WhatsApp ৰ Android আৰু iphone ৰ বাবে নতুন stickers
WhatsApp ৰ Android আৰু iphone ৰ বাবে beta version ত Animated sticker ৰ testing আৰম্ভ কৰিলে । খৱৰ অনুসৰি, এই feature Android ৰ বাবে WhatsApp beta version v2.20.194.7 ত উপলব্ধ আৰু iphone ৰ বাবে WhatsApp beta version v2.20.70.26 ত উপলব্ধ হব । জনাই দিওঁ যে আন অন instant messaging app বোৰেওঁ এই animated sticker feature ত কাম কৰি আছে । অৱশ্য এই feature কেতিয়া rollout হব ইয়াক এতিয়ালৈ সাৰ্বজনিক কৰা হোৱা নাই । WhatsApp ত 2019 চনৰ পৰা এই general stickers featureৰ support হৈ আহিছে যদিওঁ বৰ্তমান ইয়াৰ Animated sticker ৰ testing চলাই থকা হৈছে । জনাই দিও যে WhatsApp ৰ নিজৰ default stickers pack আছে, ইয়াৰ ওপৰি WhatsApp ত third party stickers ও ব্যৱহাৰ কৰিব পাৰিব । নতুন Animated sticker support ৰ খবৰ বৰ্তমান WA Beta Info দ্বাৰা পোৱা গৈছে । যাৰ report ত কোৱা হৈছে যে WhatsApp v2.20.194.7 beta version Android'ত এই ফিচাৰ আৰু iphone ৰ WhatsApp v2.20.70.26 beta version ত এই ফিচাৰ চলাই থকা হৈছে ।
যদি আপোনাৰ ওচৰতো এই beta version আছে, তেতিয়া আপুনিওঁ এই animated stickers ৰ test লব পাৰিব । ৰিপৰ্টে এইয়াওঁ কৈছে যে এই feature WhatsApp Business তো কাম কৰিব আৰু WhatsApp ৰ কিছুমান specific user ৰ Whatsapp টো কাম কৰিব । WA Beta Info ৰ অধিক তথ্য অনুসৰি animated sticker feature ক এই তিনি টা user ৰ ভাগত বিভক্ত কৰা হৈছে । এই তিনিটা beta userৰ লগত ইয়াক দেখা পাব । ইয়াৰ লগতে এই Animated sticker টো তিনিটা user ৰ মাজত পেৰন কৰিব পাৰিব আৰু forward কৰিব পাৰিব । লক্ষ্নীয় যে এই feature টোৰ অন্য কক্ষত ত Animated sticker ৰ third party store ৰো import কৰিব পৰা ব্যৱস্থা থাকিব ৷ আৰু ইয়াৰ ওপৰিওঁ WhatsApp store ৰ পৰাওঁ Animated sticker download কৰিব পাৰিব ।
লক্ষ্নীয় যে যেতিয়ালৈ Whatsape ৰ beta user সকলৰ সৈতে Testing সম্পন্ন নহব তেতিয়া লৈ সাধাৰন Whatsapp ব্যৱহাকাৰীয়ে এই feature ব্যৱহাৰ কৰিৱ নাপাব । Android ৰ Report অনুসৰি Beta users সকলে WhatsApp পৰা default download কৰিব পাৰিব । Android ৰ মতে ব্যৱহাৰকাৰীয়ে পাঁচটা sticker pack পাব, যিবোৰ হব - Playful Piyomaru, Rico's Sweet Life, Moody Foodies, Chummy Chum Chums, আৰু Bright Days আদি ।
0 Comments