CABক লৈ বিশিষ্ট কবি নীলমণি ফুকনে কি কলে

CABক লৈ বিশিষ্ট কবি নীলমণি ফুকনে কি কলে

নিলমণি ফুকন

CABক লৈ সমগ্ৰ অসম উত্তাল প্ৰতিবাদ হয় থাকোতে সাংবাদিকে সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিলে কবি নিলমণি ফুকনে এনেদৰে -

- ‘অসমীয়া মানুহে কোনোপধ্যে মানি নলয় এই বিধেয়ক’

- ‘মোৰ বিশ্বাস জনসাধাৰণৰ এই প্ৰতিবাদ অথলে নাযাব’

- ‘CM আহোতে সন্মুখতে কৈছিলো অসমীয়া মানুহে বিচৰা নাই CAB’

‘মই আগৰে পৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ ঘোৰ বিৰোধী’

- ‘আইৰ মুখৰ ভাষাটো আৰু এডোখৰ মাটি পাৰে যদি ৰাখক বুলি কৈছিলো’

- ‘ইয়াৰ লগত অসমীয়া ভাষা, সংস্কৃতি, মাটি বহু কথাই জড়িত হৈ আছে’

- ‘প্ৰতিবাদস্থলীলৈ যাব পৰা হ’লে ময়ো প্ৰতিবাদত বহিলোহেঁতেন’ ।




আপোনাৰ মবাইলটো কিদৰে টিভি'ত কনেক্টশ্বন কৰি ডাঙৰ স্ক্ৰিনত চাব পাৰি জানিবলৈ ইয়াত ক্লিক (click here) কৰক



আপোনাৰ ফটোখনৰ বেকগ্ৰাউণ্ড কেনেকৈ ৩ ছেকেণ্ডত নাইকীয়া কৰিব জানিবলৈ ইয়াত ক্লিক ( click here ) কৰক

Post a Comment

0 Comments