Samsung এ Frame TV line up ৰ নতুন সংস্কৰণ মুকলি কৰিলে

Samsung এ  Frame TV line up ৰ নতুন সংস্কৰণ মুকলি কৰিলে



অলপতে Samsung এ  Frame TV line up ৰ নতুন সংস্কৰণ মুকলি কৰিলে ৷ দক্ষিন কুৰীয়াৰ টেক কোম্পানী SAMSUNG এ এই ফোন টো বিশেষ কৈ নতুন যুৱক বা যুৱতি সকলৰ বিশেষ intrest ৰ ওপৰত ভিত্তি কৰি এই স্মার্ট টি ভি টো প্রস্তুত কৰিছে বুলি জানিব দিছে ৷ বর্তমান ভাৰতৰ আগশাৰীৰ শ্বপিং ৱেবচাইট Amazon অথবা flipkart ত ১৯ তাৰিখৰ পৰা উপলব্ধ হব বুলি কোম্পানীয়ে জানিব দিছে ৷

Samsung ৰ এই fram TV ৰ 50 ইঞ্চি মডেলৰ টিভিটোৰ দাম ৰাখিছে 77990 টকা | আৰু  55 ইঞ্চি টিভিটোৰ দাম নিৰ্দাৰণ কৰিছে 89990 টাকা | আৰ ইয়াৰে 65 ইঞ্চি display ৰ টিভি টো আটাইতকৈ বেচি দাম ৰাখিছে৷ এই টিভিটোৰ দাম ৰখা হৈছে 1,39,990 টকা | আপোনাক জনাই দিও যে এই ক্ষেত্ৰত আন আন টিভি বোৰৰ 43 ইঞ্চি টিভি বোৰৰ দাম 36990 টকা আৰু 65 ইঞ্চি টিভিৰ দাম  89990 টকাৰ পৰাহে আৰম্ভ হয়। কিন্তু এই ক্ষেত্ৰত SAMSUNG এ অইন স্মার্ট টিভি বোৰৰ তুলনাত বেচি দাম লোৱা দেখা গৈছে ।

লক্ষনীয় যে এই টিভি টোত কোম্পনীয়ে এবছৰ warenty প্রদান কৰিছে যাক ক্ৰেতা সকলে ইচ্ছা কৰিলে আৰু ৫ বছৰলৈ  extant কৰিবও পাৰে । লক্ষণীয় যে এই টিভি টো কিনিব বিচৰা গ্রাহক সকালে ইয়াক No cost EMI তো কিনিব পাৰিব ৷ যাৰ EMI মাহত সর্বনিম্ন পৰিব 3125 টকা।

গতিকে আপুনি যদি বিচাৰে তেন্তে এই স্মাৰ্টটিভি টো কিনিব পাৰিব ১৯ তাৰিখৰ পাৰছ পৰা ৷



গতিকে এইখিনিয়ে হৈছে আজিৰ দিনটোৰ samsungৰ ফালৰ পৰা অহা Tech update ।



Post a Comment

0 Comments