টেট'ৰ প্ৰশ্ন উত্তৰৰ দ্বাদশ খণ্ড

আজি আমি আপোনালোকক ২০১৯'ৰ অসম টেট'ত আহিব পৰা শিশুৰ বিকাশ'ৰ বিষয়'ৰ অতিকৈ জৰুৰি প্ৰশ্ন উত্তৰ সমুহ ইয়াত জনাম 



টেটত আহিব পৰা প্ৰশ্ন উত্তৰৰ এইটো হৈছে দ্বাদশ খণ্ড । একাদ্বশ খণ্ডটো আমাৰ "সমগ্ৰ ডট কম" ফেচবুক পেজটোতহে উপলব্ধ । এই ৱেবচাইটত একাদ্বশ খণ্ডটো নাপাব । গতিকে একাদ্বশ খণ্ডটো পঢ়িবলৈ আপুনি আমাৰ ফেচবুক পেজত যাব লাগিব । এই দ্বাদশ খণ্ডটোত মুঠ ৩০ টাতকৈ অধিক প্ৰশ্ন উত্তৰ সাঙুৰি লোৱা হৈছে । ত্ৰয়োদশ খণ্ডত পৰিবেশৰ আৰু সাধাৰন জ্ঞান ওপৰত প্ৰশ্ন উত্তৰ পাব । কাইলৈ আমাৰ ফেচবুকত পেজ "সমগ্ৰ ডট কম"ত একাদশ খণ্ড আপলড কৰা হব । গতিকে আজি দ্বাদশ খণ্ডটো অধ্যয়ন কৰক আৰু কাইলৈ ত্ৰয়োদশ খণ্ড পঢ়িবলৈ আমাৰ ফেচবুক পেজটো লাইক বা ফল' কৰিব । লাইক ফল' কৰিবলৈ আপুনি ফেচবুকত "সমগ্ৰ ডট ইন" বুলি চাৰ্চ কৰিব তেতিয়া আপুনি আমাৰ পেজটো পাব আৰু তাৰপাছত আপুনি পেজটো লাইক বা ফল' কৰিব পাৰিব । আৰু লাইক ফল' কৰিলেই  আপুনি দৈনিক এই দৰে টেট'ৰ সম্পৰ্কে সকলো প্ৰশ্ন উত্তৰৰ আপডেট বোৰ পাই থাকিব ।


এতিয়া আহো মুল বিষয়লৈ -



প্ৰশ্নঃ-  মনৰ জ্ঞাত অংশটোক জনা যায় —

( a ) অচেতন
( b ) চেতন
( c ) অৱচেতন
( d ) প্রাক - চেতন

উত্তৰ  ঃ ( b ) চেতন


প্ৰশ্নঃ-  তলৰ কোনটো ব্যক্তিত্বৰ তত্ব চিগুমান্দ ফ্রয়েডৰ

( a ) মানসিক বিশ্লেষণাত্মক
( b ) আচৰণজ্ঞান ( behaviouristic )
( c ) মানৱীয় ।
( d ) মনােবৈজ্ঞানিক

উত্তৰ  ঃ ( a ) মানসিক বিশ্লেষণাত্মক


প্ৰশ্নঃ-  তলৰ কোনটো বয়সত ব্যক্তিত্ব সুদৃঢ় হয় —

( a ) 20 .
( b ) 30 .
( c ) 40 .
( d ) 50 .

উত্তৰ  ঃ ( b ) 30


প্ৰশ্নঃ-  যেতিয়া এজন শিশু মানসিকভাৱে অসুস্থ হয় তেতিয়া শিক্ষকে ব্যৱহাৰ কৰা পদ্ধতি হৈছে

( a ) বহুবাৰ বুজাই থকা
( b ) বিভিন্নধৰণৰ উদাহৰণ
( c ) শিশুক বিকাশ কৰিব পৰা কিছুমান  পৰামর্শৱলী
( d ) কম পৰিমাণৰ আশা

উত্তৰ  ঃ ( c ) শিশুক বিকাশ কৰিব পৰা কিছুমান পৰামৰ্শৱলী


প্ৰশ্নঃ- ব্যক্তিত্ব সম্পর্কত অধ্যয়ন কৰা ব্যক্তিজন

( a ) লিউইন ।
( b ) জি . ডব্লিউ আলপর্ট
( c ) এফ . এইচ . আলপর্ট
( d ) ফ্রয়েদ

উত্তৰঃ ( b ) জি . ডব্লিউ আলপর্ট


প্ৰশ্নঃ-  আলপর্টে আগবঢ়োৱা ব্যক্তিত্বৰ পদ্ধতিটো আছিল

( a ) মনােবৈজ্ঞানিক পদ্ধতি
( b ) সামাজিক পদ্ধতি ।
( c ) মনাে - সামাজিক পদ্ধতি 
( d ) শাৰিৰীক পদ্ধতি ।

উত্তৰ  ঃ ( c ) মনাে - সামাজিক পদ্ধতি


প্ৰশ্নঃ- ব্যক্তিত্ব শব্দটো আহিছে —

( a ) ব্যক্তিগত
( b ) পার্চনা
( c ) ব্যক্তি
 ( d ) সকলাে

উত্তৰ  ঃ ( b ) পার্চনা


প্ৰশ্নঃ-  ব্যক্তিত্বৰ অৰ্থ হৈছে —

( a ) অতিগর্ব
( b ) গর্ব
( c ) ইদ
( d ) গােটেই কেইটা

উত্তৰ  ঃ ( d ) গােটেইকেইটা


প্ৰশ্নঃ-  তলৰ কোনটো পদ্ধতি অস্বাভাৱিক ব্যক্তিৰ কাৰণে উপযুক্ত

( a ) ঘটনা বিৱৰণ
( b ) সাক্ষাৎকাৰ
( c ) প্রশ্নোত্তৰ
( d ) কাগজ - কলম পৰীক্ষা

উত্তৰ  ঃ ( a ) ঘটনা বিৱৰণ ।


প্ৰশ্নঃ-  জীৱবিজ্ঞানৰ অন্তর্ভুক্ত বিষয় হৈছে —

( a ) পদার্থবিজ্ঞান
( b ) Body chemistry
( c ) সংবেদন ক্ষমতা
( d ) মানসিক ক্ষমতা

উত্তৰ  ঃ ( b ) Body chemistry


প্ৰশ্নঃ-  সামাজিকীকৰণৰ অন্তর্ভুক্ত বিষয় হৈছে —

( a ) পৰিয়ালৰ মাজৰ সম্পর্ক
( b ) জন্মসূত্র '
( c ) ওচৰ - চুবুৰীয়া
( d ) মানুহৰ ব্যৱহাৰ

উত্তৰ  ঃ ( a ) পৰিয়ালৰ মাজৰ সম্পর্ক ।


 প্ৰশ্নঃ- কার্ল যাঙে আগবঢ়োৱা ব্যক্তিত্বৰ বিভাগ হৈছে —

( a ) বহির্মুখিতা
( b ) অন্তর্মুখিতা
( c ) ওপৰত উল্লেখ কৰা দুয়ােটা
( d ) ওপৰত এটাও নহয় ।

উত্তৰ  ঃ ( d ) ওপৰত এটাও নহয়


প্ৰশ্নঃ-  ব্যক্তিত্বই অন্তর্ভুক্ত কৰা Topographical model - -

( a ) চেতন পর্যায়
( b ) অচেতন পর্যায়
( c ) অৱচেতন পর্যায়
( d ) অতি চেতন ।

উত্তৰঃ ( d ) অতি চেতন ।


প্ৰশ্নঃ-  যাঙে আগবঢ়োৱা ব্যক্তিত্বৰ বিভাজনৰ ভিত্তি আছিল

( b ) অচেতনতা
( d ) অৱচেতন ।
( a ) চেতনতা
( c ) ভংগীমা

উত্তৰ  ঃ ( d ) অৱচেতন


প্ৰশ্নঃ-  গৰ্বৰ অৰ্থ হৈছে

( a ) আদর্শ নীতি
( b ) মূল নীতি
( c ) প্রাকৃতিক নীতি
( d ) আৰামদায়ক ।

উত্তৰ  ঃ ( d ) আৰামদায়ক নীতি


প্ৰশ্নঃ- জীৱনৰ ষ্টাইল সংজ্ঞাটো আগবঢ়াইছিল

( a ) এডলাৰ
( b ) ফ্রয়েড
( c ) য়াং
( d ) লিউন

উত্তৰ  ঃ ( b ) ফ্রয়েড

প্ৰশ্নঃ-  তলৰ কোনটো প্রবৃত্তি ফ্রয়েডে আগবঢ়োৱা নাই

( a ) জীৱন প্রবৃত্তি
( b ) Thanato
( c ) Libido
( d ) Eros ।

উত্তৰঃ ( a ) জীৱন প্রবৃত্তি


প্ৰশ্নঃ- এজন সাধাৰণ মানুহৰ IQ হৈছে —

( a ) 120 - 129
( b ) 110 - 119
( c ) 130 - 140
( d ) এটাও নহয়

উত্তৰ  ঃ ( a ) 120 - 129


প্ৰশ্নঃ-  এজন ব্যক্তিৰ IQ BO বা তাতকৈ বেছি হলে কোৱা হয় —

( a ) সাধাৰণ
( b ) উচ্চ
( c ) অতি উচ্চ
( d ) এটাও নহয় ।

উত্তৰ  ঃ ( b ) উচ্চ


প্ৰশ্নঃ-  প্রধান বুদ্ধিৰ তত্ব আগবঢ়াইছিল 

( a ) চার্লচ ডাউন
( b ) চাৰ ফেন্সিছ গেলনৈ
( c ) আলফ্রেড বিনেট
( d ) এটাও নহয় 

উত্তৰ  ঃ ( a ) চার্লচ ডাউন


প্ৰশ্নঃ-  অন্য ব্যক্তিক জানিবৰ কাৰণে অধ্যয়ন কৰা হয় —

( a ) প্ৰকাৰ
( b ) সংলক্ষণ
( c ) ব্যক্তিত্ব
( d ) এটাও নহয়

উত্তৰ ? ( b ) সংলক্ষণ


প্ৰশ্নঃ-  Rorschach test কৰিছিল —

( a ) পিয়াগেটে
( b ) থাইক
( c ) কহলাৰ
( d ) এটাও নহয় 

উত্তৰঃ ( d ) এটাও নহয়


প্ৰশ্নঃ-  মানসিকভাৱে অসুস্থ ব্যক্তিৰ IQ হৈছে —

( a ) 0 - 24 ।
( b ) 25 - 49
( c ) 50 - 70 ।
( d ) 70 - 85

উত্তৰ  ঃ ( a ) 0 - 24


প্ৰশ্নঃ-  ক্ষমতাসম্পন্ন শিশুৰ IQ হৈছে

( a ) 50 - 69
( b ) 70 - 85
( c ) 85 - 119
( d ) 140ৰ ওপৰত

উত্তৰ  ঃ ( b ) 70 - 85


প্ৰশ্নঃ-  Horney ' s পদ্ধতিক কোৱা হয় - -

( a ) ব্যক্তি মনােবিজ্ঞান
( b ) মানসিক বিশ্লেষণ
( c ) আভ্যন্তৰীণ মানসিক বিশ্লেষণাত্মক তত্ব
( d ) মানসিক বিশ্লেষণাত্মক মনােবিজ্ঞান । 

উত্তৰ  ঃ ( c ) আভ্যন্তৰীণ মানসিক বিশ্লেষণাত্মক তত্ব ।


প্ৰশ্নঃ- Posturesয়ে আগবঢ়োৱা ব্যক্তিত্বৰ তত্বটোক জনা যায় —

( a ) সামাজিক আচৰণ ।
( b ) ব্যক্তিগত আচৰণ ।
( c ) জীৱবিজ্ঞান ।
( d ) স্বাভাৱিক ব্যৱহাৰ

উত্তৰ - ( a ) সামাজিক আচৰণ ।


প্ৰশ্নঃ-  চলন শক্তি হৈছে —
( a ) ( Id ) ইদ্
( b ) গর্ব
( C ) ( Libido ) লিবিড ’
( d ) Homeostasis

উত্তৰ  ঃ ( d ) Homeostasis


 প্ৰশ্নঃ- ষ্টেনফোর্ড বিনেট অভীক্ষা আগবঢ়াইছিল —

( a ) বিনেট
( b ) চাইনল
( c ) টাৰমেন
( d ) চডেলাৰ ( Wasdler )

উত্তৰ  ঃ ( c ) টাৰমেন


প্ৰশ্নঃ- প্রথম প্রাপ্তবয়স্ক বুদ্ধি অভীক্ষা আগবঢ়াইছিল —
( a ) বিনেট ।
( b ) কেলটল
( c ) ৱেচছলচ ( Weschles )
( d ) এটাও নহয় ।

উত্তৰ  ঃ (  C ) ৱেচছলচ ( Weschles )


গতিকে এইয়াই হৈছে অসম টেটত আহিব পৰা প্ৰশ্ন উত্তৰ আলোচনাৰ ত্ৰয়োদশ ভাগ । লেখাটো পঢ়ি যদি ভাল পালে তেম্তে এই লেখাটো চেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেক দিনা এনেদৰে নতুন আষৰ্কনীয় কথা জানিবলৈ বা নতুন তথ্য সদায় পাবলৈ হলে আমাৰ এই  ফেচবুক পেজটো লাইক বা Follow কৰিব । ধন্যবাদ ।

Post a Comment

0 Comments