কম মূল্যৰ গাড়ী , KIAৰ নতুন EV, যি এবাৰ চাৰ্জ কৰিলে 511 KM চলিব ।

কম মূল্যৰ গাড়ী , KIAৰ নতুন EV, যি এবাৰ চাৰ্জ কৰিলে 511 KM চলিব । 

কোৰিয়ান অটোমোবাইল কোম্পানী KIAয়ে শেহতীয়াকৈ ভাৰতত KIA EV 6 ( EV মানে ইলেক্টট্ৰনিক বাহন) Nameplate Trademark নিৰ্মাণ কৰিছে। এইখন এই কোম্পানীৰ প্ৰথম বৈদ্যুতিক গাড়ী যিয়ে বিশ্বজুৰি বজাৰত ভাল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে । এই গাড়ীখনৰ বিষয়ে বহুত খবৰ আছে তাৰে প্ৰধান গুৰুত্বপুৰ্ণ খবৰটো হৈছে এই গাড়ীখন ভাৰতত মুকলি কৰাক লয় । হয় এই গাড়ীখন ভাৰতত কেতিয়া মুকলি কৰা হ'ব তাক জানিবলৈ এতিয়া সকলো উৎসুক । এই প্ৰশ্ন চলি থাকোতেই বৰ্তমান কোম্পানীয়ে জানিব দিছে যে এই গাড়ীখন জুন মাহত ভাৰতত মুকলি কৰিব । এই গাড়ীখন বহুতো আধুনিক Features ৰে সমৃদ্ধ আৰু ভাৰতত বৈদ্যুতিক খণ্ডৰ মাৰ্কেটত অধিক আলোড়ন তুলিব। ইতিমধ্যে এই গাড়ীখনে ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ বজাৰত এনেওঁ যথেষ্ট চৰ্চা হয় আছে ।

মুলতঃ এই গাড়ীখন ভাৰতত মুকলি কৰাৰ পিছত, ই টাটা নেক্সন ইভি (Tata Nexon EV)ৰ সৈতে পোনপটীয়া compilation বা প্ৰতিযোগিতা কৰিব, যি বৰ্তমান ভাৰতৰ 1 নং বৈদ্যুতিক গাড়ী হয় আছে । ইয়াৰ উপৰিও, MGৰ ZS EV ও প্ৰতিযোগিতাৰ এটা অংশ হব ।

উল্লেখযোগ্য কিয়াৰ এই বৈদ্যুতিক গাড়ীখন অতি দ্ৰুত চাৰ্জিংৰ সৈতে আহিব । এই গাড়ীখন মাত্ৰ ১৮ মিনিটত ১০ ৰ পৰা ৮০ শতাংশলৈ চাৰ্জ কৰিব পাৰিব । একে সময়তে, এই গাড়ীখনৰ ৰেঞ্জ বা মাইলেজৰ যদি কথা পাতো, তেন্তে মাইলেজৰ ক্ষেত্ৰত, ই Tata Nexon EV আৰু MGৰ ZS EV দুয়োটাতকৈ অধিক আগত আছে। মাত্ৰ এটা চিংগল বা একক চাৰ্জত, এই গাড়ীখনে সৰ্বমুঠ 510 কিলোমিটাৰ পৰ্যন্ত মাইলেজ প্ৰদান কৰিব ।

Post a Comment

0 Comments