Realme Buds Q ভাৰতত মুকলি হব ২৫ জুনত

Realme Buds Q ভাৰতত মুকলি হব ২৫ জুনত


সম্পু্ৰ্ন wireless Realme Buds Q ভাৰতত মুকলি হব ২৫ জুনত । কোম্পানীয়ে ইয়াৰ বাবে teaser মুকলি কৰিলে আৰু confirm কৰিলে যে ২৫ জুনৰ পৰা ইয়াক ফ্লিপকাৰ্ট আৰু Realmi ৱেবচাইটত উপলব্ধ কৰোৱা হব । এই Airbuds ( এয়াৰবাড্চ) টো যোৱা মাহত চীনত মুকলি কৰা হৈছিল এতিয়া ইয়াক ভাৰতত মুকলি কৰা হব ।


এই Realme Buds Q ডিভাইচটো popular ডিজাইনাৰ José Lévy য়ে ডিজাইন কৰিছে । কোম্পানীয়ে ঘোষণা কৰিছে যে এই ডিভাইচটো ভাৰতত তিনিটা colourত উপলব্ধ হব । আৰু এই colour সমুহ হব বগা, হালধীয়া আৰু কলা ।

wireless Realme Buds Q
ৰ সম্পৰ্কে
ৰিয়েলমীৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত স্পষ্ট উল্লেখ কৰা আছে যে এই ডিভাইচটো  ২৫ তাৰিখৰ ভাৰতীয় সময়ৰ হিচাপত দুপৰিয়া ১২ বজাত ফ্লেচ চেল হব ।


ৰিয়েলমীয়ে তেওঁলোকৰ এই প্ৰডাক্ট Realme Buds Qৰ বাবে তেওঁলোকৰ অফিচিয়েল ৱেবচাইটত এটা  dedicated page publish কৰি ৰখা হৈছে । আৰু এই পেজটোত এই
Realme Buds Qৰ বিষয়ে সম্পুৰ্ণ তথ্য প্ৰদান কৰা আছে । প্ৰাপ্ত খবৰৰ অনুসৰী এই এয়াৰবাগটোৰ ওজন হব ৩.৬ গ্ৰাম, আৰু কোম্পানীয়ে দাবি কৰিছে যে এই ডিভাইচটো আন আন এয়াৰবাগৰ তুলনাত ৬৬ শতাংশ বেচি বেটাৰী বেকআপ দিব । আৰু মিউজিক শুনিবলৈ 10mm large bass পাব বুলি কোম্পানীয়ে এই পৰ্যন্ত জানিব দিছে ।


গতিকে এইখিনিয়ে হৈছে আজিৰ দিনটোৰ ৰিয়েলমিৰ ফালৰ পৰা অহা Tech update ।


Post a Comment

0 Comments