অসম আৰক্ষীত ওলাইছে চাকৰি

অসম আৰক্ষীত ওলাইছে চাকৰি


অসম আৰক্ষীত ওলাইছে চাকৰি ।  অসম আৰক্ষীৰ  উপ পৰিদৰ্শক পদৰ বাবে অৰ্হতা সম্পন্ন ব্যক্তিক বিচৰা হৈছে । ৫৯৭ টা খালি পদ থকা অসম আৰক্ষী উপ পৰিদৰ্শক চাকৰিটোৰ বাবে ইচ্ছ্যুক আবেদনকাৰীৰ অৰ্হতা বিজ্ঞানৰ অতভা বাণিজ্য'ত স্নাতক হব লাগিব । তলত পদটোৰ বিষয়ে সবিশেষ জনাই দিয়া হল ।

বিভাগ - অসম আৰক্ষী

পদ: উপ পৰিদৰ্শক
 
খালী পদৰ সংখ্যা : ৫৯৭

অৰ্হতা : বিজ্ঞান অথবা বাণিজ্য'ত স্নাতক।

অভিজ্ঞতা : নৱাগত

চাকৰিৰ স্থান : গুৱাহাটী

আবেদনৰ শেষ দিন: ৩০/১১/২০১৯


ইচ্ছ্যুত আবেদনকাৰীয়ে এতিয়া অসম
পুলিচৰ অফিচিয়েল ৱেবচাইট - www.assampolice.gov.in ত ভিজিত কৰক আৰু আজিয়েই অনলাইন যোগেদি আবেদন কৰক । ধন্যবাদ ।

লেখাটো চেয়াৰ কৰিব নাপাহৰিব ।

Post a Comment

0 Comments