OnePlus এ ভাৰতীয় Market ত মুকলি কৰিব এটা সস্তা smartphone


OnePlus এ ভাৰতীয় Market ত মুকলি কৰিব এটা সস্তা smartphone 






OnePlus এ ভাৰতীয় Market ত মুকলি কৰিব এটা সস্তা smartphone । যোৱা কিছু দিনৰ পৰা এই OnePlusৰ আহিব লগা স্মাৰ্টফোনটোৰ চৰ্চা চলি আছিল যদিওঁ এইবাৰ কোম্পানীয়ে confirm কৰিলে যে OnePlus ৰ অতি কম দামৰ এই স্মাৰ্টফোন অহাটো তেনেই নিশ্চিত । আমি দেখা পাওঁ যে প্ৰায় OnePlus ৰ smartphone বোৰ premium category  ৰ হয় আৰু ইয়াৰ দাম বাজেটতকৈ বেচি হয় ।

OnePlus ৰ CEO Pete Lau এ এটা পষ্টৰ জড়িয়তে confirm কৰিছে যে এই স্মাৰ্টফোনটো সোনাকলে বজাৰত এৰি দিয়া হব  । অৱশ্য এই smartphone টোৰ নাম কি হব এইয়া এতিয়ালৈকে স্পষ্ট কৰা নাই । কিন্তু  company য়ে ইয়াৰ বাবে এটা dedicated instagram hendle বনাইছে য'ত অতি সোনকালে এই স্মাৰ্টফোনটোৰ সকলো তথ্য প্ৰকাশ কৰা হব ।


OnePlus ৰ CEO ই ঘোষণা কৰিছে যে ভাৰত আৰু ইউৰুপৰ মাৰ্কেটৰ বাবে এই affordable smartphone series মুকলি কৰা হব । তেওঁ  এটা ব্লগ post ত লিখিছে, ' আমি নিজৰ community ৰ লগত একেলগে আগবাঢ়ি গম পাইছো যে আমাৰ মানুহবোৰে দৈনন্দিন জীৱনত  নিজৰ প্ৰয়োজন অনুসৰি  affordable দামত ভাল smartphone কিনিব বিচাৰে । গতিকে তেওঁলোকৰ এই আকংশাৰ প্ৰতি ধ্যান ৰাখি এতিয়া এই স্মাৰ্টফোনটো প্ৰস্তুত কৰা হব ।


আনাহাতে আহিব লগা এই smartphone টোৰ Instagram handle ৰ নাম  One_Plus_Lite_Z_Thing হব বুলি জানিব দিছে । আৰু ইয়াৰ পৰা অনুমান কৰা হৈছে এই ফোনটোৰ নাম OnePlus Z ৰাখিব পাৰে । One plus এ বহুত দিন আগতে এটা  mid range smartphone lounch কৰিছিল যি বজাৰত বিশেষ বাবে চলিবলৈ সক্ষম নহল । এতিয়া আকৌ এবাৰ company এই একে segment তেই কম বাজেটত এটা স্মাৰ্টফোনটো আনিছে গতিকে এইয়া বজাৰত কেনেকুৱা perform কৰিব তাক অতিকৈ লক্ষনীয় হব । 

গতিকে এইখিনি হৈছে আজি দিনটোৰ OnePlus ৰ পৰা টেক আপডেট ।

Post a Comment

0 Comments