গণতন্ত্ৰ দিৱস উপলক্ষে এইবাৰ AMAZON আৰু FLIPKARTত সাংঘাটিক স্মাৰ্টফোনৰ অফাৰ দিছে । আহক ইয়াত জানো কোনবোৰ স্মাৰ্টফোন আপুনি এইবাৰ অতি কম দামত কিনিব পাব …



AMAZON আৰু FLIPKARTৰ বাৰ্ষিক গণতন্ত্ৰ দিৱসৰ বিশেষ বিক্ৰী এই সপ্তাহত আৰম্ভ কৰা হৈছে। Amazon গ্ৰেট ৰিপাব্লিক ডে চেল আৰু ফ্লিপকাৰ্ট বিগ চেভিং ডেজ চেলত, দুয়োটা কোম্পানীয়ে ভাৰতৰ বহুতো স্মাৰ্টফোনত অফাৰ লৈ আহিছে। এইয়ে এই লেখাত আমি আপোনালোকক আমাজন আৰু ফ্লিপকাৰ্ট দুয়োটা ৱেবছাইটত সৰ্বশ্ৰেষ্ঠ স্মাৰ্টফোন অফাৰৰ বিষয়ে তথ্য দিম ৷


গতিকে আপুনি লেখাটো শেষলৈ পঢ়িব তেতিয়া আপোনাৰ নিশ্চয় লাভাম্বিত হব পাৰে । আনহাতে   যদি আপুনি আপোনাৰ পুৰণি স্মাৰ্টফোন আপগ্ৰেড কৰিবলৈ আৰু এটা নতুন স্মাৰ্টফোন ক্ৰয় কৰাৰ পৰিকল্পনাও যদি কৰি আছিল, এইটো আপোনাৰ বাবে এক মহান সুযোগো হব । গতিকে এই মহান লেনদেন আৰু অফাৰবোৰ আপোনাৰ হাতেৰে যাবলৈ নিদিবলৈ আপুনি এই লেখাটো শেষলৈ নিশ্চয় পঢ়ক ।


এতিয়া আমি জানি লওঁ আহক Flipkart Big Saving Days sale ত কি স্মাৰ্টফোনত কেনেকুৱা কেনেকুৱা ধৰনৰ অফাৰ দি আছে এইয়া জানি লওঁ আহক -
 

Flipkart Big Saving Days sale - Top offers on mobile phones

 

Apple iPhone 11 64GB (Rs. 48,999)

Apple iPhone 11 ৰ ৬৪ জিবি ষ্ট'ৰেজ ভেৰিয়েন্টৰ ফোনটোৰ মূল্য ফ্লিপকাৰ্টৰ বিগ চেভিং ডে চেলত ৫৪,৯০০ টকাৰ পৰা ৪৮,৯৯৯ টকালৈ হ্ৰাস পাইছে। স্মাৰ্টফোনটোত এই ৰেহাইৰ উপৰিও, ফ্লিপকাৰ্টে ফোনত আন কেইবাটাও অফাৰ প্ৰদান কৰিব, যাৰ ভিতৰত আছে এক্সচেঞ্জ অফাৰৰ অধীনত 16,500 টকালৈকে ৰেহাই আৰু এইচডিএফচি বেঙ্ক কাৰ্ড ধাৰকসকলক 10% তাৎক্ষণিক ৰেহাইৰ অফাৰ পাব ।


Apple iPhone SE 64GB (Rs. 31,999)

ফ্লিপকাৰ্টৰ বিগ চেভিং ডে' চেলত Apple iPhone SE 64GB  ষ্ট'ৰেজ ভেৰিয়েন্ট ফোনটোৰ মূল্য ৩৯,৯০০ টকাৰ পৰা ৩১,৯৯৯ টকালৈ হ্ৰাস পাইছে। তদুপৰি, এইচডিএফচি বেঙ্ক কাৰ্ডধাৰকে এই ফোনত অতিৰিক্ত ৩,০০০ টকাৰ ৰেহাই পাব, যাৰ বাবে এই ফোনটোৰ মূল্য ২৮,৯৯৯ টকা হব। ভাৰতত iPhone SE আৰম্ভ কৰাৰ পিছত এইটো সৰ্বনিম্ন মূল্য হৈ বজাৰত প্রকাশ পাইছে । ইয়াৰ উপৰিও, আপুনি এক্সচেঞ্জ অফাৰো লাভ কৰিব পাৰে ইয়াত য'ত আপুনি পুৰণি ফোনৰ পৰিৱৰ্তে 16,500 টকালৈকে নতুন ফোনৰ ৰেহাই পাব।

 

Samsung Galaxy S20+ (Rs. 44,999)

Samsung Galaxy S20+ স্মাৰ্টফোন পুনৰ ৰেহাই মূল্যত ক্ৰয়ৰ বাবে উপলব্ধ হৈছে ফ্লিপকাৰ্টৰ বিগ চেভিং ডে'ত ।  এইবাৰ চেলত এই ফোনৰ মূল্য যথেষ্ট ৰেহাই দিয়া হৈছে। ফ্লিপকাৰ্ট চেলৰ এই ফোনটো ৮৩,০০০ টকাৰ পৰিৱৰ্তে ৪৪,৯৯৯ টকাত ক্ৰয়ৰ বাবে উপলব্ধ কৰা হৈছে ।

Poco X3 (Rs. 14,999)

যদি আপুনি পুৰণি চেলত Poco X3 ফোন ক্ৰয় কৰা নাই, ফ্লিপকাৰ্টে আপোনাৰ বাবে আন এটা সুযোগ লৈ আহিছে। এতিয়া Poco X3 ফোনৰ 6 GB আৰু 64 GB ষ্ট'ৰেজ ভেৰিয়েন্টটোত 19,999 টকাৰ পৰিৱৰ্তে 14,999 টকাত ক্ৰয় কৰিব পাৰিব ।

 
Moto G 5G

Moto G 5G  ফোন হৈছে ভাৰতৰ এটা সুলভ 5G স্মাৰ্টফোন যাৰ মূল্য 24,999 টকা, কিন্তু এই সপ্তাহত ফ্লিপকাৰ্ট চেলত আপুনি এই ফোনটো 18,999 টকাত কিনিব পাৰিব । আপুনি পুৰণি ফোনটোৰ সলনি ১৬,৫০০ টকাৰে এই নতুন ফোনটো কিনিব পাৰিব ।

 

LG Velvet Dual Screen (Rs. 44,990)

LG Velvet Dual Screen ফোনটো এই চেলত সকলো ডেবিট আৰু ক্ৰেডিট কাৰ্ড  ব্যৱহাৰ কাৰি সকলৰ বাবে সুযোগ কঢ়িয়াই আনিছে । এই অফাৰে চেলত  5,000 টকাৰ ৰেহাই দিব সকলো ডেবিট আৰু ক্ৰেডিট কাৰ্ডধাৰী সকলক । এই ফোনটোৰ প্ৰকৃত দাম হৈছে ৪৪,৯৯০ টকা কিন্তু এতিয়া এই ফোনটো 39,990 টকাত কিনিব পাৰিব ।



এতিয়া আমি জানি লওঁ আহক Amazon Great Republic Day sale ত কি স্মাৰ্টফোনত কেনেকুৱা কেনেকুৱা ধৰনৰ অফাৰ দি আছে এইয়া জানি লওঁ আহক -

Amazon Great Republic Day sale - Best offers on smartphones

 

Apple iPhone 12 mini (Rs. 64,490)

Amazon Apple iPhone 12 mini ত ফ্লেট ৰেহাই প্ৰদান কৰা নাই, কিন্তু এচবিআই ক্ৰেডিটে ধাৰী সকলে এই ফোনত ৪,৫০০ টকাৰ তাৎক্ষণিক ৰেহাই পাব । যাৰ বাবে এই ফোনটোৰ মূল্য ৫৯,৯৯০ টকালৈ কমি যাব । তদুপৰি, স্মাৰ্টফোন বিনিময় অফাৰৰ অধীনত এই ফোনত ১২,৪০০ টকাৰ অতিৰিক্ত ৰেহাই দিয়া হ'ব।

OnePlus 8 (6GB, 128GB) (Rs. 39,999)

এই সপ্তাহত আমাজন গ্ৰেট ৰিপাব্লিক দিৱস বিক্ৰীৰ সময়ত OnePlus 8 ৰ মূল্য ৪১,৯৯৯ টকাৰ পৰা ৩৯,৯৯৯ টকালৈ হ্ৰাস পাইছে। ইয়াৰ উপৰিও, আপুনি এই ফোনত সৰ্বাধিক 12,400 টকালৈকে স্মাৰ্টফোন বিনিময় অফাৰ পাব।

Samsung Galaxy M51 (Rs. 20,999)

আমাজন গ্ৰেট ৰিপাব্লিক ডে বিক্ৰীত দেখা গৈছে যে  কুপন-আধাৰিত ৰেহাই অফাৰো প্ৰদান কৰা হৈছে, Samsung Galaxy M51 ইয়াৰ উদাহৰণ । আপুনি কেৱল প্ৰডাক্ট পেজত 2,000 টকাৰ ৰেহাই বাছনি কৰিব লাগিব, যাৰ পিছত আপুনি 20,999 টকাত গেলেক্সি M21 কিনিব পাৰিব । এছবিআই কাৰ্ডধাৰক সকলেও এই ফোনটো ক্ৰয় কৰাৰ ওপৰত 1,500 টকাৰ ৰেহাই পাব ।

Redmi Note 9 Pro Max (Rs. 14,999)

আপুনি আমাজন গ্ৰেট ৰিপাব্লিক দিৱস বিক্ৰীত 14,999 টকাত Redmi Note 9 Pro Max ক্ৰয় কৰিব পাৰে। ইয়াৰ উপৰিও, এই ফোনত 12,400 টকালৈকে সৰ্বাধিক বিনিময় অফাৰ  উপলব্ধ, কিন্তু ইয়াৰ বাবে আপুনি আপোনাৰ পুৰণি স্মাৰ্টফোন বিনিময় কৰিব লাগিব যিটো ভাল অৱস্থাত থাকিব লাগিব ।
 

Oppo Find X2 (Rs. 51,990)

আমাজন'ৰ এই অফাৰ চেল'ত Oppo Find X2  ফোনটো 13,000 টকাৰ কুপন আধাৰিত ৰেহাই প্ৰদান কৰিছে, যাক আপুনি এই ফোনটো 51,990 টকাত কিনিব পাৰিব ।

Post a Comment

0 Comments