YouTubeএ নতুনকৈ এটা feature আগবঢ়াব যি আপোনাৰ স্বাস্থ্যক ধ্যান ৰাখিব

YouTube এ নতুনকৈ এটা feature আগবঢ়াব যি আপোনাৰ স্বাস্থ্যক ধ্যান ৰাখিব





YouTubeএ নতুনকৈ এটা features lounch  কৰিব যাৰ দ্বাৰা এতিয়াৰ পৰা YouTube ব্যৱহাৰকাৰী সকলৰ এক বিশেষ সুবিধা হব । বৰ্তমান লক ডাউনত দেখা গৈছে যে মানুহবোৰে YouTube অতিকৈ ব্যৱহাৰ কৰিছে অৰ্থাৎ YouTubeৰ ভিডিঅ মানুহবোৰে খুব চাইছে গতিকে এই সময়তে  YouTubeৰ দৰ্শক সকলৰ সুবিধাৰ বাবে YouTubeএ এই Feature মুকলি  কৰিছে । দেখা যায় যে YouTubeত মানুহবোৰে ভিডিঅ চোৱাৰ পাকচক্ৰত পৰি ৰাতি বহু সময় অজ্ঞাতে সময় কটায় দিয়ে যাৰ বাবে মানুহৰ স্বাস্থ্যলৈ বিশেষ ভাবুকি অহাওঁ পৰিলক্ষিত হৈছে । গতিকে মানুহৰ এই কথালৈ লক্ষ ৰাখি YouTubeএ ৱেলনেচ আৰু স্ক্ৰীন টাইমচ টোল হিচাপে এই ফিচাৰটো মুকলি কৰিবলৈ বিচৰা হৈছে । YouTubeৰ এই নতুন featureটোৰ দ্বাৰা এতিয়াৰ পৰা মানুহ বোৰে ভিডিঅ চাওতে টাইম setup কৰিব পাৰিব যে মানুহ জনে কিমান সময়লৈ ভিডিঅটো চাব আৰু কেতিয়া শুই যাব । অৰ্থাৎ YouTubeৰ এই featureটোৰ পৰা মানুহজনে এটা  ভিডিঅ কিমান সময় চাব তাৰ নিৰ্দ্ধিষ্ট অনুযায়ী টাইম setup কৰিব পাৰিব আৰু নিৰ্দ্ধিষ্ট সময়ত setup কৰা অনুযায়ী আপুনি চোৱা ভিডিঅটোত সংকেট দিৱলৈ আৰম্ভ কৰিব আৰু তেতিয়া আপুনি নিজৰ দেহ বা স্বাস্থ্যৰ প্ৰতি লক্ষ ৰাখি ভিডিঅটো of কৰি শুই যাব পাৰিব । অৰ্থাৎ ই এক প্ৰকাৰৰ আপোনাৰ সম্পুৰ্ণ স্বাস্থ্য বা আপোনাৰ চকুৰ আয়ুসৰ প্ৰতি লক্ষ্য ৰাখি বনোৱা এটা feature হয় । 


দেখা যায় যে মিউজিক শুনোতে sleeping টাইম চেটআপ কৰি যিদৰে মিউজিক বন্ধ কৰাব পাৰে ঠিক একে দৰে কাম কৰিব ইউটিউৱত এই featureটো। কিন্তু ইয়াত মিউজিক প্লেয়াৰ বোৰতকৈ অলপ কিছু এইটোৱেই পাৰ্থক্য থাকিব যে মিউজিক প্লেয়াৰবোৰত নিৰ্ধাৰিত কৰি দিয়া টাইম অনুযায়ী নিজে নিজে যদিৰে মিউজিক প্লেয়াৰ sleep হয় যায় বা বন্ধ হয় যায় থিক এইদৰে ইয়াত কিন্তু নিজে নিজে বন্ধ হয় নাযাব, তাৰ পৰিৱৰ্তে ইয়াত প্ৰথমে এলাৰ্ম ক্লকৰ দৰে কিছু সংকেট কৰিব বা pop up ওলাব আৰু আপুনি যদি তাত বিচাৰে তেন্তে এলাৰ্ম ক্লকৰ দৰে আপুনি snooze কৰিবওঁ পাৰিব । snooze কৰা মানে আপুনি পাঁচ বা দহ মিনিট ভিডিঅটো চোৱা সময় বঢ়াই থাকিব পাৰিব । গতিকে এই খিনি হৈছে YouTubeৰ ফালৰ পৰা নতুনকৈ আহিব লগা নতুন feature যি অতি শীৰ্ঘ্ৰে এনড্ৰইড আৰু আ.অ.এ ডিভাইচত মুকলি হব । গতিকে আজিৰ টেকনিকেল নিউজ খণ্ড informationটো এইটোৱেই । পৰৱৰ্তী সময়ত টেকনিকেল জগতৰ সকলোবোৰ A to Z খবৰ অসমীয়াত পাই থাকিবলৈ আপুনি আমাৰ এই ৱেবচাইটো সদায় কৰি থাকিব ।  ধন্যবাদ ।





Post a Comment

0 Comments