হিমন্ত বিশ্বৰ মাত্ৰ এটা ফেচবুক প'ষ্ট তাৰ পাছত এঘন্টাৰ ভিতৰত হাজাৰ হাজাৰ লোকৰ ভিন্ন গালি গালাজৰ কমেন্ট

হিমন্ত বিশ্বৰ মাত্ৰ এটা ফেচবুক প'ষ্ট, তাৰ পাছত এঘন্টাৰ ভিতৰত হাজাৰ হাজাৰ লোকৰ ভিন্ন গালি গালাজৰ কমেন্ট  ।


সমগ্ৰ ৰাজ্যত কেব বিৰোধী আন্দোলন চলি থাকোতে আজি সোমবাৰে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেব বিৰোধী কেইটামান শ্লোগান নতুনকৈ ৰং সনা দেৱালত দেখি ফেচবুকত লিখিছিল এটা পোষ্ট । যিটো প'ষ্ট প্ৰকাশ কৰাৰ এঘন্টাৰ ভিতৰতেই হাজাৰ হাজাৰ লোকে কমেন্ট বক্সত আহি ভিন্ন বিষাদগাৰ, ভিন্ন হাস্যৰসিক কটাক্ষ আৰু ভিন্ন তিৰ্যক গালি গালাজ দিবলৈ আৰম্ভ কৰে । নিমিষৰ ভিতৰতে অগনন কমেন্টেৰে ভৰি পৰে এই পষ্টটোত । দেখা গল যে সমস্ত কমেন্ট বোৰৰ ভিতৰত দুই একে কেব'ৰ সপক্ষে কথা কোৱাৰ বিপৰীতে অধিকাংশ লোকেই কেবৰ বিপক্ষে কৈ  মন্ত্ৰী গৰাকীক ভিন্ন ককৰ্থনা ভিন্ন কটাক্ষ লগতে কোনো কোনো লোকে ব্যক্তিগত ভাৱে আক্ৰমন কৰি গালি পাৰিবলৈ কুন্ঠাবোধ নকৰিলে । তেওঁ পষ্টটো তেওঁ লিখিছিল এনেধৰে -

"পৈশাচিক আনন্দ নে গণতান্ত্ৰিক প্ৰতিবাদ ?
গুৱাহাটীৰ সদ্য পৰিস্কৃত পকী দেৱালৰ ওপৰত 'কেব' বিৰোধী শ্লোগানৰ আক্ৰমণৰ দৃশ্য।"


মন্ত্ৰী গৰাকীয়ে ওপৰত লিখা অনুযায়ী এই পষ্টটো লিখি ফেচবুকত এৰি দিয়াৰ পাছতে কমেন্ট বক্সত ভিন্ন জনে লিখা কমেন্টৰ কিছু দৃশ্যাংক তলত দিয়া হল -














আপোনাৰ মবাইলটো কিদৰে টিভি'ত কনেক্টশ্বন কৰি ডাঙৰ স্ক্ৰিনত চাব পাৰি জানিবলৈ ইয়াত ক্লিক (click here) কৰক



আপোনাৰ ফটোখনৰ বেকগ্ৰাউণ্ড কেনেকৈ ৩ ছেকেণ্ডত নাইকীয়া কৰিব জানিবলৈ ইয়াত ক্লিক ( click here ) কৰক

Post a Comment

0 Comments