শচীন তেনণ্ডুলকাৰৰ বিষয়ে কিছুমান নজনা তথ্য | interesting fact about Sachin Tendulkar

শচীন তেনণ্ডুলকাৰৰ বিষয়ে কিছুমান নজনা তথ্য |  interesting fact about Sachin Tendulkar

শচীন তেণ্ডুলকাৰ

১) শচীন তেনণ্ডুলকাৰৰ সম্পুৰ্ণ নাম হৈছে শচীন ৰমেশ তেনণ্ডুলকাৰ । তেওঁৰ জন্ম হৈছিল ১৯৭৩ চনৰ ২৪ এপ্ৰিলৰ মুম্বাইত ।

২) শচীন তেনণ্ডুলকাৰৰ পিতৃৰ নাম ৰমেশ তেনণ্ডুলকাৰ । তেওঁৰ পিতৃয়ে শচীন নামটো তেওঁৰ প্ৰিয় সংগীতকাৰ শচীন দেৱ বৰ্মনৰ নামত নামাংকন কৰিছিল ।

৩) শচীন তেনণ্ডুলকাৰৰ পত্নীৰ নাম হৈছে অঞ্জলী তেনণ্ডুলকাৰ । তেওঁৰ দুটা সন্তান । সন্তান দুটিৰ নাম হৈছে - ছাৰা আৰু অৰ্জুন ।

৪) শচীন তেনণ্ডুলকাৰ এনে এক খেলুৱৈ যি ১৬ বছৰ বয়সতেই আন্তৰাষ্ট্ৰীয় ক্ৰিকেট খেলত খেলিবলৈ সুবিধা লাভ কৰিছিল

৫) শচীন তেনণ্ডুলকাৰ টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতক লগতে সৰ্বাধিক ৰান সংগ্ৰহ কৰা বেট্চমেন্ট হয় ।
  
৬) ২০১২ চনত শচীন ৰাজ্যসভাৰ সাংসদ হচাপে মনোনীত হৈছিল ।

৮) শচীন তেনণ্ডুলকাৰে ২০১২ চনত এদনীয়া ক্ৰিকেট দলৰ পৰা অব্যহতি লৈছিল ।

৯) ২০১২ চনৰ অক্টোবৰ মাহত তেওঁ টুইন্টি-টুইন্টি ক্ৰিকেট মেচ'ৰ পৰা অব্যাহতি লয় ।

১০) ১৬ নৱেম্বৰ ২০১৩ চনত শচীন তেনণ্ডুলকাৰে তেওঁৰ জীৱনৰ অন্তিমটো মেচ খেলে যি তেওঁৰ এইয়া ২০০ সংখ্যক খেল আছিল ।

১১) শচীন তেনণ্ডুলকাৰক ১৯৯৪ চনত অৰ্জুন বঁটা, ১৯৯৭ চনত ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা, ১৯৯৯ চনত পদ্মশ্ৰী আৰু ২০০৮ চনত পদ্ম বিভূষণ বঁটা প্ৰদান কৰে ।

১২) শচীন তেনণ্ডুলকাৰক ২০১৩ চনৰ ১৬ তাৰিখে ভাৰতৰ সৰ্বোচ্চ বঁটা ভাৰত ৰত্ন দিয়াৰ সিদ্ধান্ত গ্ৰহন কৰে । বৰ্তমান পৰ্যন্ত ভাৰতত অতি কম বয়সত ভাৰত ৰত্ন পোৱা ব্যক্তিজন তেওঁৱেই ।


১৩) শচীন তেনণ্ডুলকাৰ এনে এজন খেলুৱৈ যি ইণ্ডিয়ান এয়াৰ ফৰ্চৰ দ্বাৰা গ্ৰুপ কেপ্তেইন ৰেংক প্ৰাপ্ত লাভ কৰিছে ।



ধন্যবাদ । পৰৱৰ্তী আকৰ্ষনীয় লেখাটোৰ বাবে সদায় ভিজিট কৰিব আমাৰ এই ৱেবচাইটতোত ।


মবাইলটো হাতেৰে চুব নালাগে । মুখেৰে কলে সকলো কৰি দিব । কিন্তু এইয়া কেনেকৈ কৰিব তাক জানিবলৈ ইয়াত ক্লিক (click here) কৰি চাওঁক




যিকোনো এখন গাড়ী বা বাইকৰ  নম্বৰ আপোনাৰ মবাইলত টাইপ কৰি কিদৰে গোটেই গাড়ী বা বাইক খনৰ মালিকৰ নাম ঠিকনা সকলো তথ্য উলিয়াব পাৰি জানিবলৈ ইয়াত  ক্লিক (click here) কৰক



আপোনাৰ মবাইলটো কিদৰে টিভি'ত কনেক্টশ্বন কৰি ডাঙৰ স্ক্ৰিনত চাব পাৰি জানিবলৈ ইয়াত ক্লিক (click here) কৰক



আপোনাৰ ফটোখনৰ বেকগ্ৰাউণ্ড কেনেকৈ ৩ ছেকেণ্ডত নাইকীয়া কৰিব জানিবলৈ ইয়াত ক্লিক ( click here ) কৰক

Post a Comment

0 Comments