গুৱাহাটীৰ ফিল্ম ফেয়াৰ অনুষ্ঠানত বলিউডৰ কোন কোন তাৰকা আহিব আৰু কোনো কোনো নাহিব

গুৱাহাটীত অনুস্থিত হব লগা ৬৫ সংখ্যক ফিল্ম ফেয়াৰ অনুষ্ঠানত বলিউডৰ কোন কোন তাৰকা আহিব আৰু কোনো কোনো নাহিব ।


অলপতে অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু  TOI (Times of India) মেডিয়া গ্ৰুপ কোম্পানীৰ মাজত চুক্তি হৈছে যে অহা বৰ্ষত অসমৰ গুৱাৱাটীস্থিত পঞ্চ তাৰকা হোটেল'ত বলিউডৰ আটাইতকৈ ডাঙৰ এৱৰ্ড ফাংচন শ্ব' ফিল্ম ফেয়াৰ অনুস্থান অনুষ্ঠিত হব । য'ত বলিউডৰ বহু নামী দামী তাৰকা উপস্থিত হব । বলিউডৰ বিগ বি অমিতা বচ্চনকে আদি কৰি কিং খান চাহৰুক খান, বলিউড ভাইজান চলমান খান আদি সকলো উপস্থিত থাকিব । অসমৰ মাটি'ত প্ৰথম হব লগা এই গ্ৰইন এৱৰ্ড শ্ব'ত বৰ্তমান বলিউডৰ কোন কোন তাৰকা মহাতাৰকা আহিব এই সম্পৰ্কে এটা তালিকা প্ৰকাশ পাইছে । তলত আমি এই এৱৰ্ড  শ্ব'টোত বলিউড'ৰ কোন কোনো ৰথী মহাৰথী আহিব এই সম্পৰ্কে নাম সমুহ প্ৰকাশ কৰি দিয়া হল -


বৰ্তমানলৈকে অনুষ্ঠানটোত আহিব বুলি নিশ্চিত হোৱা তাৰকা সকল'ৰ নাম -

শ্বাহৰুক খান, কৰন জহাৰ,  ৰনবীৰ সিং, আয়োষ্মান কোৰানা, বিকি কৌশেল, জয়া আকটাৰ (ফিল্ম পৰিচালক), অভিনৱ সিনহা (ফিল্ম পৰিচালক), হিৰিত্বিক ৰোচন  আলিয়া ভাট, অনন্যা পাণ্ডে, তাৰা চোতাৰিয়া আদি ।



বৰ্তমানলৈকে অনুষ্ঠানটোত আহিব বুলি যিসকল তাৰকাক আকাংশা কৰা হৈছে এই  সকল'ৰ নাম -

অক্ষয় কুমাৰ, চাহিদ কাপুৰ, নাৱাজুদ্দিন চদ্দিকি, কাৰ্টিক আৰয়ান, অৰ্জুন কাপোৰ, ৰিতেশ দেশমুখ, বিদ্যা বালান, তাপশী পন্নু, ভুমি পাডনাকাৰ, সোনাক্ষী সিনহা, কিৰ্তী চেনন, কাইৰা আদৱানী, মনী ৰয় আদি ।



বৰ্তমানলৈকে অনুষ্ঠানটোত নাহিব বুলি নিশ্চিত হোৱা তাৰকা সকল'ৰ নাম -

আমিৰ খান, অজয় দেৱগন, জন আব্ৰাহাম



অনুষ্ঠানটোত নৃত্য প্ৰদৰ্শন কৰিব লগা তাৰকা সকলৰ নাম -

বৰুন ডাৱান, টাইগাৰ শ্বৰ্ফ, কেট্ৰিনা কেফ, জেকলিন ফাৰ্নাণ্ডিজ আদি ।

উল্লেখযোগ্য যে গুৱাহাটী'ত অনুষ্ঠিত হব লগা এই অনুষ্ঠানটোৰ টিকট কিছু দিন পাছত মুকলি কৰিব অসম পৰ্যটন বিভাগে । প্ৰাপ্ত খবৰ অনুসৰি বৰ্তমান এই অনুষ্ঠানটোৰ টিকটৰ মুল্য ১০ হাজাৰৰ পৰা ৩ লাখ পৰ্যন্ত হব । 

Post a Comment

0 Comments