WhatsAppত online নহাকৈ কিদৰে মেচেজ Reply দি থাকিব পাৰে ইয়াত জানক

WhatsAppত online নহাকৈ কিদৰে মেচেজ Reply দি থাকিব পাৰে ইয়াত জানক


WatsApp ত যদি আপুনি অনলাইনত  আহিছে বুলি আপুনি আপোনাৰ গাৰ্লফ্ৰেণ্ড/বয়ফ্ৰেণ্ড বা বিশেষ বন্ধুক অথবা আপোনাৰ মা দেউতাক জানিবলৈ দিব নিবিচাৰে অথচ আপুনি WatsAppত  কাৰোবাক মেচেজ কৰিব বা ৰিপ্লাই দি থাকিব বিচাৰে তেন্তে আমি ইয়াত উল্লেখ কৰা কৌশলবোৰ ব্যৱহাৰ কৰক, আপুনি অনলাইনত আছে বুলি কোনেওঁ গম নাপাব । 

এইয়া কোনটো কৌশল ? আহক এইয়া জানো   step by step -


প্ৰথমে WhatsApp ছেটিংছত গৈ আপোনাৰ online veiw অফ বা বন্ধ কৰক।


যেতিয়াই আপুনাৰ WhatsApp'ত মেচেজ আহে তেতিয়াই আপুনি মেচেজবোৰ  Notification বাৰত পঢ়ক ।


যেতিয়া আপুনি মেচেজৰ উত্তৰ দিব লগা হয় তেতিয়া প্ৰথমে ম'বাইল'ৰ ডাটাটো অফ কৰক বা airplane mode কৰক ।


তাৰ পিছত WhatsApp খোলক আৰু মেচেজ টাইপ কৰি ৰিপ্লাই প্ৰেৰণ কৰক।


তাৰ পিছত সম্পূৰ্ণৰূপে WhatsApp বন্ধ কৰক । ধ্যান দিব যাতে WhatsApp এপটো বেকগ্ৰাউণ্ড'ত চলি নাথাকে ।


ইয়াৰ পাছত ম'বাইলটোৰ অফলাইন মোড বা airplane mode আঁতৰাওক


ম'বাইলৰ ডাটা অন কৰক।


দেখিব আপুনি ৰিপ্লাই দিয়া মেচেজটো গুচি যাব ।


ইয়াৰ পাছত দেখিব যে আপুনি  অনলাইন অহা বুলি কোনো দেখা নাপাব আৰু আপোনাৰ last seenও আপডেট নহব ।



ইয়াৰ পাছত যেতিয়াই মেচেজ কৰা জনে আপোনাক যদি মেচেজ ৰিপ্লাই দিয়ে, তেন্তে আকৌ একেদৰে আপুনি মেচটো  notification বাৰ'ত পঢ়িব  আৰু অনলাইন নহাকৈ ওপৰত উল্লেখ কৰা কৌশলবোৰ পুনৰ বাৰ ব্যৱহাৰ কৰি উত্তৰ দিব । দেখিব আপুনি কেতিয়াওঁ অনলাইন অহা বুলি Whatsappত নেদেখাব ।

Post a Comment

0 Comments