ইফালে CAB আন্দোলন আনফালে আজি অসমীয়া চলচিত্ৰ 'প্ৰতিঘাত'ৰ শুভ মুক্তি । চচিয়েল মেডিয়াত কি কলে অমৃতা গগৈ'য়ে

ইফালে সমগ্ৰ অসমত CAB আন্দোলন আনফালে আজি অসমীয়া চলচিত্ৰ 'প্ৰতিঘাত'ৰ শুভ মুক্তি । চচিয়েল মেডিয়াত কি কলে অমৃতা গগৈ'য়ে ।

Amrita gogoi

বৰ্তমান সমগ্ৰ অসমত CAB বিৰোধী আন্দোলন চলি আছে । আনফালে আজি অসমীয়া চলচিত্ৰ 'প্ৰতিঘাত'ৰ মুক্তি লাভ কৰিছে । এনে জটিল সন্ধিক্ষণৰ সময়ত আজি চচিয়েল মেডিয়াত অভিনেত্ৰী অমৃতা গগৈ'য়ে সকলো ৰাইজক CAB বিৰোধী আন্দোলন কৰাৰ ওপৰিওঁ ৰাইজক প্ৰতিঘাত চিনেমা খন চাবলৈ আহ্বান জনাই ।
তেওঁ ফেচবুকত লিখে এনেদৰ -

"আজিৰ পৰা প্ৰতিঘাত ৰাইজৰ হল। প্ৰতিঘাতৰ দিন চমু চাপি অহাৰ সময়তে তীব্ৰতৰ হৈ আহিল no Cab. আজি  ৬ ডিচেম্বৰ। এফালে প্ৰতিঘাত অসমৰ শতাধিক চিনেমাগৃহত আৰু আনফালে কেবৰ বিৰুদ্ধে ৰণহুংকাৰ। এফালে জীৱিকা আনফালে অসমীয়া হিচাপে মোৰ দায়িত্ব...
  কেবৰ লগতে তীব্ৰ ৰূপ ধাৰণ কৰিছে ধৰ্ষণৰ সমস্যাই।এই সামাজিক ব্যাধি আৰু এগৰাকী অকলশৰীয়া  নাৰীৰ ইয়াৰ বিৰুদ্ধে কৰা যুঁজক লৈ আগবাঢ়িছে প্ৰতিঘাতৰ কাহিনী। অকনমান সময় উলিয়াই ছবিখন চাব বুলি আশা কৰিলোঁ আৰু মই তথা প্ৰতিঘাত পৰিয়াল সদায় কেবৰ বিৰুদ্ধে ৰাইজৰ সতে থিয় দিম।
no cab , pratighat"



যিকোনো এখন গাড়ী বা বাইকৰ  নম্বৰ আপোনাৰ মবাইলত টাইপ কৰি কিদৰে গোটেই গাড়ী বা বাইক খনৰ মালিকৰ নাম ঠিকনা সকলো তথ্য উলিয়াব পাৰি জানিবলৈ ইয়াত  ক্লিক (click here) কৰক



আপোনাৰ মবাইলটো কিদৰে টিভি'ত কনেক্টশ্বন কৰি ডাঙৰ স্ক্ৰিনত চাব পাৰি জানিবলৈ ইয়াত ক্লিক (click here) কৰক

Post a Comment

0 Comments