এইবাৰ বিহু মঞ্চত কাৰ কিমান মাননী ?

এইবাৰ বিহু মঞ্চত কাৰ কিমান মাননী ?


বিহু সমাগত । কৰোনাৰ বাবে দুবছৰ মঞ্চত গীত পৰিৱেশন কৰিব পোৱা নাই শিল্পী কলা কুশলী সকল । কিন্তু এইবাৰ পৰিস্থিতি শিতিল । সেইয়ে এতিয়া সাজু হৈ উঠিছে বিহু মঞ্চৰ বাবে গায়ক গায়িকা সকল । আৰু লগে লগে তেওঁলোকে নিদ্ধাৰন কৰিছে বিহু মঞ্চৰ বাবে মাননী । আহক জানো কোন শিল্পীয়ে কিমান মাননী নিদ্ধাৰন কৰিছে -

জুবিন গাৰ্গ - ৮ ৰ পৰা ১০ লাখ টকা


পাপন - ৮ ৰ পৰা ১০ লাখ টকা

নীল আকাশ - ৪.৫ লাখ 
টকা

আচুৰ্য বৰপাত্ৰ - গুৱাহাটিত ৩ লাখ,
গুৱাহাটী বাহিৰত ৪ লাখ টকা

কুসুম কৈলাস - ৩ ৰ পৰা ৪ লাখ 
টকা

বিপিন চাওদাং - ২ ৰ পৰা ২.৫০ লাখ 
টকা

ভৃগু কাশ্যাপ - ৩ ৰ পৰা ৪ লাখ 
টকা

মন্টুমনি - গুৱাহাটীত ২ ৰ পৰা ৩ লাখ,
গুৱাহাটী বাহিৰত - ৩ লাখ টকা

শংকুৰাজ কুঁৱৰ - ৩ লাখ টকা

সান্নিধ্য ভূঙা - ১ ৰ পৰা ২ লাখ 
টকা

ৰমেন দানহ - ২ ৰ পৰা ২.৫০ লাখ টকা

ৰাকেশ ৰিয়ান - ২ ৰ পৰা ৩ লাখ 
টকা

প্ৰিয়ংকা ভৰালী - ২.৫০ লাখ টকা

ৰিদিপ ৰংকিত - ২ ৰ পৰা ২.৫০
 লাখ টকা

গীতাঞ্জলী দাস - গুৱাহাটীত ২ ৰ পৰা ৩ লাখ, গুৱাহাটী বাহিৰত ৩ লাখৰ অধিক ।

দীপলীনা ডেকা - গুৱাহাটীত ৩ লাখ, গুৱাহাটী বাহিৰত ৩.৫০ লাখৰ অধিক ।

গীতালি দেৱী - ২ লাখ টকা

হাৰিকেন গাৰ্লচ -  ১ ৰ পৰা ৩ লাখ 
টকা

Post a Comment

0 Comments