২০১৯'ৰ অসম টেট'ত আহিব পৰা পৰিবেশ অধ্যয়ন বিষয়'ৰ অতিকৈ জৰুৰি প্ৰশ্ন উত্তৰৰ দশম খণ্ড


২০১৯'ৰ অসম টেট'ত আহিব পৰিবেশ অধ্যয়ন বিষয়'ৰ অতিকৈ জৰুৰি প্ৰশ্ন উত্তৰৰ দশম খণ্ড


আজি আমি আপোনালোকক ২০১৯'ৰ অসম টেট'ত আহিব পৰা পৰিৱেশ অধ্যয়ন বিষয়'ৰ অতিকৈ জৰুৰি প্ৰশ্ন উত্তৰ সমুহ ইয়াত জনাম । টেটত আহিব পৰা প্ৰশ্ন উত্তৰৰ এইটো হৈছে দশম খণ্ড । নৱম খণ্ডটো আমাৰ "সমগ্ৰ ডট কম" ফেচবুক পেজটোতহে উপলব্ধ । এই ৱেবচাইটত নৱম খণ্ডটো নাপাব । গতিকে নৱম খণ্ডটো পঢ়িবলৈ আপুনি আমাৰ ফেচবুক পেজত যাব লাগিব । এই দশম খণ্ডটোত মুঠ ৫০ টাতকৈ অধিক প্ৰশ্ন উত্তৰ সাঙুৰি লোৱা হৈছে । একাদশ খণ্ডত পৰিবেশৰ আৰু সাধাৰন জ্ঞান ওপৰত প্ৰশ্ন উত্তৰ পাব । কাইলৈ আমাৰ ফেচবুকত পেজ "সমগ্ৰ ডট কম"ত একাদশ খণ্ড আপলড কৰা হব । গতিকে আজি দশম খণ্ডটো অধ্যয়ন কৰক আৰু কাইলৈ একাদশ খণ্ড পঢ়িবলৈ আমাৰ ফেচবুক পেজটো লাইক বা ফল' কৰিব । লাইক ফল' কৰিবলৈ আপুনি ফেচবুকত "সমগ্ৰ ডট ইন" বুলি চাৰ্চ কৰিব তেতিয়া আপুনি আমাৰ পেজটো পাব আৰু তাৰপাছত আপুনি পেজটো লাইক বা ফল' কৰিব পাৰিব । আৰু লাইক ফল' কৰিলেই  আপুনি দৈনিক এই দৰে টেট'ৰ সম্পৰ্কে সকলো প্ৰশ্ন উত্তৰৰ আপডেট বোৰ পাই থাকিব ।

এতিয়া আহো মুল বিষয়লৈ -

প্ৰশ্নঃ-  বায়ু ( প্ৰদূষণ প্রতিৰােধ আৰু নিয়ন্ত্রণ ) আইন ’ কেতিয়া প্রণয়ন কৰা হৈছিল ?
( ক ) ১৯৮১ চনত
( খ ) ১৯৭৫ চনত
( গ ) ১৯৮০ চনত
( ঘ ) ১৯৮৬ চনত
উত্তৰ  ঃ ( ক ) ১৯৮১ চনত ।
প্ৰশ্নঃ- “ বিশ্ব পৰিবেশ দিৱস ’ কেতিয়া পালন কৰা হয় ?
( ক ) ১০ জুন
( খ ) ৫ জুন ।
( গ ) ১২ জুন
( ঘ ) ২২ জুন ।
উত্তৰ  ঃ ( খ ) ৫ জুন ।
প্ৰশ্নঃ-  চিপকো আন্দোলন কেতিয়া সংঘটিত হৈছিল ?
( ক ) ১৯৭৫ চনত
( খ ) ১৯৭১ চনত
( গ ) ১৯৭০ চনত
( ঘ ) ১৯৭২ চনত
উত্তৰ  ঃ ( ঘ ) ১৯৭২ চনত
প্ৰশ্নঃ- প্রথম ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হৈছিল ?
( ক ) ১৯৭২ চনত
( খ ) ১৯৭০ চনত
( গ ) ১৯৬৫ চনত
( ঘ ) ১৯৬৭ চনত
উত্তৰ  ঃ ( খ ) ১৯৭০ চনত
প্ৰশ্নঃ-  সেউজীয়া উদ্ভিদত থকা পদার্থবিধৰ নাম কি ?
( ক ) ক্ল ’ ৰ ’ ফিল
( খ ) ক্ল ’ ৰফ্ল ’ ৰ কার্বন
( গ ) অক্সিজেন
( ঘ ) এটাও নহয়
উত্তৰ  ঃ ( ক ) ক্ল ’ ৰফিল ।
প্ৰশ্নঃ-  উদ্ভিদে সালােকসংশ্লেষণ প্রক্রিয়াত কি গেছ ব্যৱহাৰ কৰে ? ।
( ক ) অক্সিজেন
( ব ) কার্বন - ডাই - অক্সাইড
( গ ) নাইট্রজেন
( ঘ ) মিথেন
উত্তৰ  ঃ ( খ ) কার্বন - ডাই - অক্সাইড
প্ৰশ্নঃ- নিম্নোক্ত কোনবিধ প্রাণী / চৰাই সর্বভক্ষী ?
( ক ) গৰু
( খ ) সিংহ ।
( গ ) পাৰ
( ঘ ) কাউৰী
উত্তৰ  ঃ ( ঘ ) কাউৰী
প্ৰশ্নঃ-  অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ ফলত কি মাত্মক ৰােগ হ ' ব পাৰে ?
( ক ) ছালৰ কৰ্কট ৰােগ
( খ ) এইডছ ।
( গ ) যক্ষ্মা
( ঘ ) এটাও নহয় ।
উত্তৰ  ঃ ( ক ) ছালৰ কৰ্কট ৰােগ
প্ৰশ্নঃ-  শিলৰ পৰা মাটিৰ সৃষ্টি হােৱা প্রক্রিয়াটোক কি বােলা হয় ?
( ক ) খণ্ডন
( খ ) বিচূর্ণীভৱন
( গ ) বতৰ অনুকুলন
( ঘ ) এটাও নহয়
উত্তৰ  ঃ ( খ ) বিচূর্ণীভবন
প্ৰশ্নঃ-  নিম্নোক্ত কোনপ্রকাৰৰ অৰণ্যত আটাইতকৈ বেছি জৈৱ - বৈচিত্র্য দেখা যায় ?
( ক ) বৰ্ষাৰণ্য
( খ ) পর্ণপাতী অৰণ্য
( গ ) তীৰৱৰ্তী অৰণ্য
( ঘ ) বিষুবীয় স্ক্রাব অৰণ্য
উত্তৰ  ঃ ( ক ) বৰ্ষাৰণ্য
প্ৰশ্নঃ- এজন সুস্থ মানুহক দৈনিক গড়ে কিমান কেলৰি শক্তিৰ প্রয়ােজন ?
( ক ) ৩০০০ কেলৰি
( খ ) ৩২০০ কেলৰি
( গ ) ২৫০০ কেলৰি
( ঘ ) ৩৫০০ কেলৰি
উত্তৰ ( গ ) ২৫০০ কেলৰি
প্ৰশ্নঃ-  বিশ্বৰ কিমান এলেকা বনাঞ্চলে আগুৰি আছে ?
( ক ) এক তৃতীয়াংশ
( খ ) এক চতুর্থাংশ ।
( গ ) এক পঞ্চমাংশ
( ঘ ) দুইভাগৰ এক অংশ ।
উত্তৰ  ঃ ( ক ) এক তৃতীয়াংশ ।
প্ৰশ্নঃ- পৃথিৱীৰ কোনখন মহাদেশত বনাঞ্চল ধ্বংস পৰিমাম আটাইতকৈ বেছি ?
( ক ) ইউৰােপ
( খ ) এছিয়া
( গ ) আফ্রিকা
( ঘ ) ওচেনিয়া ।
উত্তৰ  ঃ ( খ ) এছিয়া
প্ৰশ্নঃ- নিম্নোক্ত কোনটো গেছ গােলকীয় উষ্ণতা বৃদ্ধিৰ লগত আটাইতকৈ বেছি জড়িত ?
( ক ) কার্বন - ডাই - অক্সাইড
( খ ) অক্সিজেন ।
( গ ) নাইট্রজেন ।
( ঘ ) এটাও নহয় ।
উত্তৰ  ঃ ( ক ) কার্বন - ডাই - অক্সাইড
প্ৰশ্নঃ- পৃথিৱীৰ কিমান এলেকা পানীৰে আৱৰি আছে ?
( ক ) ৯০ %  ( প্রায় )
( খ ) ৮৫ % ( প্রায় )
( গ ) ৯২ % ( প্রায় )
( ঘ ) ৯৭ % ( প্রায় )
উত্তৰ : ( ঘ ) ৯৭ % ( প্রায় )
প্ৰশ্নঃ- পৃথিৱীৰ কিমান প্ৰকাৰৰ খনিজ ধাতু পােৱা যায় ?
( ক ) ৬০ প্রকাৰৰ
( খ ) ৮০ প্রকা ।
( গ ) ৮৮ প্রকাৰৰ
( ঘ ) ৯৪ প্রকাৰৰ
উত্তৰ  ঃ ( গ ) ৮৮ প্ৰকাৰৰ
প্ৰশ্নঃ-  এনথ্রাচাইট কয়লা ভাৰতৰ কোন ৰাজ্যত পােৱা যায় ?
( ক ) বিহাৰত
( খ ) জম্মু কাশ্মীৰত
( গ ) অসমত
( ঘ ) অন্ধ্রপ্রদেশ
উত্তৰ  ঃ ( খ ) জম্মু কাশ্মীৰত
প্ৰশ্নঃ- বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি খনিজ তেল পােৱা যায় ?
( ক ) চৌদি আৰব
( খ ) ভাৰতবর্ষ
( ঘ ) জাপান ।
উত্তৰ  ঃ ( ক ) চৌদি আৰব ।
প্ৰশ্নঃ-  তলৰ কোনবিধ খনিজ পদার্থক ক ' লা হীৰা আখ্যা দিয়া হয় ?
( ক ) পেট্রলিয়াম
( খ ) পাৰা
( গ ) কয়লা
( ঘ ) এটাও নহয় ।
উত্তৰ  ঃ ( গ ) কয়লা ।
প্ৰশ্নঃ- পনীয়া সােণ ’ বুলিলে নিম্মােক্ত কোনবিধ খনিজ পদার্থক বুজা যায় ?
( ক ) কয়লা
( খ ) খাৰুৱা তেল
( গ ) মেংগানিজ
( ঘ ) ইউৰেণিয়াম
উত্তৰ  ঃ ( খ ) খাৰুৱা তেল ।
প্ৰশ্নঃ- মাইকা উৎপাদন আৰু ৰপ্তানিত ভাৰতৰ স্থান কি ?
( ক ) প্রথম ।
( খ ) দ্বিতীয়
( গ ) তৃতীয় ।
( ঘ ) চতুর্থ
উত্তৰ  ঃ ( ক ) প্রথম
প্ৰশ্নঃ-  নিম্নোক্ত কোনটো মানৱসৃষ্ট দুর্যোগ ?
( ক ) বানপানী
( খ ) ভূমিস্খলন
( গ ) ভূমিকম্প
( ঘ ) দুর্ঘটনা
উত্তৰ  ঃ ( ঘ ) দুর্ঘটনা
প্ৰশ্নঃ-  নিম্নোক্ত কোনটো প্রকৃতিসৃষ্ট দুর্যোগ ?
( ক ) দুর্ঘটনা
( খ ) সাগৰীয় ছুনামি
( গ ) বােমা বিস্ফোৰণ
( ঘ ) এটাও নহয় ।
উত্তৰ  ঃ ( খ ) সাগৰীয় চুনামি
প্ৰশ্নঃ-  Pollution ' ( প্ৰদূষণ ) শব্দটো কি ভাষাৰ পৰা আহিছে ?
( ক ) লেটিন
( খ ) ফৰাচী
( গ ) জার্মান ।
( ঘ ) গ্রীক
উত্তৰ  ঃ ( ক ) লেটিন '
প্ৰশ্নঃ- বাঘক ‘ বিপন্ন প্রাণী ’ হিচাপে কেতিয়া ঘােষণা কৰা হয় ?
( ক ) ১৯৬০ চনত
( খ ) ১৯৬২ চনত
( গ ) ১৯৬৮ চনত
( ঘ ) ১৯৬৫ চনত |
উত্তৰ  ঃ ( গ ) ১৯৬৮ চনত

প্ৰশ্নঃ- কোনটো চন আন্তর্জাতিক জলবর্ষ হিচাপে পালন কৰা হৈছে ?
( ক ) ২০০৩ চন
( খ ) ২০০৪ চন
( গ ) ২০০৫ চন
( ঘ ) ২০০৮ চন ।
উত্তৰ  ঃ ( ক ) ২০০৩ চন
প্ৰশ্নঃ-  কপৌফুল এবিধ
( ক ) পৰাশ্রয়ী উদ্ভিদ ।
( খ ) পৰজীৱি উদ্ভিদ
( গ ) পতংগভােজী উদ্ভিদ
( ঘ ) এটাও নহয় ।
উত্তৰ  ঃ ( ক ) পৰাশ্রয়ী উদ্ভিদ
প্ৰশ্নঃ- ৰ ’ দ মুকুতা এবিধ
( ক ) পৰাশ্রয়ী উদ্ভিদ ।
( খ ) পৰজীৱি উদ্ভিদ ।
( গ ) পতংগভােজী উদ্ভিদ
( ঘ ) এটাও নহয় ।
উত্তৰ  ঃ ( গ ) পতংগতভাজী উদ্ভিদ
প্ৰশ্নঃ-  কলচী উদ্ভিদ হল —
( ক ) পৰাশ্রয়ী উদ্ভিদ ।
( খ ) পতংগভােজী উদ্ভিদ
( গ ) পৰজীৱি উদ্ভিদ ।
( ঘ ) এটাও নহয় ।
উত্তৰ  ঃ ( খ ) পতংগভােজী উদ্ভিদ
প্ৰশ্নঃ- ভাৰতত ব্যাঘ্র প্রকল্প কেতিয়া আৰম্ভ কৰা হয় ?
( ক ) ১৯৭৩ চনত
( খ ) ১৯৭৫ চনত
( গ ) ১৯৭০ চনত
( ঘ ) ১৯৮০ চনত
উত্তৰ  ঃ ( ক ) ১৯৭৩ চনত
প্ৰশ্নঃ- কলচী উদ্ভিদ ক ’ ত পােৱা যায় ?
( ক ) অসম
( খ ) মণিপুৰ
( গ ) মেঘালয়
( ঘ ) ত্ৰিপুৰা
উত্তৰ  ঃ ( গ ) মেঘালয়
প্ৰশ্নঃ-  নিম্নোক্ত কোনবিধ বিলুপ্ত প্রজাতিৰ উদাহৰণ ?
( ক ) বাঘ
( খ ) মৰা চৰাই
( গ ) হাতী
( ঘ ) ডড ’ চৰাই
উত্তৰ  ঃ ( ঘ ) ড ’ ড ’ চৰাই
প্ৰশ্নঃ- মেলেৰিয়াৰ মহৌষধ ‘ কুইনাইন ’ কিহৰ পৰা প্রস্তুত কৰা হয় ?
( ক ) চিনকোণাৰ পৰা ।
( খ ) নিমগছৰ পৰা ।
( গ ) মাটিকঠালৰ পৰা
( ঘ ) এটাও নহয়
উত্তৰ  ঃ ( ক ) চিনকোণাৰ পৰা
প্ৰশ্নঃ- UNESCOয়ে জৈৱ মণ্ডল সংৰক্ষণ আঁচনি কেতিয়া আৰম্ভ কৰে ?
( ক ) ১৯৭২ চনত
( খ ) ১৯৭৫ চনত
( গ ) ১৯৭১ চনত
( ঘ ) ১৯৮০ চনত
উত্তৰ  ঃ ( গ ) ১৯৭১ চনত
প্ৰশ্নঃ- কবেট ৰাষ্ট্ৰীয় উদ্যানখন ক ’ ত অৱস্থিত ?
( ক ) অসম
( খ ) উত্তৰপ্ৰদেশ
( গ ) অন্ধ্রপ্রদেশ
( ঘ ) গুজৰাট
উত্তৰ  ঃ ( খ ) উত্তৰপ্ৰদেশ ।
প্ৰশ্নঃ-  কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন নিন্মােক্ত কোনবিধ প্ৰাণীৰ বাবে বিখ্যাত ?
( ক ) হাতী
( খ ) সিংহ
( গ ) বাঘ
( ঘ ) গঁড়
উত্তৰঃ ( গ ) বাঘ ।
প্ৰশ্নঃ- ভাৰতত হস্তী প্রকল্প কেতিয়া আৰম্ভ হয় ?
( ক ) ১৯৯২ চনত
( খ ) ১৯৯৪ চনত ।
( গ ) ১৯৯৫ চনত
( ঘ ) ১৯৯৮ চনত
উত্তৰ  ঃ ( ক ) ১৯৯২ চনত
প্ৰশ্নঃ-  অজ ’ ন বিন্ধা / গহুৰৰ কথা কোন চনত বিজ্ঞানীসকলে আৱিষ্কাৰ কৰে ?
( ক ) ১৯৮০ চনত
( খ ) ১৯৮৪ চনত
( গ ) ১৯৮২ চনত
( ঘ ) ১৯৮৫ চনত
উত্তৰ  ঃ ( ঘ ) ১৯৮৫ চনত
প্ৰশ্নঃ-  ভূমিকম্পৰ প্ৰাৱল্য জোখা স্কেলডালৰ নাম কি ?
( ক ) ৰিটাৰ
( খ ) ডেচিব ।
( গ ) হার্টজ
( ঘ ) এটাও নহয়
উত্তৰ  ঃ ( ক ) ৰিখটাৰ
প্ৰশ্নঃ-  অসমত কেতিয়া বৰ ভূইকঁপ হৈছিল ?
( ক ) ১৯৫২ চনত
( খ ) ১৯৫০ চনত
( গ ) ১৯৫৪ চনত
( ঘ ) ১৯৫৫ চনত
উত্তৰ : ( খ ) ১৯৫০ চনত
প্ৰশ্নঃ-  ষ্টকহম কনফাৰেন্স কেতিয়া অনুষ্ঠিত হৈছিল ?
( ক ) ১৯৭২ চনত
( খ ) ১৯৭০ চনত
( গ ) ১৯৭৪ চনত
( ঘ ) ১৯৭৫ চনত
উত্তৰ  ঃ ( ক ) ১৯৭২ চনত
প্ৰশ্নঃ-  বসুধা সন্মিলন ’ ক ’ ত অনুষ্ঠিত হৈছিল ?
( ক ) টকিঅতি
( খ ) পেৰিচত
( গ ) ৰিঅ ' - ডি - জেনেৰিঅ ' ত
( ঘ ) দিল্লীত
উত্তৰ  ঃ ( গ ) ৰিঅ ’ - ডি - জেনেৰিঅত ।
প্ৰশ্নঃ- ভাৰত চৰকাৰে পৰিয়াল পৰিকল্পনা আঁচনি কেতিয়া হাতত লয় ?
( ক ) ১৯৫২ চনত
( খ ) ১৯৫৬ চনত
( গ ) ১৯৬২ চনত
( ঘ ) ১৯৫৮ চনত
উত্তৰ  ঃ ( ক ) ১৯৫২ চনত
প্ৰশ্নঃ-  Ecosystem শব্দটো সর্বপ্রথমে ব্যৱহাৰ কৰিছিল —
( ক ) R . L . Lindeman
( খ ) E . P . odum
( গ ) A . G . Tansley
( ঘ ) Earnst Itaeckel
উত্তৰ  ঃ ( ঘ ) Earnst Itaeckel
প্ৰশ্নঃ-  কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ বৃহৎ ঘাঁহনি অঞ্চলবােৰৰ নাম
( ক ) পেম্পাছ
( খ ) প্রেইৰী
( গ ) ষ্টেপছ
( ঘ ) ডাউনছ
উত্তৰ : ( গ ) ষ্টেপছ
প্ৰশ্নঃ-  থৰ মৰুভূমি অৱস্থিত
( ক ) পাকিস্থানত
( খ ) ভাৰতত
( গ ) চীন
( ঘ ) আৰবত
উত্তৰ  ঃ ( খ ) ভাৰতত
প্ৰশ্নঃ- গােবী মৰুভূমি অৱস্থিত
( ক ) আফ্রিকা
( খ ) ইৰাণ
( গ ) চীন
( ঘ ) ভাৰত
উত্তৰ  ঃ ( গ ) চীন
প্ৰশ্নঃ-  ভাৰতবৰ্ষত ব্যাঘ্র প্রকল্প থকা অভয়াৰণ্যৰ সংখ্যা
( ক ) ১০ খন
( খ ) ৮ খন ।
( গ ) ১১ খন
( ঘ ) ১৪ খন
উওৰ  ঃ ( গ ) ১১ খন "
প্ৰশ্নঃ- অসমত ব্যাঘ্র প্রকল্প থকা ৰাষ্ট্ৰীয় উদ্যানখন
( ক ) কাজিৰঙা
( গ ) মানস
( খ ) ডিব্রু চৈখােৱা |
( ঘ ) পৱিতৰা
উত্তৰ  ঃ ( গ ) মানস
প্ৰশ্নঃ-  মানস ৰাষ্ট্ৰীয় উদ্যানত ব্যস্ৰ প্ৰকল্পৰ যােজনা আৰম্ভ হয় —
( ক ) ১৯৭০
( খ ) ১৯৭৩
( গ ) ১৯৯০
( ঘ ) ২০০৫
উত্তৰ  ঃ ( খ ) ১৯৭৩
প্ৰশ্নঃ-  অসমত ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ সংখ্যা হল
( ক ) ৭ খন
( খ ) ৫ খন
( গ ) ৩ খন ।
( ঘ ) ৮ খন
উত্তৰ  ঃ ( খ ) ৫ খন
প্ৰশ্নঃ-  বায়ুমণ্ডলত নাইট্রজেন গেছৰ পৰিমাণ —
( ক ) ৭৮ . ০৮ শতাংশ
( খ ) ৭৫ . ০৮ শতাংশ
( গ ) ৭১ . ০৮ শতাংশ
( ঘ ) ৭০ . ০৮ শতাংশ ।
উত্তৰ  ঃ ( ক ) ৭৮ . ০৮ শতাংশ ।
প্ৰশ্নঃ- বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় —
( ক ) ১১ জুলাইত
( খ ) ৫ জুন
( গ ) ১৭ জানুৱাৰী
( ঘ ) ২০ জুন
উত্তৰ  ঃ ( খ ) ৫ জুন
প্ৰশ্নঃ-  বায়ু ( প্ৰদূষণ নিবাৰণ আৰু নিয়ন্ত্রণ ) আইন প্রণয়ন কৰা হয় —
( ক ) ১৯৮১
( খ ) ১৯৮২
( গ ) ১৯৮৬
( ঘ ) ১৯৭২
উত্তৰ  ঃ ( ক ) ১৯৮১ ৮৩
প্ৰশ্নঃ- বন্যজীৱ সংৰক্ষণ আইন প্রণয়ন হয়
( ক ) ১৯৭০
( খ ) ১৯৭৫
( গ ) ১৯৭২
( ঘ ) ১৯৮৬
উত্তৰ  ঃ ( গ ) ১৯৭২
প্ৰশ্নঃ-  পৰিবেশ সংৰক্ষণ আইন বলবৎ হয়
( ক ) ১৯৮৬ , ১৫ জানুৱাৰী
( খ ) ১৯৮৭ , ৫ জুন
( গ ) ১৯৮৬ , ১৯ নৱেম্বৰ
( ঘ ) ১৯৮১ , ২০ নৱেম্বৰ ।
উত্তৰ  ঃ ( গ ) ১৯৮৬ , ১৯ নৱেম্বৰ
প্ৰশ্নঃ- তলৰ কোনখনক World Heritage Site হিচাপে ঘােষণা কৰা হৈছে —
( ক ) পবিতৰা
( খ ) মানস
( গ ) ওৰাং ।
( ঘ ) গৰমপানী অভয়াৰণ্য
উত্তৰ : ( খ ) মানস
প্ৰশ্নঃ-  ভূপাল গেছ দুর্ঘটনাটোৰ বাবে একমাত্র দায়ী গেছটো হল —
( ক ) MIC
( খ ) DDT
( গ ) SO
( ঘ ) Dioxins
উত্তৰ  ঃ ( ক ) MIC
প্ৰশ্নঃ-  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত
( ক ) একশিঙিয়া গড়
( খ ) বাঘ ।
( গ ) হাতী
( ঘ ) নল গাহৰি
উত্তৰ  ঃ ( ক ) একশিঙিয়া গড়
প্ৰশ্নঃ-  বনৰীয়া ঘোঁৰা পােৱা একমাত্র ৰাষ্ট্ৰীয় উদ্যানখন
( ক ) পৱিতৰা
( খ ) ডিব্ৰু - চৈখােৱা
( গ ) নামেৰী
( ঘ ) ঔৰাং
উত্তৰ  ঃ ( খ ) ডিব্ৰু - চৈখােৱা
প্ৰশ্নঃ- তলৰ কোনটো বিলুপ্তপ্রায় ( extinct species ) প্রজাতি
( ক ) দোগং ( Dugong )
( খ ) বৰটোকোলা ( Great Indian bnstard )
( গ ) দ ’ দ ( Dodo )
( ঘ ) ৰেড় পাণ্ডা ( Red Panda )
উত্তৰ  ঃ ( খ ) বৰটোকোলা ( Great Indian bnstard ) ।
প্ৰশ্নঃ- উদ্ভিদ আৰু প্ৰাণীৰ বেছিভাগৰে বসতিস্থান
( ক ) পানী
( খ ) মাটি
( গ ) বায়ুমণ্ডল
( ঘ ) উল্লেখিত আটাইকেইটা
উত্তৰ  ঃ ( ক ) পানী
প্ৰশ্নঃ-  ভেকুৰ এবিধ
( ক ) উৎপাদক
( খ ) উপভােক্তা
( গ ) বিয়ােজক
( ঘ ) এটাও নহয়
উত্তৰ  ঃ ( গ ) বিয়ােজক
প্ৰশ্নঃ-  তলৰ কোনটো অস্থাৱৰ প্ৰদূষকৰ উদাহৰণ —
( ক ) প্লাষ্টিক
( খ ) পাৰা
( গ ) সীহ
( ঘ ) খাদ্যৰ অৱশিষ্ট
উত্তৰ  ঃ ( ঘ ) খাদ্যৰ অৱশিষ্ট
প্ৰশ্নঃ- ব্লবেবি ৰােগ বা মিথেমা গ্লবিনেমিয়া বুলিলে
( ক ) কেচুৱাৰ ৰােগ
( খ ) বয়সস্থ লােকৰ বােগ
( গ ) কেৱল মহিলাৰ
( ঘ ) এটাও নহয়
উত্তৰ  ঃ ( ক ) কেচুৱাৰ ৰােগ ।
প্ৰশ্নঃ- এজেণ্ট অৰেঞ্জ – কোনে ব্যৱহাৰ কৰিছিল —
( ক ) ৰাছিয়াৰ সৈনিকে
( খ ) চীন সৈনিকে
( গ ) মার্কিন সৈনিকে
( ঘ ) এটাও নহয়
উত্তৰ  ঃ ( গ ) মার্কিন সৈনিকে
গতিকে এইয়াই হৈছে অসম টেটত আহিব পৰা পৰিৱেশ অধ্যয়ন বিষয়ক আলোচনাৰ দশমম ভাগ । লেখাটো পঢ়ি যদি ভাল পালে তেম্তে এই লেখাটো চেয়াৰ কৰিবলৈ নাপাহৰিব আৰু প্ৰত্যেক দিনা এনেদৰে নতুন আষৰ্কনীয় কথা জানিবলৈ বা নতুন তথ্য সদায় পাবলৈ হলে আমাৰ এই  ফেচবুক পেজটো লাইক বা Follow কৰিব বা আমাৰ ৱেবচাইতটো ভিজিট কৰিব । ধন্যবাদ ।

Post a Comment

0 Comments