জিঅ'ই নতুনকৈ মুকলি কৰা প্লেন সমুহৰ বৈধতা আৰু ভেলিডিটি জানো আহক

জিঅ'ই নতুনকৈ মুকলি কৰা প্লেন সমুহৰ বৈধতা আৰু ভেলিডিটি জানো আহক



ৰিলাইঞ্চ জিঅই নতুনকৈ মুকলি কৰিলে প্লেন । য'ত পুৰ্বতকৈ ৪০ শতাংশ দাম বৃদ্ধি পাইছে । এই ক্ষেত্ৰত টেলেকম কোম্পানীবোৰৰ কেৱল জিঅই নহয়, আন আন কোম্পানী যেনে - এয়াৰটেল, ভডাফোন, আইডিয়া আদিওঁ ৪০ শতাংশ দাম বৃদ্ধি কৰিছে । জিঅই নতুনকৈ মুকলি কৰা এই প্লেন সমুহ ৬ ডিচেম্বৰৰ পৰা কাৰ্য কৰি হব । তলৰ ছবিখন চাই আমি জানো আহক জিঅই নতুনকৈ মুকলি কৰা প্লেন সমুহ কেনেধৰনৰ - 





মবাইলটো হাতেৰে চুব নালাগে । মুখেৰে কলে সকলো কৰি দিব । কিন্তু এইয়া কেনেকৈ কৰিব তাক জানিবলৈ ইয়াত ক্লিক (click here) কৰি চাওঁক





যিকোনো এখন গাড়ী বা বাইকৰ  নম্বৰ আপোনাৰ মবাইলত টাইপ কৰি কিদৰে গোটেই গাড়ী বা বাইক খনৰ মালিকৰ নাম ঠিকনা সকলো তথ্য উলিয়াব পাৰি জানিবলৈ ইয়াত  ক্লিক (click here) কৰক




Post a Comment

0 Comments