ড্ৰাইভিং লাইচেন্স'ৰ পৰীক্ষাত অহা পথ চিহ্ন সমুহৰ অৰ্থ | driving licence exam asking symbol meaning

ড্ৰাইভিং লাইচেন্সৰ বাবে জানিব লগা পথৰ কাষৰ চিহ্ন সমুহৰ অৰ্থ -


ভাৰত চৰকাৰে নতুনকৈ যান বাহন আইন প্ৰনয়ন কৰা কথা  আপোনালোকে নিশ্চয় জানে । ভাৰতৰ চৰকাৰে কঠোৰ এই আইন প্ৰনয়ন কৰা পাছতে বৰ্তমান সকলোৰে বাবে প্ৰয়োজন হয় পৰিছে ড্ৰাইভিং লাইচেন্স । আৰু আপুনি ড্ৰাইভিং লাইচেন্স প্ৰাপ্ত লাভ কৰিবলৈ হলে নিশ্চয় ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষাত অৱতীৰ্ন হব লগাত পৰিছে । আৰু আপুনি এই পৰীক্ষাত অৱতীৰ্ন হলে নিশ্চিত ভাৱে পথৰ কাষত থকা চিহ্ন সমুহ জানিব লগা হৈছে । কিন্তু এই চিহ্ন সমুহ আপুনি সম্পুৰ্ণকৈ জানিব কেনেকৈ ? তাৰ বাবে আপুনি নিশ্চয় কিতাপ কিনি পঢ়িব লাগিব বা পথৰ চিহ্ন সমুহ গৈ চাই আহিব লাগিব । কিন্তু তেনে  কৰিলে আপুনি নিশ্চয় খৰচ কিছু কৰিব লাগিব । পাঠক সকল আজি আমি আপোনালোকৰ এই খৰচ লাঘৱ কৰিবলৈ নতুবা আপোনালোকৰ বিশেষ সুবিধাৰ বাবে এই লেখাটোত লৈ আনিছো ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষাত অহা সকলোবোৰ চিহ্ন আৰু এই চিহ্নৰ অৰ্থ । ইয়াত আপুনি পথৰ কাষত থকা সকলো চিহ্নৰ অৰ্থ পাব । (এটাওঁ বাদ পৰা নাই ) । আপুনি এই লেখাটো সম্পুৰ্ণকৈ সকলোবোৰ ভালদৰে পঢ়ি ড্ৰাইভিং লাইচেন্সৰ পৰীক্ষাত অৱতীৰ্ণ হওঁক তেতিয়া আপুনি নিশ্চিত ভাৱে পৰীক্ষাটো পাছ কৰিব  । গতিকে এই লেখাটো সম্পুৰ্ণকৈ পঢ়ক আৰু পথৰ কাষত থকা সকলো চিহ্ন সমুহৰ অৰ্থ ইয়াত বুজক । 

পথৰ কাষৰ চিহ্ন আৰু অৰ্থ - 


এই চিহ্নটোৰ অৰ্থ - 
আপোনাৰ গাড়ীখন ৰখাবলৈ জাননী দিছে ।



এই চিহ্নটোৰ অৰ্থ -
পাৰ হব খোজা গাড়ীক বাট এৰি দিবলৈ কোৱা হৈছে ।



এই চিহ্নটোৰ অৰ্থ - 
এই পথেদি প্ৰৱেশ নিষেধ কৰা হৈছে ।




এই চিহ্নটোৰ অৰ্থ - 
এটা পথেদিহে গাড়ী অহাৰ বাবে খোলা আছে ।




এই চিহ্নটোৰ অৰ্থ - 
এই খিনিৰ পৰা দুয়োদিশে গাড়ী আহিবলৈ বা যাবলৈ মানা কৰা আছে ।





এই চিহ্নটোৰ অৰ্থ - 
সকলো ধৰনৰ যান বাহন অহা যোৱা নিষিদ্ধ ।




এই চিহ্নটোৰ অৰ্থ - 
এইখিনিৰ পৰা ট্ৰাক আহ যাহ নিষিদ্ধ ।




এই চিহ্নটোৰ অৰ্থ - 
এই পথেদি গৰু গাড়ী আৰু ঠেলা বন্ধ ।




এই চিহ্নটোৰ অৰ্থ - 
এই খিনিৰ পৰা ঘোৰা গাড়ী নিষিদ্ধ ।



এই চিহ্নটোৰ অৰ্থ - 
এই পথেদি ঠেলা চলাচল বন্ধ ।



এই চিহ্নটোৰ অৰ্থ - 
এই পথত চাইকেল নিষিদ্ধ ।



এই চিহ্নটোৰ অৰ্থ -
এই পথত খোজ কঢ়া নিষিদ্ধ ।



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত সোফালে ঘুৰাব নোৱাৰিব ।



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত বাওফালে ঘুৰাব নোৱাৰিব ।



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত ইউ টাৰ্ণ লব নোৱাৰিব ।



এই চিহ্নটোৰ অৰ্থ - 
এই অঞ্চলত কোনো গাড়ীক অভাৰটেক বা অতিক্ৰম কৰিব নোৱাৰিব ।



এই চিহ্নটোৰ অৰ্থ - 
এই অঞ্চলত হৰ্ণ বজাব নোৱাৰিব ।



এই চিহ্নটোৰ অৰ্থ -
এই অঞ্চলত  ঘন্টাত ৫০ কিঃমিঃতকৈ অধিক স্পিডত চলাব নোৱাৰিব ।



এই চিহ্নটোৰ অৰ্থ - 
এই অঞ্চলত ওপৰৰ চিহ্নটোত উল্লেখ থকা পস্থৰ গাড়ীহে চলাব পাৰিব ।



এই চিহ্নটোৰ অৰ্থ - 
উল্লেখ কৰাতকৈ অধিক উচ্চতাৰ গাড়ী প্ৰৱেশ নিষেধ ।




এই চিহ্নটোৰ অৰ্থ - 
উল্লেখিত পৰিমানৰহে ভাৰ বহন কৰি সোমাব পাৰিব ।



এই চিহ্নটোৰ অৰ্থ - 
এই পথত সীমিত দৈৰ্ঘৰ গাড়ীহে চলাচল কৰিব পাৰিব ।



এই চিহ্নটোৰ অৰ্থ - 
ইয়াত পাৰ্কিং নিষেধ ।



এই চিহ্নটোৰ অৰ্থ - 
ইয়াত গাড়ী ৰখোৱা নিষেধ ।




এই চিহ্নটোৰ অৰ্থ - 
যিকোনো বাধা নিষেধৰ সমাপ্তি ঘোষণা কৰা হৈছে ।




এই চিহ্নটোৰ অৰ্থ - 
ইয়াত যাত্ৰীবাহী বাহন ৰখাটো অনিবাৰ্য ।




 এই চিহ্নটোৰ অৰ্থ - 
ইয়াত গাড়ী বাধ্যতা মুলক ভাৱে বাওঁফালে ঘুৰাবই লাগিব ।





এই চিহ্নটোৰ অৰ্থ -
গাড়ী সোফালে ঘুৰোৱাটো বাধ্যতামুলক ।



এই চিহ্নটোৰ অৰ্থ -
গাড়ী বাধ্যতামুলক ভাবে পোনে পোনে চলাই যাব লাগিব ।



এই চিহ্নটোৰ অৰ্থ -
গাড়ী বাধ্যতামুলক ভাবে পোনে পোনে নতুবা সোঁফালে চলাই যাব লাগিব ।



এই চিহ্নটোৰ অৰ্থ -
গাড়ী বাধ্যতামুলক ভাবে পোনে পোনে নতুবা বাওঁফালে চলাই যাব লাগিব ।






এই চিহ্নটোৰ অৰ্থ -
বাধ্যতামুলক ভাবে  এই অঞ্চলত চাইকেল চলাই যাব লাগিব ।



এই চিহ্নটোৰ অৰ্থ -
গাড়ী বাধ্যতামুলক ভাবে হৰ্ণ বজাই যাব লাগিব ।



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত সোঁদিশে থকা বেকা ভাজৰ কথা সুচাইছে ।



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত বাওঁদিশে থকা বেকা ভাজৰ কথা সুচাইছে ।



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত সোঁদিশে হেয়াৰ পিন'ৰ দৰে থকা বেকা ভাজৰ কথা সুচাইছে ।



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত বাওঁদিশে হেয়াৰ পিন'ৰ দৰে থকা বেকা ভাজৰ কথা সুচাইছে ।



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত পশ্চাদমুখী বেকা ভাজৰ কথা সুচাইছে ।




এই চিহ্নটোৰ অৰ্থ -
সন্মুখত প্ৰতিবন্ধক আছে ।




এই চিহ্নটোৰ অৰ্থ -
সন্মুখত চাৰিআলি আছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখৰ সোঁফালে উপপথ আছে । 



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখৰ বাওঁফালে উপপথ আছে । 



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত মিলিত পথ আছে । 



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখৰ ঘূৰণীয় পথ সংযোগ  আছে । 



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত দ-চাপৰ অঞ্চল আছে । 



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত গতি ৰোধক আছে । 



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত  Y আখৰৰ দৰে পথ আছে । 



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত সোঁফালে আৰু বাওঁফালে উপপথ আছে । 



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত প্ৰধান পথ আছে । 



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত অসুৰক্ষিত ৰেলপথ আছে । 


এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত সুৰক্ষিত ৰেলপথ আছে । 



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত পিচল পথ আছে । 



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত শিল দিয়া পথ আছে । 



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত চাইকেল আৰোহিৰ পথ আছে ।



এই চিহ্নটোৰ অৰ্থ - 
সন্মুখত চৰনীয়া প্ৰানী আছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত পথাচাৰিৰ পথ আছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত স্কুল আছে ।



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত দুটা পথ মিলিত হৈছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত বনুৱাই কাম কৰি আছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত শিল খহিব পৰা অঞ্চল আছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত ফেৰী ঘাট আছে ।




এই চিহ্নটোৰ অৰ্থ -
সন্মুখত থিয় আৰোহন পথ আছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত তললৈ অৱৰোহন পথ আছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত ঠেক পথ আছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত বহল পথ আছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত ঠেক দলং আছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখৰ পথৰ মাজভাগত  ফাক আছে ।



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত শুখ চাপৰ অঞ্চল পথ আছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত লঘু আহাৰৰ সুবিধা আছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত হোটেল আছে । 



এই চিহ্নটোৰ অৰ্থ -
সন্মুখত জিৰনি ঘৰ আছে । 





এই চিহ্নটোৰ অৰ্থ -
কাড় চিহ্নই নিৰ্দেশ স্থানত পাৰ্কিং কৰক ।



এই চিহ্নটোৰ অৰ্থ -
কাড় চিহ্নই নিৰ্দেশ দুই স্থানত পাৰ্কিং কৰক ।



এই চিহ্নটোৰ অৰ্থ -
চাইকেল পাৰ্কিং কৰক ।



এই চিহ্নটোৰ অৰ্থ -
গাড়ী পাৰ্কিং কৰক ।




এই চিহ্নটোৰ অৰ্থ -
ৰাজহুৱা টেলেফোনৰ সুবিধা আছে ।




এই চিহ্নটোৰ অৰ্থ -
ওচৰত পেট্ৰল পাম্প আছে ।




এই চিহ্নটোৰ অৰ্থ -
ওচৰত হস্পিতাল আছে ।



গতিকে এই সমুহ হৈছে পথৰ কাষত থকা চিহ্ন সমুহ আৰু চিহ্ন সমুহৰ অৰ্থ । আপুনি যদি লেখাটো ভাল পালে তেন্তে নিশ্চয় চেয়াৰ কৰিবলৈ নাপাহৰিব ।

Post a Comment

6 Comments

Emoji
(y)
:)
:(
hihi
:-)
:D
=D
:-d
;(
;-(
@-)
:P
:o
:>)
(o)
:p
(p)
:-s
(m)
8-)
:-t
:-b
b-(
:-#
=p~
x-)
(k)