তৃতীয় পৰ্যায়ৰ লক ডাউনত কি কি বন্ধ থাকিব ইয়াত জানো আনক

তৃতীয় পৰ্যায়ৰ লক ডাউনত কি কি বন্ধ থাকিব ইয়াত জানো আনক

lock down 3.0


১) অত্যাৱশ্যকীয় কার্যৰ বাদে পুৱা ৭ বজাৰ পৰা - সন্ধিয়া ৭ বজালৈ ব্যক্তিৰ বাহন চলাচল বন্ধ ।

২) সঠিক চিকিৎসা সম্পৰ্কীয় কাৰণৰ বাদে বাহিৰলৈ ওলাব নােৱাৰিব কোনো লোকে ।

৩) ৬৫ বছৰ উৰ্ধৰ, ১০ বছৰৰ তলৰ, অন্তঃসত্বা মহিলা যাব নােৱাৰিব বাহিৰলৈ ।

৪) সকলাে শিক্ষা প্রতিষ্ঠান, চিনেমা হল, শপিং মল, জিম, স্পৰ্টছ কমপ্লেক্স, বাৰ বন্ধ থাকিব ।

৫) মেট্র' ৰে'ল আৰু আন্তঃজিলা যাতায়াত ব্যৱস্থা বন্ধ থাকিব ।


৬) যাত্রীবাহী ৰে'ল আৰু যাত্রীৰ বাবে আন্তঃৰাজ্যিক বাছ সেৱা বন্ধ থাকিব ।


৭) সকলাে ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰয় বিমান সেৱা বন্ধ থাকিব ।


৮) ৰাজনৈতিক সভা, সাংস্কৃতিক অনুষ্ঠান, ভক্তৰ বাবে ধর্মীয় অনুষ্ঠান বন্ধ থাকিব ।


৯) প্ৰয়োজনত স্থানীয় প্রশাসনে ১৪৪ ধাৰাৰ অধীনত জাৰি কৰিব পাৰিব সান্ধ্য আইন ।


১০) কন্টেইনমেন্ট জ'নত চিকিৎসালয়ৰ OPD, মেডিকেল ক্লিনিক সমূহ বন্ধ থাকিব ।



ধন্যবাদ । পৰৱৰ্তী আকৰ্ষনীয় লেখাটোৰ বাবে সদায় ভিজিট কৰিব আমাৰ এই ৱেবচাইটতোত ।


মবাইলটো হাতেৰে চুব নালাগে । মুখেৰে কলে সকলো কৰি দিব । কিন্তু এইয়া কেনেকৈ কৰিব তাক জানিবলৈ ইয়াত ক্লিক (click here) কৰি চাওঁক




যিকোনো এখন গাড়ী বা বাইকৰ  নম্বৰ আপোনাৰ মবাইলত টাইপ কৰি কিদৰে গোটেই গাড়ী বা বাইক খনৰ মালিকৰ নাম ঠিকনা সকলো তথ্য উলিয়াব পাৰি জানিবলৈ ইয়াত  ক্লিক (click here) কৰক



আপোনাৰ মবাইলটো কিদৰে টিভি'ত কনেক্টশ্বন কৰি ডাঙৰ স্ক্ৰিনত চাব পাৰি জানিবলৈ ইয়াত ক্লিক (click here) কৰক



আপোনাৰ ফটোখনৰ বেকগ্ৰাউণ্ড কেনেকৈ ৩ ছেকেণ্ডত নাইকীয়া কৰিব জানিবলৈ ইয়াত ক্লিক ( click here ) কৰক



Post a Comment

0 Comments