সোনাৰি সমষ্টিৰ নতুনকৈ নিৰ্বাচিত বিধায়িকা নৱনীতা সন্দিকৈ বিধান সভা গৃহ'ত প্ৰথম দিনতেই টোপনিত লালকাল

সোনাৰি সমষ্টিৰ নতুনকৈ নিৰ্বাচিত বিধায়িকা নৱনীতা সন্দিকৈ বিধান সভা গৃহ'ত প্ৰথম দিনতেই টোপনিত লালকাল



ৰাজ্যত কিছু দিন আগতে অনুষ্ঠিত হৈছিল উপনিৰ্বাচন । অসমৰ যি সমুহ বিধান সভা সমষ্টিৰ বিধায়কে লোকসভালৈ নিৰ্বাচিত হৈছিল এই সমুহ বিধান সভা সমষ্টিত কিছু দিন পূৰ্বে অনুষ্ঠিত হয় উপনিৰ্বাচন । ৪ খন বিধান সভা সমষ্টিত অনুষ্ঠিত হোৱা এই নিৰ্বাচনত নতুনকৈ তিনিগৰাকী বিজেপি প্ৰাৰ্থী আৰু এজন এ আই ইউ ডি এফ প্ৰাৰ্থী বিজয়ী হয় । 

বৰ্তমান নতুনকৈ নিৰ্বাচিত হোৱা এই চাৰিওঁগৰাকী প্ৰাৰ্থী'ৰ আজি আছিল বিধান সভা'ত প্ৰথম দিন । আজিৰ এই প্ৰথম দিনতে নিৰ্বাচিত প্ৰাৰ্থী সকল উপস্থিত হয় যদিওঁ আজিৰ প্ৰথম অধিৱেশনতেই সোনাৰি সমষ্টিৰ নতুন কৈ নিৰ্বাচিত হৈ অহা বিধায়িকা "নৱনীতা সন্দিকৈ" বিধান সভা গৃহত টোপনি যোৱা দৃষ্টিগোচৰ হয় । (তলৰ চিত্ৰত দেখুওঁৱা হৈছে)

বৰ্তমান এই দৃশ্য সংবাদ মাধ্যমৰ যোগেদি প্ৰচাৰ হোৱাৰ পাছতে ৰাজ্যত সৰ্বত্ৰে প্ৰতিক্ৰিয়া ঢৌ সৃষ্টি হৈছে আৰু চচিয়েল মেডিয়াতো বৰ্তমান এই বিষয়ত সৰৱ চৰ্চা আৰম্ভ হৈছে ।

Post a Comment

1 Comments

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)