আপোনাৰ মবাইলত ক্লিক কৰা ভাল ভাল ফটোখন ইন্টাৰনেটত আপলড কৰি কিদৰে মাহিলী হাজাৰৰ পৰা লাখ টকা উপাৰ্জন কৰিব

আপোনাৰ মবাইলত ক্লিক কৰা ধুনীয়া ফটো খন  ইন্টাৰনেটত আপল'ড কৰি কিদৰে টকা উপাৰ্জন কৰিব



আপোনাৰ হাতত যদি স্মাৰ্ট ফোন আছে তেন্তে আপুনি এই লেখাটো নিশ্চয় পঢ়িৱ । আজি আমি আপোনালোকক জনাম কিদৰে আপোনাৰ মবাইলটোৰে ক্লিক কৰা ফটোখন  shutterstock.com নামৰ এটা ৱেবচাইটত আপলড কৰি টকা উপাৰ্জন কৰিব পাৰি । 

shutterstock.com সমগ্ৰ বিশ্বৰ এনে এটা কোম্পানী হয় যিয়ে যিকোনো photo publisherৰ পৰা ফটো ক্ৰয় কৰে আৰু সমগ্ৰ বিশ্বত এই ক্ৰয় কৰা ফটোখন বিক্ৰী কৰে । গতিকে আপুনিওঁ নিজে ক্লিক কৰা সম্পুৰ্ণ নতুন ফটো shutterstock.comত আপলড  কৰিব পাৰে আৰু আপোনাৰ ফটোখন সুন্দৰ বা unique হলে তেওঁলোকে আপোনাৰ ফটো খন কিনি লব আৰু আপোনাক উচিত দাম আপোনাৰ বেংক'ৰ একাউন্টত জমা কৰি দিব ।

গতিকে জানো আহক step by step (আৰম্ভনীৰ পৰা শেষলৈ বিতংকৈ) কিদৰে shutterstock.com ত ফটো আপল'ড কৰিব পাৰি ।


First step  (প্ৰথম কাম) -

shutterstock.comত ফটো আপলড কৰিবলৈ হলে প্ৰথমে আপুনি আপোনাৰ মবাইল'ৰ গুগুল প্লে ষ্টৰ=(Google Play Store) লৈ যাওক - (তলৰ ছবিত দেখুওৱা অনুযায়ী)





next step (পৰৱৰ্তী কাম)

 Google Play Store লৈ অহাৰ পাছত  চাৰ্চ বক্স( search box)ত  চাৰ্চ কৰক  - shutterstock contributor বুলি - (তলৰ ছবিত দেখুওৱা অনুযায়ী)



next step (পৰৱৰ্তী কাম)

তাৰ পাছত চাৰ্চ কৰি পোৱা তলত দেখা এপ্লিকেশ্বনটো ডাউনলড কৰি  install কৰিব (তলৰ ছবিত দেখুওৱা অনুযায়ী)







next step (পৰৱৰ্তী কাম)

এপটো ডাউনল'ড কৰা পাছত খুলিব । এপটো প্ৰথম খোলোতে আপোনাক  sign up কৰিব দিব অৰ্থাৎ এটা একাউন্ট বনাব দিব । গতিকে আপুনি sign up বুটামটোত ক্লিক কৰিব  (তলৰ ছবিত দেখুওৱা অনুযায়ী)



next step (পৰৱৰ্তী কাম)

তাৰ পাছত আপোনাক আপোনাৰ নাম ইমেল আদি দিব দিবলৈ দিব । সকলো তথ্য দিয়াৰ পাছত আপুনি  continue বুটামটোত ক্লিক কৰিব ।  (তলৰ ছবিত দেখুওৱা অনুযায়ী)



next step (পৰৱৰ্তী কাম)

এনেদৰে নাম তথ্য দি একাইউন্ট ৰেজিষ্টাৰ হোৱাৰ লগে লগে আপোনাৰ এটা একাউন্ট প্ৰস্তুত হৈ যাব আৰু একাইউন্টো হৈ যোৱাৰ লগে লগে আপুনি মবাইল বা যিকোনো কেমেৰাৰে ক্লিক কৰা ফটোখন আপলড কৰিব পাৰিব । আপোনাৰ একাউন্টত ফটো আপলড কৰিবলৈ আপুনি তলৰ ছবিত দেখুওৱাৰ দৰে ওলাই থকা start hereত ক্লিক কৰিব  (তলৰ ছবিত দেখুওৱা অনুযায়ী)



next step (পৰৱৰ্তী কাম)

তাৰ পাছত আপোনাৰ ফটো গেলেৰীৰ পৰা অথবা নতুনকৈ ফটো মাৰি ফটোখন আপলোড কৰিব  (তলৰ ছবিত দেখুওৱা অনুযায়ী)

next step (পৰৱৰ্তী কাম)

আপলোড কৰোতে আপোনাৰ ফটোখনৰ চাইজ অনুসৰী আৰু ইন্টাৰনেট স্পিড অনুসৰী কিছু সময় লব । (তলৰ ছবিত দেখুওৱা অনুযায়ী)
 ধ্যান দিব যে আপোনাৰ ফটো খনৰ চাইজ ২ এম বি'ৰ অধিকহে আপলড কৰিব । তেতিয়া সোনকালে এপ্ৰভ হয় ।

next step (পৰৱৰ্তী কাম)

ফটোখন আপলড হোৱাৰ পাছত ফটোখন ৰিভিউলৈ গুচি যাব । (তলৰ ছবিত দেখুওৱা অনুযায়ী)
 ৰিভিউ'ত যদি আপোনাৰ ফটো ভাল হয় আৰু একেবাৰে কৰো পৰা কপি নোহোৱা নিভাজ নতুন হয় তেন্তে ফটোখন এপ্ৰভ কৰিব । এপ্ৰভ হলে আপোনাক ফটো খনৰ মানদণ্ডৰ ওপৰত ভিত্তি কৰি আপোনাক টকা প্ৰেৰন কৰিব আপোনাৰ পৰা বেংক একাউন্টৰ তথ্য লয় । 


গতিকে এনেদৰে আপুনি যিকোনো মবাইল বা ভাল কেমেৰাৰ পৰা ভাল ফটো মাৰি এই ৱেবচাইটত ফটোখন আপলড কৰি আপুনি মাহিলী সদায় হাজাৰৰ পৰা লাখ পৰ্যন্ত টকা উপাৰ্জন কৰিব পাৰে । (বহুতো লোকে কৰি আছে)। এইয়া সম্পুৰ্ণ  genuine হয় । এই ৱেবচাইতটো বিশ্বৰ সবাটোতকৈ ফটো চেলিং কোম্পানীৰ নম্বৰ ৱান কোম্পানী হয় । গতিকে যদি আপুনি ভালকৈ ফটো মাৰিব জানে তেন্তে এই ৱেবচাইটতো আপোনাৰ জীৱিকাওঁ হব পাৰে । গতিকে দেৰি নকৰি আজিৰ পৰাই আপুনি ফটো আপলড কৰিবলৈ আৰম্ভ কৰক । ধন্যবাদ ।

লেখাটো ভাল পালে নিশ্চয় চেয়াৰ কৰিব ।



মবাইলটো হাতেৰে চুব নালাগে । মুখেৰে কলে সকলো কৰি দিব । কিন্তু এইয়া কেনেকৈ কৰিব তাক জানিবলৈ ইয়াত ক্লিক (click here) কৰি চাওঁক





যিকোনো এখন গাড়ী বা বাইকৰ  নম্বৰ আপোনাৰ মবাইলত টাইপ কৰি কিদৰে গোটেই গাড়ী বা বাইক খনৰ মালিকৰ নাম ঠিকনা সকলো তথ্য উলিয়াব পাৰি জানিবলৈ ইয়াত  ক্লিক (click here) কৰক



Post a Comment

0 Comments