ঘোষণা কৰা হল one plus 8 আৰু one plus 8 pro ৰ ভাৰতীয় দাম

ঘোষণা কৰা হল one plus 8 আৰু one plus 8 pro ৰ ভাৰতীয় দাম


চীনা স্মার্টফোন নির্মাতা one plus সম্প্রতি তাৰ ফ্ল্যাগশিপ চিৰিজ one plus 8 আৰম্ভ কৰিছে। আৰু ইয়াৰ লগে লগে বৰ্তমান সংস্থাটোৱে ইয়াৰ ভাৰতৰ দামো ঘোষণা কৰিছে ।

one plusএ এই মবাইল চিৰিজটো অনলাইনত বিক্ৰি কৰিছিল । সংস্থাটিয়ে ইয়াৰ কেৱল মার্কিন যুক্তৰাষ্ট্রৰ দামহে ঘোষণা কৰিছিল । কিন্তু তাৎপর্যপূর্ণভাবে এতিয়া সংস্থাটি ভৰতৰ দামো ঘোষণা কৰিছে । one plus 8 আপুনি 41,999 টকাৰ প্রাৰম্ভিক দামেৰে কিনিব পাৰিব । ইয়াৰ ওপৰিওঁ one plus 8 pro সম্পর্কে কলে এই স্মার্টফোনৰ প্রাৰম্ভিক দাম হল 54,999 টকা। বৰ্তমান এই মবাইল দুটা অহা মাহৰ পৰা ভাৰতত বিক্রি কৰা হব ।

প্রাৰম্ভিক দামত one plus 8 ৰ লগত 128 গিগাবাইট ষ্টৰেজ 6 জিবি ৰেম থাকিব আৰু one plus 8 proৰ লগত 8 জিবি ৰেম আৰু 128 জিবি ষ্টৰেজ থাকিব ।

Post a Comment

0 Comments