jioৰ নতুন work from home পেকৰ বিষয়ে জানিবলৈ ইয়াত চাওক

কৰোনা সংক্ৰমন প্ৰভাৱৰ পৰা বাচিলবৈ আজি দুমাহযোৰা দেশখন লক ডাউনৰ ভিতৰত সোমাই আছে । যাৰবাবে বেচিভাগ কাম কাজ মানুহবোৰে ঘৰৰ পৰাই কৰা দেখা গৈছে । আৰু এইদৰে ঘৰৰ পৰা অফিচিয়েল কাম কাজ কৰা বোৰৰ সহায়কৰ বাবে ভাৰতৰ অতিকৈ শক্তিশালী টেলেকম কোম্পানী জিঅই এক নতুন ৱৰ্ক ফ্ৰম হোম পেক লন্স কৰিছে । য'ত গ্ৰাহক সকলে দৈনিক পাব ৩ জিবিকৈ ডাটা ৮৪ দিনৰ বাবে । আৰু ইয়াৰ লগতে এই পেকটোত পাব জিঅ প্ৰিমিয়াম এপ'চৰ চাব্চক্ৰিশ্বন ফ্ৰী ।


দৰাদচলতে এই লক ডাউনৰ সময়ত কেৱল জিঅ বুলিয়েই নহয় প্ৰায় সমগ্ৰ টেলেকম কোম্পানী বোৰেই ৱৰ্ক ফ্ৰম হোম পেক লন্স কৰিছে য'ত জিঅওঁ এই ৱৰ্ক ফ্ৰম হোম পেক মুকলি কৰাত পিছ পৰি ৰোৱা নাই । ইয়াৰ পুৰ্বতেওঁ জিঅই কেইবাটাওঁ ৱৰ্ক ফ্ৰম হোম পেক মুকলি কৰিছে যদিওঁ এইবাৰৰ পেকটো কিন্তু সকলো পেকবোৰতকৈ অলপ কিছু বেলেগ আছে । আৰু এই পেকটো জিঅই স্পিচিয়েলী এই লক ডাউনৰ সময়ত ঘৰৰ পৰা অফিচৰ কাম কৰা লোক সকলৰ বাবে মুকলি কৰিছে । আৰু এই পেকটোত ৮৪ দিনৰ ভেলিডিটিৰে দৈনিক ৩ জিবি ডাটা পাব আৰু ৩০০০ হাজাৰ মিনিট নন জিঅ ক'ল ফ্ৰীকৈ পাব । আৰু জিঅই ঘোষণা কৰা এই নতুন পেকটোৰ দাম হৈছে ৯৯৯ অৰ্থা ৯৯৯ টকা ।

আপোনাক জনাই দিওঁ যে জিঅই এনেদৰে ৮৪ দিনৰ পেক মুকলি লগতে ৩৬৫ দিন অৰ্থাৎ এবছৰৰ আান প্ৰিপেইড পেকো মুকলি কৰিছে যাৰ মুল্য হৈছে ২৩৯৯ টকা আৰু এই পেকটো দৈনিক পাব ২ জিবিকৈ ডাটা লগতে জিঅ আৰু ননজিঅলৈ আনলিমিটেত ফ্ৰী কলিং পাব ।


আৰু এই সকলোবোৰৰ ওপৰি জিঅই
আৰু এটা নতুন পেক মুকলি কৰিছে যাৰ দাম হৈছে ২১২১ টকা আৰু ইয়াৰ ভেলিডিটি হৈছে ৩৬৫ দিন যি দৈনিক ১.৫ জিবি দৈনিক ডাটা পাব । গতিকে আপুনি যদি বিচাৰে তেন্তে জিঅৰ নতুনকৈ ওলোৱা এই পেক সমুহ আপুনি ৰিচাৰ্জ কৰিব পাৰিব আৰু এই পেক সমুহৰ আনন্দ বা লাভ উঠাবওঁ পাৰিব ।

ধন্যবাদ, টেকনিকেল জগতৰ সকলোবোৰ এ টু জেট খবৰৰ আপডেট দিয়া একমাত্ৰ অসমীয়া ৱেবচাইট   www.somogro.inত এনেদৰে টেকনিকেল আপডেট পাই থাকিবলৈ আপুনি আমাৰ ৱেবচাইটটো  সদায় ভিজিট কৰি থাকিব। ধন্যবাদ । নমষ্কাৰ । 

Post a Comment

0 Comments