অনুপ্ৰেৰনাদায়ক উদ্ধৃতি | motivational quotes

অনুপ্ৰেৰনাদায়ক উদ্ধৃতি | motivational quotes





এই পৃথিৱীত অসম্ভৱ বুলি একো নাই , আমি এই সকলো কৰিব পাৰো যিবোৰ আমি ভাৱিব পাৰো আৰু আমি এই সকলো ভাৱিব পাৰো যিবোৰ আমি আজিলৈকে ভৱা নাই ।




সফল লোক নিজৰ সিদ্ধান্তৰে মানুহ সলনি কৰে আৰু অসফল লোকে মানুহৰ ভয়ত সিদ্ধান্ত সলনি কৰে ।



আপুনি এই কামটো নিৰ্বাচন কৰক যিটো কাম কৰি আপুনি আনন্দ পাই । চাব আপুনি জীৱনজোৰা কাম নকৰি অকল আনন্দহে কৰিব ।



আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই কাৰন উভতি আহোতে ইমানেই সময় লাগিব যিমান লক্ষ্য প্ৰাপ্তী পাওঁতে লাগিলহেতেন !!



মহানতা এবাৰো তললৈ পৰি নোযোৱাতোক নুবুজায়, তাৰ পৰিৱৰ্তে তললৈ পৰি পৰি উঠি যোৱাকে বুজাই ।


আপুনি আপোনাৰ ভুল সময়ত স্বীকাৰ নকৰিলে আপোনাৰ অজ্ঞাতে পুনৰ ভুল হবই ।



আপুনি আপোনাৰ ভুলৰ পৰা তেতিয়াহে শিকিব পাৰে যেতিয়া আপুনি আপোনাৰ ভুল স্বীকাৰ কৰে ।



আমি যদি বিচাৰো তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰো । কিন্তু যদি আমাৰ ভাগ্য আমি লিখিবলৈ নিবিছাৰি হাত সাৱতি বহি থাকো তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি দিয়ে ।



সপোন এইটো নহয় যি আমাৰ টোপনিত আহে, সপোন এইটোৱেই যি আমাক টোপনি আহিব নিদিয়ে ।


আপুনি এইটো ক'ব নোৱাৰে যে আপোনাৰ সময় নাই, কাৰন আপুনিওঁ দিনত ২৪ ঘন্টাই পায় যিমান মহান আৰু সফল লোক সকলে পাই ।



সমস্যাৰ পৰা পলায়ন কৰা মানে আন এক নতুন সমস্যাক নিমন্ত্ৰন জনোৱা ।


শান্ত সমুদ্ৰত কেতিয়াওঁ সুদক্ষ নাৱিকৰ জন্ম নহয় ।


জীৱনৰ আছল সত্য - আপুনি সময়ে সময়ে সমস্যাৰ লগত সন্মুখিন হবই লাগিব ।


মৰম এনে এক বস্তু যি আন্ধাৰ পৃথিৱীক পোহৰাই তুলিব পাৰে ।


জীৱনত কঠিনতা আমাক বৰবাদ কৰিবলৈ নাহে । কঠিনতা আমাৰ ভিতৰত থকা সামৰ্থ আৰু শক্তিক বাহিৰলৈ আনিব কাৰনে আহে ।


আপুনি যদি শুদ্ধ তেন্তে বাঢ়ে বাঢ়ে প্ৰমান দিয়াৰ প্ৰয়োজন নাই । লাহেকে থাকক । সময়ে এদিন সকলোকে প্ৰমান দি দিব ।


সদায় কঠিনতাক এইটো জানিব দিয়ক যে আপুনি তাতকৈ বেচি কঠিন মানুহ । 


আপোনাৰ সপোনক সদায় জীয়াই ৰাখক । অন্যথা আপোনাৰ সপোনৰ অগ্নি শলিতা নুমাই গলে আপুনি এক জীৱিত মৰাশলৈ পৰিৱৰ্তীত হব ।



ডাঙৰ মানুহ তেওঁহে যিজনে ওচৰত বহা মানুহজনক সৰু অনুভৱ কৰিব নিদিয়ে ।




ধন্যবাদ । পৰৱৰ্তী আকৰ্ষনীয় লেখাটোৰ বাবে সদায় ভিজিট কৰিব আমাৰ এই ৱেবচাইটতোত ।


মবাইলটো হাতেৰে চুব নালাগে । মুখেৰে কলে সকলো কৰি দিব । কিন্তু এইয়া কেনেকৈ কৰিব তাক জানিবলৈ ইয়াত ক্লিক (click here) কৰি চাওঁক




যিকোনো এখন গাড়ী বা বাইকৰ  নম্বৰ আপোনাৰ মবাইলত টাইপ কৰি কিদৰে গোটেই গাড়ী বা বাইক খনৰ মালিকৰ নাম ঠিকনা সকলো তথ্য উলিয়াব পাৰি জানিবলৈ ইয়াত  ক্লিক (click here) কৰক



আপোনাৰ মবাইলটো কিদৰে টিভি'ত কনেক্টশ্বন কৰি ডাঙৰ স্ক্ৰিনত চাব পাৰি জানিবলৈ ইয়াত ক্লিক (click here) কৰক



আপোনাৰ ফটোখনৰ বেকগ্ৰাউণ্ড কেনেকৈ ৩ ছেকেণ্ডত নাইকীয়া কৰিব জানিবলৈ ইয়াত ক্লিক ( click here ) কৰক

Post a Comment

0 Comments