আপোনাৰ মাত্ৰ এটা সাধাৰন সহায়ৰ প্ৰয়োজন ৰাহুল গগৈ'ক

মাত্ৰ এটা আপোনাৰ সাধাৰন সহায়ৰ প্ৰয়োজন । আপুনি নিশ্চয় সহায় কৰিব পাৰিব ।   


উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ কৃতী ছাত্র তথা ২০১২-১৩ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল গগৈ সম্প্ৰতি এক জটিল ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে । অতিকৈ সমাজ প্ৰিয় ৰাহুল গগৈ গুৱাহাটী বিশ্ববিদ্যালয়তো অতি কম সময়ৰ ভিতৰতে সকলোৰে দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰ বিন্দু আছিল । কিন্তু নিয়তিৰ পৰিহাসত বৰ্তমান ছাত্ৰজন এক গুৰুতৰ ৰোগত আক্ৰান্ত । ৰাহুলৰ এই দোৰাৰোগ্য ৰোগত বৰ্তমান পৰিয়ালটি দিশহাৰা হৈ পৰিছে ।
ডক্তৰে ৰাহুলৰ উন্নত চিকিৎসাৰ বাবে অহা ৪ ডিচেম্বৰৰ ভিতৰত চেন্নাইস্থিত গ্লো’বেল হস্পিতালত ভৰ্তি কৰাবলৈ পৰামৰ্শ প্ৰদান কৰিছে । উন্নত চিকিৎসাৰ বাবে অৰ্থনৈতিকভাৱে পিছপৰা ৰাহুলৰ পৰিয়ালক এতিয়া প্ৰয়োজন হৈছে কেইবালাখ টকাৰ। পৰিয়ালৰ লোকে প্ৰতিভাৱান যুৱকজনৰ চিকিৎসাৰ বাবে সুহৃদৰ লোকৰ পৰা সহায় হাত বিচাৰিছে।

গতিকে দুৰ্ভগীয়া পৰিয়ালটোক আপুনি যদি সহায় কৰিব বিচাৰিছে তেন্তে তলত দিয়া বেংকৰ তথ্যৰ সহায়ত সহায় কৰক । আৰু যদি আপুনি সহায় কৰিব পৰা নাই তেন্তে এই লেখাটো যিমান পাৰে চেয়াৰ কৰি দি কোনোবা সুহৃদয় ব্যক্তিৰ চকুত পৰাওঁক । আপোনাৰ এই চেয়াৰ দৰে মহান কৰ্ম'ৰ দ্বাৰাওঁ ৰাহুলৰ পৰিয়াললৈ এটা সুখৰ হাঁহি এটা বিৰিঙাব পাৰে । গতিকে অনুগ্ৰহ কৰি চেয়াৰ কৰক অথবা পাৰ্যমানে অৰ্থৰ সহায় নিশ্চয় কৰিব ।

Bank Name SBI
Account number- 30816079073
IFSC code SBIN0010760
Account holder name- Rahul Gogoi
Google pay number 8876504573



Post a Comment

0 Comments