পলকতে দিনটোৰ অতিকৈ চৰ্চিত টেক নিউজ


১) realmiয়ে  মুকলি কৰিলে নতুন স্মাৰ্ট টিভি । যি আপুনি অনলাইন চপিং ৱেবচাইট ফ্লিপকাৰ্টৰ পৰা  ক্ৰয় কৰিব পাৰিব

২) কিছুদিন আগৰ পৰা চলি থকা খৱৰ অনুসৰী মবাইল নম্বৰ ১০ টাৰ সলনি ১১ টা হব বুলি কোৱা বাতৰি সম্প্ৰতি নাকচ কৰিছে TRAI এ । ভাৰতত কোনোধৰনত ১১টা সংখ্যক ফোন নচলে তাৰ সলনি ১০ টা সংখ্যক ফোন নম্বৰেই চলি থাকিব ভাৰতত ।

৩) ভডাফোনে মুকলি কৰিলে ২৯৯ টকাৰ পেক যি ২৮ দিনৰ ভেলিডিটিৰে পাব দৈনিক ৪জিবি ডাটা ।

৪) গুগুলে বৰ্তমান মুকলি নকৰে  Android 11 । তাৰ একামাত্ৰ কাৰন হৈছে সম্প্ৰতি বিশ্বত হোৱা মহামাৰি কৰোনা ভাইৰাচ ।

৫) টিকটকৰ ভাৰতীয় ভাৰশ্বন mitro এপৰ দুৰ্বলতা ধৰা পৰিছে আজি । এক্সপাৰ্টে প্ৰকাশ কৰিছে যে যিকোনো এজন হেকাৰে অতি সহজে হেক কৰিব পাৰিব mitro এপ ।

৬) Realmiয়ে নতুনকৈ বজাৰত মুকলি কৰিব স্মাৰ্ট ঘড়ী যাৰ দাম হব ৪০০০ টকা

৭) অলপ আগতে কেন্দ্ৰীয় চৰকাৰে ban বা বন্ধ কৰিলে ফাইল ট্ৰেন্সফাৰিং ৱেবচাইট we transfer । 

৮) গুগুলে মুকলি কৰিলে social distans maintain কৰিবলৈ এটা এপ যাৰ নাম হৈছে sodar ।

৯) ২ জুনত samsungৰ ফালৰ পৰা মুকলি হব দুটা smartphone যি আপুনি অনলাইন চপিং ৱেবচাইট ফ্লিপকাৰ্টত ২ তাৰিখ দুপৰিয়া ১২ বজাৰ পৰা ক্ৰয় কৰিব পাৰিব ।

১০) miৰ  watch band series ৰ পঞ্চম বেণ্ড অৰ্থাৎ ৫ নম্বৰ seriesটো মুকলি কৰিলে । যাৰ নাম ৰখা হৈছে mi band 5 ।

Post a Comment

0 Comments