনটো বেমেজালি পূৰ্ণ হৈ উঠিব পাৰে । কাৰােবাৰ সৈতে বিবাদত লিপ্ত হােৱাৰ পৰা নিজক আঁতৰাই ৰখা ভাল । ব্যৱসায়ত চিন্তা । দিনটো পূৰ্বৰ তুলনাত শুভ বুলিব পাৰি । কাম - কাজত সুস্থিৰ চিন্তাৰ প্ৰকাশ ঘটিব পাৰে । ব্যয় হ্রাস । পাৰিবাৰিক সমস্যা নাই । 



মকৰ ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
কাম - কাজৰ গতানুগতিক ধাৰা ব্যাহত নহয় যদিও মানসিক দুশ্চিন্তাত ভুগিব পাৰে । ব্যৱসায়ত সমস্যা বৃদ্ধি । আর্থিক কষ্ট ।  শত্ৰুৰ অনিষ্ট সাধনৰ অপচেষ্টা অব্যাহত থাকিব । কাম কাজত আৱশ্যকীয় সতর্কতা অৱলম্বন কৰি চলা ভাল । ব্যয় বৃদ্ধি ।



কুম্ভৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
কাম কাজত মানসিক অৱসাদে বিৰূপ প্ৰভাৱ পেলাব পাৰে । মনােবলেৰে কৰ্মত আত্মনিয়ােগ কৰা বিধেয় । মানসিক কষ্ট প্রাপ্তি ।  মানসিক সুখ ।  নানা কাৰণত মানসিক উদ্বেগ বাঢ়িব পাৰে । সমস্যা সমাধানত জিটিলতাৰ মুখামুখি হ'ব পাৰে । মানসিক কষ্ট ।



মীন ৰাশি -  ( ১৪ জুলাই, মংগল বাৰ )
আনক সহায় কৰিবলৈ গৈ অপবাদ মূৰ পাতি ল'বলগীয়া হ'ব পাৰে । ভাবি - চিন্তিহে কর্মত অগ্ৰসৰ হােৱা ভাল । স্বাস্থ্যত চিন্তা নাই ।  দিনটো আপােনাৰ বাবে শুভ বুলিব পাৰি ।  ব্যৱসায়ত অশান্তি লাভ । ব্যয় বৃদ্ধি । স্বাস্থ্য সমস্যা । 

 

Post a Comment

0 Comments