15,000 ৰ ভিতৰত 6GB RAM থকা সৰ্বশ্ৰেষ্ঠ ম'বাইল ফোন সমুহক জানো আহক

15,000 ৰ ভিতৰত 6GB RAM থকা   সৰ্বশ্ৰেষ্ঠ ম'বাইল ফোন সমুহক জানো আহক -


Mid Range Smartphone Segmentত (মধ্য পৰিসৰৰ স্মাৰ্টফোন খণ্ডত) আমি শেহতীয়াকৈ ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে । এতিয়া 15,000 টকাৰ ভিতৰত Large display, huge battery (ডাঙৰ ডিচপ্লে, বিশাল বেটাৰী) আৰু অধিক ৰেমেৰে সজ্জিত বহুতো স্মাৰ্টফোন
উপলব্ধ হৈছে ।

আজিৰ তাৰিখত আপুনি  যদি ভাবি আছে যে 15,000 টকাতকৈ কম মূল্যত 6 GB RAM-ৰ সৈতে ম'বাইল ফোন পোৱাটো কঠিন, তেন্তে আপুনি ভুল ভাৱি আছে ।  বৰ্তমান, 15, 000 টকাতকৈ কম মূল্যত বহুতো Mid Range Smartphone অৰ্থাৎ মধ্য-পৰিসৰৰ স্মাৰ্টফোন উপলব্ধ হৈ গৈছে  ।

ইয়াৰে কিছুমান স্মাৰ্টফোন প্ৰায় 10,000 টকাৰ মূল্যত পোৱা যায়। এনেধৰনৰ ১৫০০০ তকৈ তলত 6 GB RAMৰ মবাইল পোৱা তালিকাত আৰু বহুতো ফোন আছে, যাৰ ভিতৰত আছে Poco M2, Infinix Hot 10, Realme Narzo 20 Pro, Redmi Note 9 আদি ।

গতিকে সেয়েহে এতিয়া আমি জানো আহক 15,000 টকাৰ তলত 6GB RAM থকা সৰ্বশ্ৰেষ্ঠ ম'বাইল ফোন সমুহ কোন কোন বোৰ এইয়া আহক ।  আহক তেন্তে এইয়া এটা এটাকৈ জানো আহক ।

 

Smartphones With 6GB RAM under Rs. 15,000

 

Poco M2 / M2 Pro

RAM - 6GB
ROM - 64 GB
Price - 9999/-



Infinix Hot 10

RAM - 6GB
ROM - 128 GB
Price - 9999/-


Poco X2

RAM - 6GB
ROM - 64 GB
Price - 14,999/-


Realme Narzo 20 Pro 

RAM - 6GB
ROM - 64 GB
Price - 14,999/-


 

Redmi Note 9

RAM - 6GB
ROM - 128 GB
Price - 14,999/-


Realme 7

RAM - 6GB
ROM - 64 GB
Price - 14,999/-


Realme 6 / 6i

RAM - 6GB
ROM - 64 GB
Price - 15,000/-


Tecno POVA

RAM - 6GB
ROM - 128 GB
Price - 11,999/-


Post a Comment

0 Comments